ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

সমাগত কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন!

তুলিৰাম ৰংহাঙে দাঙি ধৰিলে বিগত কাৰ্যকালৰ উন্নয়ণৰ খতিয়ান

News Desk by News Desk
January 2, 2022
Reading Time: 1 min read
A A
0

New Logo Very Smal | ASSAM TIMES POST

RELATED POSTS

One-day session of KAAC :কাৰ্বি আংলং স্বাযত্ব পৰিষদৰ ২৫৪ সংখ্যক এদিনীয়া অধিৱেশন:পৰিষদৰ ন-মনোনীত সদস্যৰ শপত বাক্যপাঠ

Slow loris Recovered: ‎বকলীয়াঘাটত লাজুকী বান্দৰ উদ্ধাৰ, চিকিৎসা প্ৰদান কৰি অৰণ্যত মুকলি

Assam flood : কপিলী নৈৰ জলপৃষ্ঠ বৃদ্ধিয়ে লৈছে ভয়ংকৰ ৰূপ

ষ্টাফ ৰিপ’ৰ্টাৰ

ডিফু : সমাগত কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন ৷ এইলৈ দেউবাৰে ইংৰাজী নৱবৰ্ষ ২০২২-ৰ আৰম্ভণিতে কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে ডিফুস্থিত কাছা খেলপথাৰত এক সংবাদমেলৰ আয়োজন কৰি জিলাখনত গ্ৰহণ কৰা, আৰু ৰূপায়িত উন্নয়ণমূলক আঁচনি সন্দৰ্ভত কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য   আগবঢ়ায় ৷ সংবাদমেলত মুখ্য কাৰ্যবাহী সদস্য ডাঃ তুলিৰাম ৰংহাঙে কয় জিলাখনত স্থায়ী শান্তি ঘূৰি আহিছে, কুকি, ৰেংমা নগাসকলৰ সমস্যাৰ সন্দৰ্ভত আলোচনা হোৱা বুলি কয় ৷

জিলাখনত এপিএছচি অথবা ইউপিএছচিত অৱতীৰ্ণ হ’ব খোজা ছাত্ৰ-ছাত্ৰীসকলৰ বাবে জিলাখনত বিনামূলীয়াকৈ কোচিঙৰ ব্যৱস্থাও কৰা হ’ব বুলি পৰিষদৰ মূৰব্বীগৰাকীয়ে সংবাদমেলত জানিব দিয়ে ৷ ইয়াৰোপৰি পৰিষদীয় চৰকাৰখনৰ উদ্যোগ ৰূপায়ণ হোৱা বিভিন্ন উন্নয়ণ মূলক কাম-কাজ সম্পৰ্কে সম্পূৰ্ণ বাখ্যা আগবঢ়ায় ৷ জিলাখনত নিৰ্মীয়মান আন মহাবিদ্যালয় সমূহৰ নিৰ্মাণ কাম এই বছৰৰ ভিতৰতে শেষ কৰা হ’ব বুলি কৈ পশ্চিম কাৰবি আংলং জিলাৰ ডংকামোকামতো বিএড কলেজৰ কাম আৰম্ভ হোৱা বুলি উল্লেখ কৰে ৷ লগতে ৩৫ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ’বলগীয়া তাৰলাংচৰ তাৰকা গৃহ, পশ্চিম কাৰবি আংলঙত ২০০খন বিচনাযুক্ত হাস্পাতাল, কাৰবি আংলঙত ১০০ খন বিছনাসৃযিক্ত হাস্পতাল নিৰ্মাণৰ কাম আৰম্ভ হোৱাৰ লগতে লাংলাকচ’ত সৈনিক স্কুল স্থাপনৰ অনুমোদন লাভ কৰা বুলি সদৰি কৰে তুলিৰাম ৰংহাঙে ৷

আনহাতে হোজাই জিলাৰ লাংকাইনৰ উচ্ছেদ্ত অঞ্চলততিনি হাজাৰ বিঘা মাটি বিমান বন্দৰৰ বাবে আগবঢ়োৱা হৈছে বুলি জনায় ৷ কেন্দ্ৰীয় চৰকাৰে ইয়াৰ বাবে ইতিমধ্যে পৰিষদৰ পৰা ডিপিআৰ বিচাৰিছে বুলিও ৰংহাঙে সংবাদমেলত উল্লেখ   কৰে ৷ বিশ্ববিদ্যালয় বাবেও ভাৰত চৰকাৰে পৰিষদৰ পৰা ভূমি বিচৰা বুলি কথা উল্লেখ কৰি পশ্চিম কাৰবি আংলঙ জিলাত বিভিন্ন ক্ষেত্ৰত পদৰ সৃষ্টি কৰা হব বুলি উল্লেখ কৰে ৷ এই মাহৰ ভিতৰতে কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ অন্তৰ্গত ৮০০ টেট উত্তীৰ্ণ প্ৰাৰ্থীক নিযুক্তি প্ৰদান কৰাৰ লগতে নিযুক্তি প্ৰদান অসমৰ মুখ্যমন্ত্ৰী ডাঃ হিমন্ত বিশ্বশৰ্মাৰ আৰু শিক্ষামন্ত্ৰী ডাঃ ৰণুজ পেগু উপস্থিত থাকিব বুলি জানিব দিছে ৷ পৰিষদীয় চৰকাৰৰ ৫ বছৰীয়া উন্নয়ণৰ খতিয়ান পুস্তাকাও প্ৰকাশ কৰা হ’ব বুলি কয় ৰংহাঙে ৷ মাৰ্চ মাহৰ পূৰ্বেই জিলাখনত বাছ টাৰ্মিনেল, ট্ৰাক টাৰ্মিনেল, লৰুলাংছত চন্দ্ৰচিং টেৰণ মেম’ৰিয়েল ক্লাৱৰ দুৱাৰ মুকলি ডিফু নদীৰ সৌন্দৰ্য বৰ্ধন, ৰংথেয়াং অডিটৰিয়াম হল নিৰ্মাণ, ৰংখেলাং বজাৰৰ সমথানান্তৰণৰ কাম সম্পূৰ্ণ কৰা হ’ব বুলি জনায় ৷

আনহাতে টাউন হলৰ নাম কাৰি আদৰবাৰৰ সভাপতি চন্দ্ৰছিং টেৰণৰ নামেৰে নামাকৰণ কৰা হ’ব বুলু মন্তব্য কৰে ৷ ইয়াৰোপৰি মুখ্য কাৰ্যবাহী সদস্যগৰকীয়ে বিগত কাৰ্যকালত দুয়োখন পাহাৰীয়া জিলাত বিভিন্ন কাম হৈছে বুলি দাবী কৰি আৰু বহুতো কৰিবলগীয়া কাম আছে বুলি মন্তব্য কৰি ইংৰাজী ফকৰা যেজনা আওৰাই “ৰোম ওৱাজ নট বিল্ট ইন এ ডে বুলি উল্লেখ কৰে ৷”

Tags: Featured
Share4Tweet3Send

Related Posts

One-day session of KAAC :কাৰ্বি আংলং স্বাযত্ব পৰিষদৰ ২৫৪ সংখ্যক এদিনীয়া অধিৱেশন:পৰিষদৰ ন-মনোনীত সদস্যৰ শপত বাক্যপাঠ
KARBI ANGLONG

One-day session of KAAC :কাৰ্বি আংলং স্বাযত্ব পৰিষদৰ ২৫৪ সংখ্যক এদিনীয়া অধিৱেশন:পৰিষদৰ ন-মনোনীত সদস্যৰ শপত বাক্যপাঠ

by ASSAM TIMES POST
June 25, 2026
50
Slow loris Recovered: ‎বকলীয়াঘাটত লাজুকী বান্দৰ উদ্ধাৰ, চিকিৎসা প্ৰদান কৰি অৰণ্যত মুকলি
KARBI ANGLONG

Slow loris Recovered: ‎বকলীয়াঘাটত লাজুকী বান্দৰ উদ্ধাৰ, চিকিৎসা প্ৰদান কৰি অৰণ্যত মুকলি

by ASSAM TIMES POST
June 25, 2026
50
Assam flood : কপিলী নৈৰ জলপৃষ্ঠ বৃদ্ধিয়ে লৈছে ভয়ংকৰ ৰূপ
KARBI ANGLONG

Assam flood : কপিলী নৈৰ জলপৃষ্ঠ বৃদ্ধিয়ে লৈছে ভয়ংকৰ ৰূপ

by News Desk
June 22, 2026
50
Karbi Anglong protest I ৮৪ মাহে নাই দৰমহা, কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদৰত কাৰ্বি আংলঙৰ পৌৰ কৰ্মচাৰীৰ
KARBI ANGLONG

Karbi Anglong protest I ৮৪ মাহে নাই দৰমহা, কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদৰত কাৰ্বি আংলঙৰ পৌৰ কৰ্মচাৰীৰ

by Staff Reporter
June 22, 2026
50
‎ডিমা হাছাও জিলাৰ জাটিংগাত ভয়ংকৰ ভূমিস্খলন I জাটিংগা- শিলচৰ সংযোগী পথ সম্পূৰ্ণৰূপে বন্ধ, ৰাষ্ট্ৰীয় ঘাইপথত আবদ্ধ শতাধিক বাহন
KARBI ANGLONG

‎ডিমা হাছাও জিলাৰ জাটিংগাত ভয়ংকৰ ভূমিস্খলন I জাটিংগা- শিলচৰ সংযোগী পথ সম্পূৰ্ণৰূপে বন্ধ, ৰাষ্ট্ৰীয় ঘাইপথত আবদ্ধ শতাধিক বাহন

by Staff Reporter
June 21, 2026
50
ডিফুত পালন কৰা দ্বাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস যোগে সুস্থ শৰীৰ, শান্তিপূৰ্ণ মন আৰু সুসম সমাজৰ প্ৰসাৰ ঘটায় – CEM ডাঃ ৰংহাং
KARBI ANGLONG

ডিফুত পালন কৰা দ্বাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস যোগে সুস্থ শৰীৰ, শান্তিপূৰ্ণ মন আৰু সুসম সমাজৰ প্ৰসাৰ ঘটায় – CEM ডাঃ ৰংহাং

by Staff Reporter
June 21, 2026
50
ADVERTISEMENT
Ram Mandir : দানৰ ধন চুৰি গোচৰত ৮ জন গ্ৰেপ্তাৰ হোৱাৰ পিছতে ৰাম মন্দিৰ ট্ৰাষ্টৰ মুৰব্বীৰ পদত্যাগ
National-International

Ram Mandir : দানৰ ধন চুৰি গোচৰত ৮ জন গ্ৰেপ্তাৰ হোৱাৰ পিছতে ৰাম মন্দিৰ ট্ৰাষ্টৰ মুৰব্বীৰ পদত্যাগ

June 26, 2026
50
Operation Sindoor : Names of 6 Soldiers Killed in Action Revealed
National-International

Operation Sindoor : Names of 6 Soldiers Killed in Action Revealed

June 26, 2026
50
Miracle murder : গাড়ীৰ ভিতৰত যুৱক-যুৱতীৰ গুলীবিদ্ধ মৃতদেহ, ৫০ ফুট দূৰৈত ৩টা ফোন; মধ্যপ্ৰদেশত ৰহস্যজনক মৃত্যুৰ ঘটনা
National-International

Miracle murder : গাড়ীৰ ভিতৰত যুৱক-যুৱতীৰ গুলীবিদ্ধ মৃতদেহ, ৫০ ফুট দূৰৈত ৩টা ফোন; মধ্যপ্ৰদেশত ৰহস্যজনক মৃত্যুৰ ঘটনা

June 26, 2026
50
Operation Sindoor : সিন্দুৰ অভিযানত প্ৰাণ আহুতি দিয়া ৬ ভাৰতীয় বীৰ জোৱানৰ পৰিচয় প্ৰকাশ, মৰণোত্তৰ সন্মান
National-International

Operation Sindoor : সিন্দুৰ অভিযানত প্ৰাণ আহুতি দিয়া ৬ ভাৰতীয় বীৰ জোৱানৰ পৰিচয় প্ৰকাশ, মৰণোত্তৰ সন্মান

June 26, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Ram Mandir : দানৰ ধন চুৰি গোচৰত ৮ জন গ্ৰেপ্তাৰ হোৱাৰ পিছতে ৰাম মন্দিৰ ট্ৰাষ্টৰ মুৰব্বীৰ পদত্যাগ

Ram Mandir : দানৰ ধন চুৰি গোচৰত ৮ জন গ্ৰেপ্তাৰ হোৱাৰ পিছতে ৰাম মন্দিৰ ট্ৰাষ্টৰ মুৰব্বীৰ পদত্যাগ

June 26, 2026
Operation Sindoor : Names of 6 Soldiers Killed in Action Revealed

Operation Sindoor : Names of 6 Soldiers Killed in Action Revealed

June 26, 2026
Miracle murder : গাড়ীৰ ভিতৰত যুৱক-যুৱতীৰ গুলীবিদ্ধ মৃতদেহ, ৫০ ফুট দূৰৈত ৩টা ফোন; মধ্যপ্ৰদেশত ৰহস্যজনক মৃত্যুৰ ঘটনা

Miracle murder : গাড়ীৰ ভিতৰত যুৱক-যুৱতীৰ গুলীবিদ্ধ মৃতদেহ, ৫০ ফুট দূৰৈত ৩টা ফোন; মধ্যপ্ৰদেশত ৰহস্যজনক মৃত্যুৰ ঘটনা

June 26, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx