ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

নাগালেণ্ড-মেঘালয়ৰ মুখ্যমন্ত্ৰীৰ সাহস, ‘আস্ফা” প্ৰত্যাহাৰ কৰক

News Desk by News Desk
December 6, 2021
Reading Time: 1 min read
A A
0
নাগালেণ্ড-মেঘালয়ৰ মুখ্যমন্ত্ৰীৰ সাহস, ‘আস্ফা” প্ৰত্যাহাৰ কৰক

New Logo Very Smal | ASSAM TIMES POST
নিউজ ডেস্কঃ

RELATED POSTS

Shillong’s Farmer’s market : ‎শ্বিলঙত কৃষক বজাৰৰ পঞ্চম সংস্কৰণ আয়োজন

Manipur Bandh : মণিপুৰত বন্ধ ৪৮ ঘণ্টালৈ বৃদ্ধি কুকি ইনপিৰ

Viral video : ঘৰৰ মজিয়াত কোটি কোটি টকাৰ পাহাৰ, ত্ৰিপুৰাত ভাইৰেল ভিডিঅ’ক লৈ চাঞ্চল্য

নাগালেণ্ডৰ মন জিলাত কয়লা খনিত কাম কৰা ১৩জনকৈ নিৰীহ শ্ৰমিকক অসম ৰাইফলছে গুলীয়া হত্যা কৰাৰ পাছতেই ক্ৰমাৎ উত্তপ্ত হৈছে নাগালেণ্ড।সাধাৰণ জনতাৰ ওপৰত সেনাৰ বৰ্বৰ আক্ৰমণৰ বিৰুদ্ধে ওলাই আহিছে ৰাজ্যবাসী। দাবী উঠিছে কলা আইন আস্ফাৰ বাতিল কৰা। উত্তৰ-পূৰ্বত কেন্দ্ৰীয় চৰকাৰে জাৰি কৰি থোৱা সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতাৰ আইনৰ বাতিল কেৱল নাগালেণ্ডৰ জনতাই তুলিছে তেনে নহয়। সাধাৰণ জনতা সৈতে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী নেফ্ৰিউ ৰি’অৱে কেন্দ্ৰীয় চৰকাৰক আস্ফা প্ৰত্যাহাৰৰ দাবীৰ জনাইছে। সেনা বৰ্ব কাণ্ড বিৰুদ্ধে ৰাজ্যবাসী লগত একে শাৰীত থিয় দিছে মুখ্যমন্ত্ৰীয়ে । নাগালেণ্ডৰ উপৰিও মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাইয়ো কলা আইন আস্ফা প্ৰত্যাহাৰৰ মুকলি ভাৱে দাবী জনাইছে কেন্দ্ৰক।

গুৰুত্বপূৰ্ণ কথা যে দুয়োখন ৰাজ্য বৰ্তমানৰ চৰকাৰ NDA অংশীদাৰ। ইফালে নাগালেণ্ড আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰীৰ সাহসীকতাক সামাজিক মাধ্যমত বহুজনে প্ৰশংসা কৰিছে। NDA অংশীদাৰী হৈয়ো আস্ফাৰ মুকলি বিৰোধিতা দেখি একাংশ অসমবাসীয়ে বিভিন্ন সামাজিক মাধ্যমত অসমৰ মুখ্যমন্ত্ৰীৰ এই আইন বাতিল বা প্ৰত্যাহাৰ দাবী জনাবলৈ সাহস হব নাই বুলি প্ৰশ্ন উত্থাপন কৰিছে।তাপৰ্যপূৰ্ণ কথা যে ভাৰত চৰকাৰৰ সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইন সমগ্ৰ উত্তৰ পূৰ্বৰ লগতে অসমতো প্ৰযোজ্য হৈ আছে।

Tags: Featured
Share4Tweet3Send

Related Posts

Shillong’s Farmer’s market : ‎শ্বিলঙত কৃষক বজাৰৰ পঞ্চম সংস্কৰণ আয়োজন
NORTHEAST

Shillong’s Farmer’s market : ‎শ্বিলঙত কৃষক বজাৰৰ পঞ্চম সংস্কৰণ আয়োজন

by News Desk
May 23, 2026
50
Manipur Bandh : মণিপুৰত বন্ধ ৪৮ ঘণ্টালৈ বৃদ্ধি কুকি ইনপিৰ
NORTHEAST

Manipur Bandh : মণিপুৰত বন্ধ ৪৮ ঘণ্টালৈ বৃদ্ধি কুকি ইনপিৰ

by News Desk
May 21, 2026
50
Viral video : ঘৰৰ মজিয়াত কোটি কোটি টকাৰ পাহাৰ, ত্ৰিপুৰাত ভাইৰেল ভিডিঅ’ক লৈ চাঞ্চল্য
NORTHEAST

Viral video : ঘৰৰ মজিয়াত কোটি কোটি টকাৰ পাহাৰ, ত্ৰিপুৰাত ভাইৰেল ভিডিঅ’ক লৈ চাঞ্চল্য

by News Desk
May 19, 2026
50
‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ
ALL NEWS

‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ

by Staff Reporter
May 16, 2026
50
Manipur violence : মণিপুৰৰ বিষ্ণুপুৰ জিলাত ধাৰাবাহিক বিস্ফোৰণত আহত ৩
NORTHEAST

‎ম্যানমাৰ সীমান্তৰ মণিপুৰৰ কামজঙত নতুন ড্ৰোন আক্ৰমণ, জ্বলাই দিয়া হৈছে ঘৰ

by Staff Reporter
May 7, 2026
50
Tension between Naga and Kuki : ‎মণিপুৰত নাগা ছাত্ৰ সন্থাৰ প্ৰতিবাদী সমাবেশ : সন্ত্ৰাসবাদীৰ আক্ৰমণত দুজন লোকৰ মৃত্যুক লৈ উত্তেজনা ‎
NORTHEAST

Tension between Naga and Kuki : ‎মণিপুৰত নাগা ছাত্ৰ সন্থাৰ প্ৰতিবাদী সমাবেশ : সন্ত্ৰাসবাদীৰ আক্ৰমণত দুজন লোকৰ মৃত্যুক লৈ উত্তেজনা ‎

by News Desk
April 24, 2026
50
ADVERTISEMENT
Grenade attack : মহিলা থানা লক্ষ্য কৰি সন্ত্ৰাসবাদীৰ আক্ৰমণৰ পৰিকল্পনা : ২ পাকিস্তানী নাগৰিকসহ ৯ জনৰ বিৰুদ্ধে অভিযোগনামা দাখিল
National-International

Grenade attack : মহিলা থানা লক্ষ্য কৰি সন্ত্ৰাসবাদীৰ আক্ৰমণৰ পৰিকল্পনা : ২ পাকিস্তানী নাগৰিকসহ ৯ জনৰ বিৰুদ্ধে অভিযোগনামা দাখিল

May 26, 2026
50
AIADMK MLA : ‎এআইএডিএমকেলৈ আন এক আঘাত : চতুৰ্থজন বিধায়কৰ পদত্যাগ, টিভিকেত যোগদান কৰিবলৈ সাজু
National-International

AIADMK MLA : ‎এআইএডিএমকেলৈ আন এক আঘাত : চতুৰ্থজন বিধায়কৰ পদত্যাগ, টিভিকেত যোগদান কৰিবলৈ সাজু

May 26, 2026
50
‎Israeli airstrike : ইজৰাইলৰ বিমান আক্ৰমণত গাজাত ৭ পেলেষ্টাইনী নিহত
National-International

‎Israeli airstrike : ইজৰাইলৰ বিমান আক্ৰমণত গাজাত ৭ পেলেষ্টাইনী নিহত

May 26, 2026
50
Amit Shah : অনুপ্ৰৱেশৰ বাবে জনগাঁথনিৰ ওপৰত প্ৰভাৱ অধ্যয়ন কৰিবলৈ গৃহ মন্ত্ৰালয়ৰ উচ্চ পৰ্যায়ৰ কমিটী গঠন
National-International

Amit Shah : অনুপ্ৰৱেশৰ বাবে জনগাঁথনিৰ ওপৰত প্ৰভাৱ অধ্যয়ন কৰিবলৈ গৃহ মন্ত্ৰালয়ৰ উচ্চ পৰ্যায়ৰ কমিটী গঠন

May 26, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Grenade attack : মহিলা থানা লক্ষ্য কৰি সন্ত্ৰাসবাদীৰ আক্ৰমণৰ পৰিকল্পনা : ২ পাকিস্তানী নাগৰিকসহ ৯ জনৰ বিৰুদ্ধে অভিযোগনামা দাখিল

Grenade attack : মহিলা থানা লক্ষ্য কৰি সন্ত্ৰাসবাদীৰ আক্ৰমণৰ পৰিকল্পনা : ২ পাকিস্তানী নাগৰিকসহ ৯ জনৰ বিৰুদ্ধে অভিযোগনামা দাখিল

May 26, 2026
AIADMK MLA : ‎এআইএডিএমকেলৈ আন এক আঘাত : চতুৰ্থজন বিধায়কৰ পদত্যাগ, টিভিকেত যোগদান কৰিবলৈ সাজু

AIADMK MLA : ‎এআইএডিএমকেলৈ আন এক আঘাত : চতুৰ্থজন বিধায়কৰ পদত্যাগ, টিভিকেত যোগদান কৰিবলৈ সাজু

May 26, 2026
‎Israeli airstrike : ইজৰাইলৰ বিমান আক্ৰমণত গাজাত ৭ পেলেষ্টাইনী নিহত

‎Israeli airstrike : ইজৰাইলৰ বিমান আক্ৰমণত গাজাত ৭ পেলেষ্টাইনী নিহত

May 26, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx