![]()
নিউজ ডেস্কঃ
ৰূপহীহাটৰ গড়াজানত ভয়ংকৰ দূৰ্ঘটনা সংঘটিত হয় ছয়জন লোক গুৰুত্বৰভাৱে আহত হয়। গড়াজান কালিয়াডিংঙা সংযোগী পথৰ কালী মন্দিৰৰ সমীপত পুৱতি নিশা ট্ৰেক্টৰ আৰু পাচলি কঢ়িওৱা ট্ৰাকৰ মুখামুখি সংঘৰ্ষৰ ফলত সংঘটিত হয় দূৰ্ঘটনাটো।
দূৰ্ঘটনাগ্ৰস্ত টাটা মেজিকৰ নম্বৰ AS 02 CC 5482 ৷ ঘটনাস্থলীত গড়াজান আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে ৷













