ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

GMCHত দালালক কৰায়ত্ত : দৰৱ চুৰি অভিযোগত ফাৰ্মাচিষ্টক গ্ৰেপ্তাৰ

News Desk by News Desk
January 5, 2022
Reading Time: 1 min read
A A
0
GMCHত দালালক কৰায়ত্ত : দৰৱ চুৰি অভিযোগত ফাৰ্মাচিষ্টক গ্ৰেপ্তাৰ

New Logo Very Smal | ASSAM TIMES POST

RELATED POSTS

Assam Assembly Dy-Speaker : ডাঃ হাবে তেৰণক অসম বিধানসভাৰ উপাধ্যক্ষ নিৰ্বাচন

Khalida Begum death : সৰবৰহী মহিলা খালিদা বেগমৰ বিয়োগত শোকৰ ছাঁ

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

ষ্টাফ ৰিপ’ৰ্টাৰ

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসা কৰিবলৈ যাওতে সাৱধান হওঁক। অন্যথা দালালৰ ৰোষত পৰিব লগা হ’ব পাৰে আপুনিও। ক্ৰমাৎ গুৱাহাটীৰ মেডিকেল কলেজ হাস্পতালত বৃদ্ধি পাইছে দালালৰ আধিপত্য। বুধবাৰে ৰোগীক আই.চি.ইউ দিয়া নামত ৰোগীৰ আত্মীয় পৰা ধন লৈ হাতে-লোটে ধৰা পৰি এটা দালাল। ধৃত দালালটো নাম বিজু দাস। প্ৰাপ্ত খবৰ অনুসৰি ৰোগীক ICU দিয়াৰ নামত আত্মীয় পৰা ৭,৫০০ টকা বিচাৰিছিল ধৃত বিজুৱে। আজি আগধন হিচাপে ৫,০০০ টকা লৈ থকা সময়তে হাতে-লোটে ধৰা পৰে দালালটো।

ইফালে, ধৃত দালালটো বিৰুদ্ধে মহাবিদ্যালয়খন অধীক্ষক ডাঃ অভিজিৎ শৰ্মাই ভঙাগড় থানাত দাখিল কৰিছে এজাহৰ।

আনহাতে, ৰোগী-আত্মীয়সকললৈ আহ্বান জনাই শৰ্মাই কয়- সাৱধান হওঁক সকলো। দালালৰ প্ৰৰোচনাত ভুল নাযাব। চিকিৎসালয়ৰ কেচ কাউণ্টাৰৰ বাদে অন্য কোনো বেলেগ ব্যক্তিক পইচা নিদিব।

ইফালে, চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ ছুপাৰস্পেচিয়েলিটী হাস্পতালৰ পৰা দৰৱ চুৰ কৰি হাতে-লোটে মঙলবাৰে ধৰা পৰিল এগৰাকী ফার্মাচিষ্ট। ফার্মাচিষ্টজন মৃদুল ডেকা। জি.এম.চি.এইচৰ ফাৰ্মাচী প্রতিষ্ঠানত স্থায়ী কৰ্মচাৰী হিচাপে কৰ্মৰত ডেকাই প্রায় ৫০ হাজাৰ টকা মূল্য ঔষধ ছুপাৰ স্পেচিয়েলিটী হাস্পতালৰ কেন্দ্ৰীয় ফাৰ্মাচীৰ পৰা চুৰ কৰা অৱস্থাতে ধৰা পৰে।

আনহাতে ধৃত ফাৰ্মাচিষ্টজনৰ সন্দৰ্ভত অধীক্ষক শৰ্মাই কয়- চাকৰি পৰা নিলম্বন কৰা হ’ব অভিযুক্ত ফাৰ্মাচিষ্ট ডেকাক।

পূৰ্ব পৰা বহু অভিযোগ আছিল তেওঁ বিৰুদ্ধে। তীক্ষ্ণ দৃষ্টি ৰখা হৈছিল ডেকাৰ ওপৰত। ডিউটিত নথকা অৱস্থাত মঙলবাৰে ডিউটিলৈ অহাত সন্দেহ হৈছিল। তাৰ পিছতে ছিকিউৰিটিয়ে বেগ পৰীক্ষা কৰাত ৫০হাজাৰ টকাৰ দৰৱ পোৱা যায় তেওঁ পৰা।

Tags: Featured
Share4Tweet3Send

Related Posts

Assam Assembly Dy-Speaker : ডাঃ হাবে তেৰণক অসম বিধানসভাৰ উপাধ্যক্ষ নিৰ্বাচন
Guwahati

Assam Assembly Dy-Speaker : ডাঃ হাবে তেৰণক অসম বিধানসভাৰ উপাধ্যক্ষ নিৰ্বাচন

by News Desk
June 18, 2026
50
Khalida Begum death : সৰবৰহী মহিলা খালিদা বেগমৰ বিয়োগত শোকৰ ছাঁ
Guwahati

Khalida Begum death : সৰবৰহী মহিলা খালিদা বেগমৰ বিয়োগত শোকৰ ছাঁ

by News Desk
June 10, 2026
50
‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক
ALL NEWS

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

by Staff Reporter
June 7, 2026
50
Assam UCC bill : অসম বিধানসভাত UCC বিধেয়ক
Guwahati

Assam UCC bill : অসম বিধানসভাত UCC বিধেয়ক

by News Desk
May 25, 2026
50
Leader of Oppositions : বিৰোধী দলপতি হিচাপে কংগ্ৰেছৰ ৱাজেদ আলী চৌধুৰীক অনুমোদন হাইকমাণ্ডৰ
Guwahati

Leader of Oppositions : বিৰোধী দলপতি হিচাপে কংগ্ৰেছৰ ৱাজেদ আলী চৌধুৰীক অনুমোদন হাইকমাণ্ডৰ

by News Desk
May 21, 2026
50
Assam Assembly Session : অসম বিধানসভাৰ নৱনিৰ্বাচিত বিধায়কৰ শপত গ্ৰহণ
Guwahati

Assam Assembly Session : অসম বিধানসভাৰ নৱনিৰ্বাচিত বিধায়কৰ শপত গ্ৰহণ

by News Desk
May 21, 2026
50
ADVERTISEMENT
France’s street music festival : ফ্ৰান্সৰ বাৰ্ষিক ষ্ট্ৰীট মিউজিক ফেষ্টিভেল দুঃস্বপ্নলৈ পৰিণত : মহিলাক ধৰ্ষণ, ৰহস্যময় চিৰিঞ্জেৰে আক্ৰমণ
National-International

France’s street music festival : ফ্ৰান্সৰ বাৰ্ষিক ষ্ট্ৰীট মিউজিক ফেষ্টিভেল দুঃস্বপ্নলৈ পৰিণত : মহিলাক ধৰ্ষণ, ৰহস্যময় চিৰিঞ্জেৰে আক্ৰমণ

June 26, 2026
50
Fifa world cup 2026 : জাৰ্মানী পৰাস্ত : ইকুৱেডৰত ৰাষ্ট্ৰীয় বন্ধৰ দিন ঘোষণা ৰাষ্ট্ৰপতিৰ
Sports News

Fifa world cup 2026 : জাৰ্মানী পৰাস্ত : ইকুৱেডৰত ৰাষ্ট্ৰীয় বন্ধৰ দিন ঘোষণা ৰাষ্ট্ৰপতিৰ

June 26, 2026
50
Indian Passport : কোনখন দেশত পাছপোৰ্টৰ ব্যয় সৰ্বাধিক? ভাৰতত কিমান?
National-International

Indian Passport I পাছপ’ৰ্টৰ মূল্য বৃদ্ধি, কেনে ধৰণৰ পাছপ’ৰ্টৰ বাবে কিমান খৰচ হয় জানক

June 26, 2026
50
Ram Mandir I ৰাম মন্দিৰৰ দান চুৰিৰ গোচৰত ৮ জনৰ বিৰুদ্ধে এফআইআৰ
National-International

Ram Mandir I ৰাম মন্দিৰৰ দান চুৰিৰ গোচৰত ৮ জনৰ বিৰুদ্ধে এফআইআৰ

June 26, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

France’s street music festival : ফ্ৰান্সৰ বাৰ্ষিক ষ্ট্ৰীট মিউজিক ফেষ্টিভেল দুঃস্বপ্নলৈ পৰিণত : মহিলাক ধৰ্ষণ, ৰহস্যময় চিৰিঞ্জেৰে আক্ৰমণ

France’s street music festival : ফ্ৰান্সৰ বাৰ্ষিক ষ্ট্ৰীট মিউজিক ফেষ্টিভেল দুঃস্বপ্নলৈ পৰিণত : মহিলাক ধৰ্ষণ, ৰহস্যময় চিৰিঞ্জেৰে আক্ৰমণ

June 26, 2026
Fifa world cup 2026 : জাৰ্মানী পৰাস্ত : ইকুৱেডৰত ৰাষ্ট্ৰীয় বন্ধৰ দিন ঘোষণা ৰাষ্ট্ৰপতিৰ

Fifa world cup 2026 : জাৰ্মানী পৰাস্ত : ইকুৱেডৰত ৰাষ্ট্ৰীয় বন্ধৰ দিন ঘোষণা ৰাষ্ট্ৰপতিৰ

June 26, 2026
Indian Passport : কোনখন দেশত পাছপোৰ্টৰ ব্যয় সৰ্বাধিক? ভাৰতত কিমান?

Indian Passport I পাছপ’ৰ্টৰ মূল্য বৃদ্ধি, কেনে ধৰণৰ পাছপ’ৰ্টৰ বাবে কিমান খৰচ হয় জানক

June 26, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx