![]()
হোজাই পৰা মনোজ কুমাৰ পাঠক
হোজাই চক্ৰ বিষয়া কাৰ্যালয়ত দুৰ্নীতি নিবাৰক শাখাৰ অভিযান । উৎকোচ লোৱা অৱস্থাত হাতে লুটে গ্ৰেপ্তাৰ লাট মণ্ডল দেবানন্দ বৰা ।
জিৎদ্বীপ বৰাৰ পৰা মাটি বিক্ৰীৰ অনুমতি ওলাই দিয়াৰ নামত বিচাৰিছিল ৩ হাজাৰ টকা। ১ হাজাৰ টকা লোৱা অৱস্থাত হাতে লুটে কৰায়ত্ত কৰি সন্ধিয়া গুৱাহাটী লৈ যায় দুৰ্নীতি নিবাৰক শাখাই।












