ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

নিমাতি-মাজুলী ভয়ংকৰ ফেৰী দূর্ঘটনা নিহত পৰিণীতা-ইন্দ্ৰেশ্বৰ আত্মীয়ক চৰকাৰী নিযুক্তি প্ৰদান

Staff Reporter by Staff Reporter
January 8, 2022
Reading Time: 1 min read
A A
0
নিমাতি-মাজুলী ভয়ংকৰ ফেৰী দূর্ঘটনা নিহত পৰিণীতা-ইন্দ্ৰেশ্বৰ আত্মীয়ক চৰকাৰী নিযুক্তি প্ৰদান

logo new 2 1 1 4 1 3 | ASSAM TIMES POST

RELATED POSTS

Hailakandi rape murder : হাইলাকান্দি কিশোৰীক ধৰ্ষণ-হত্যাকাণ্ডত গ্ৰেপ্তাৰ ২, নাবালকো জড়িত

Nagaon CRPF murder : নগাঁৱৰ চিআৰপিএফ কেম্পত অঘটন, তিনি সতীৰ্থক গুলীয়াই আত্মহত্যা জোৱানৰ

Hailakandi rape case : হাইলাকান্দিত কিশোৰীক ধৰ্ষণ কৰি নৃশংস হত্যা, যৌনাংগত ভৰাই দিলে ৰড

নিউজ ডেস্কঃ

নিমাতিঘাট-মাজুলী ভয়ংকৰ ফেৰী দূর্ঘটনাত নিহত আত্মীয়ক ৰাজ্য চৰকাৰৰ নিযুক্তি পত্ৰ প্ৰদান।মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই শনিবাৰে জনতা ভৱনত আনুষ্ঠানিক ভাৱে নিযুক্তি পত্ৰ প্ৰদান কৰে প্ৰয়াত পৰিমিতা দাসৰ ভগ্নী মধুমিতা দাসক আৰু প্ৰয়াত ইন্দ্ৰেশ্বৰ বৰা পত্নী ৰূপৰেখা বৰা সেনাপতিক।উল্লেখ্য দুৰ্ঘটনাত নিহত পৰিমিতা দাস মাজুলী ৰঙা চাহী মহাবিদ্যালয় অসমৰ বিভাগৰ সহকাৰী প্ৰৱক্তা বিপৰীতে ইন্দ্ৰেশ্বৰ বৰা ভেঞ্চাৰ স্কুলৰ শিক্ষক আছিল ।পৰিণীত ভগ্নীক ৰাজ্যিক শিক্ষা গৱেষণা প্ৰশিক্ষণ পৰিষদ চমুকৈ SCERT প্ৰৱক্তা নিযুক্তি বিপৰীতে ইন্দ্ৰেশ্বৰ পত্নীক লখিমপুৰ জিলা প্ৰাথমিক শিক্ষা বিষয়া কাৰ্যালয়ত চতুৰ্থবৰ্গ কৰ্মচাৰী হিচাপে নিযুক্তি প্ৰদান কৰে।

আনহাতে, প্ৰয়াত প্ৰৱক্তা পৰিণীতা ভগ্নী মধুমিতাই নিযুক্তি পত্ৰ গ্ৰহণ কৰি আৱেগিক হৈ পৰে।আমি যি হেৰুৱালো তাক কেতিয়াও নাপাওঁ বুলি লগতে কয়।

WhatsApp Image 2022 01 08 at 13.58.53 | ASSAM TIMES POST

ইফালে ইন্দ্ৰেশ্বৰ পত্নী ৰূপৰেখাই নিযুক্তি পত্ৰ গ্ৰহণ কৰি অসম চৰকাৰ, ধন্যবাদ কৃতজ্ঞতা জনাই।দুখ বহুতে পালো আজিৰে পৰা এটা নতুন জীৱনৰ সংকল্প লৈছোঁ।যি কেইজনক হেৰুৱালো তেওঁলোকৰ বলিদানৰ বিনিময়ত মাজুলী দলংখন হৈ উঠক তেওঁ লগতে কয়।উল্লেখ্য যে যোৱা বৰ্ষ ৮ ছেপ্টেম্বৰত সংঘটিত হৈছিল ভয়ংকৰ ফেৰী দূর্ঘটনাটো।

আনহাতে উক্ত ফেৰীৰ দূর্ঘটনাত নিহত তৃতীয় গৰাকী ডাঃ বিক্ৰম বৰুৱাৰ পৰিয়ালক ক্ষতিপূৰণ হিচাপে মৃতকৰ অৱসৰ লৈকে দৰমহা প্ৰদান কৰিব।প্ৰয়োজনত আৰ্থিক সহায়ৰ হাত পৰিয়াললৈ আগবঢ়োৱা হ’ব বুলিও মুখ্যমন্ত্ৰী শৰ্মাই কয়।জনতা ভৱনত নিযুক্তি পত্ৰ প্ৰদানত শিক্ষা বিভাগৰ উপদেষ্টা ডঃ ননীগোপাল মহন্ত, বিধায়ক জয়ন্ত বৰুৱা উপস্থিতি থাকে।

Share4Tweet3Send

Related Posts

Hailakandi rape case : হাইলাকান্দিত কিশোৰীক ধৰ্ষণ কৰি নৃশংস হত্যা, যৌনাংগত ভৰাই দিলে ৰড
Assam

Hailakandi rape murder : হাইলাকান্দি কিশোৰীক ধৰ্ষণ-হত্যাকাণ্ডত গ্ৰেপ্তাৰ ২, নাবালকো জড়িত

by News Desk
August 4, 2026
50
Nagaon CRPF murder : নগাঁৱৰ চিআৰপিএফ কেম্পত অঘটন, তিনি সতীৰ্থক গুলীয়াই আত্মহত্যা জোৱানৰ
Assam

Nagaon CRPF murder : নগাঁৱৰ চিআৰপিএফ কেম্পত অঘটন, তিনি সতীৰ্থক গুলীয়াই আত্মহত্যা জোৱানৰ

by News Desk
August 4, 2026
50
Hailakandi rape case : হাইলাকান্দিত কিশোৰীক ধৰ্ষণ কৰি নৃশংস হত্যা, যৌনাংগত ভৰাই দিলে ৰড
Assam

Hailakandi rape case : হাইলাকান্দিত কিশোৰীক ধৰ্ষণ কৰি নৃশংস হত্যা, যৌনাংগত ভৰাই দিলে ৰড

by News Desk
August 3, 2026
50
Assam flood casualties : অসমৰ বানত মৃত্যুৰ সংখ্যা ৮৫ জনলৈ বৃদ্ধি

Upper Assam flood relief : উজনি অসমৰ বানাক্ৰান্তলৈ চৰকাৰৰ সাহায্য মুকলি

Brutal murder : হাওৰাঘাটৰ উত্তৰ বৰবিলত নাৰকীয় হত্যাকাণ্ড :পুত্ৰৰ দাৰ ঘাপত প্ৰাণ গ’ল পিতৃৰ 
BREAKING NEWS

Brutal murder : হাওৰাঘাটৰ উত্তৰ বৰবিলত নাৰকীয় হত্যাকাণ্ড :পুত্ৰৰ দাৰ ঘাপত প্ৰাণ গ’ল পিতৃৰ 

by ASSAM TIMES POST
August 2, 2026
50
ADVERTISEMENT
Rahul Gandhi : মোদীয়ে ক্ষমা কৰাৰ পিছতো মানুহে এতিয়াও ক্ষমা বিচাৰি আছে, নিকৃষ্ট ৰাজনীতিক আক্ৰমণ ৰাহুল গান্ধীৰ
National-International

August 6, 2026
50
Modi vs Meta controversy : প্ৰধানমন্ত্ৰীৰ ভিডিঅ’ আঁতৰোৱাৰ বিতৰ্ক; ক্ষমা বিচাৰিলে জুকাৰবাৰ্গে, কেন্দ্ৰৰ লগত আলোচনা

Sheikh Hasina : প্ৰাণৰ পৰোৱা নকৰোঁ, ৰাইজৰ স্বাৰ্থত মই দেশলৈ উভতিব লাগিব, বিগত দুবছৰত বাংলাদেশ ডুবিছে বুলি হাছিনাৰ অভিযোগ

India slams Pakistan : ৩৭০ অনুচ্ছেদ বাতিলত হস্তক্ষেপ, পাকিস্তানক তীব্ৰ সমালোচনা ভাৰতৰ
National-International

India slams Pakistan : ৩৭০ অনুচ্ছেদ বাতিলত হস্তক্ষেপ, পাকিস্তানক তীব্ৰ সমালোচনা ভাৰতৰ

August 6, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Rahul Gandhi : মোদীয়ে ক্ষমা কৰাৰ পিছতো মানুহে এতিয়াও ক্ষমা বিচাৰি আছে, নিকৃষ্ট ৰাজনীতিক আক্ৰমণ ৰাহুল গান্ধীৰ

Rahul Gandhi : মোদীয়ে ক্ষমা কৰাৰ পিছতো মানুহে এতিয়াও ক্ষমা বিচাৰি আছে, নিকৃষ্ট ৰাজনীতিক আক্ৰমণ ৰাহুল গান্ধীৰ

August 6, 2026
Modi vs Meta controversy : প্ৰধানমন্ত্ৰীৰ ভিডিঅ’ আঁতৰোৱাৰ বিতৰ্ক; ক্ষমা বিচাৰিলে জুকাৰবাৰ্গে, কেন্দ্ৰৰ লগত আলোচনা

Modi vs Meta controversy : প্ৰধানমন্ত্ৰীৰ ভিডিঅ’ আঁতৰোৱাৰ বিতৰ্ক; ক্ষমা বিচাৰিলে জুকাৰবাৰ্গে, কেন্দ্ৰৰ লগত আলোচনা

August 6, 2026
Sheikh Hasina : প্ৰাণৰ পৰোৱা নকৰোঁ, ৰাইজৰ স্বাৰ্থত মই দেশলৈ উভতিব লাগিব, বিগত দুবছৰত বাংলাদেশ ডুবিছে বুলি হাছিনাৰ অভিযোগ

Sheikh Hasina : প্ৰাণৰ পৰোৱা নকৰোঁ, ৰাইজৰ স্বাৰ্থত মই দেশলৈ উভতিব লাগিব, বিগত দুবছৰত বাংলাদেশ ডুবিছে বুলি হাছিনাৰ অভিযোগ

August 6, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT