![]()
নিউজ ডেস্কঃ
জালুকবাৰী আৰক্ষী জালত ৩জনীত ডকাইতৰ দল।দেওবাৰে গ্ৰেপ্তাৰ হোৱা ডকাইত কেইটা ক্ৰমে উৎপল নাথ, চাইদুল আলি আৰু অমৃত বাসফৰ।
উল্লেখ্য যে যোৱা ৬জানুৱাৰীত পাণ্ডু লোক কলনী ৰেল আবাসী জয়ন্ত পালৰ ঘৰত লুট-পাট চলাই ৩জনীয়া ডকাইতৰ দলটোৱে মূল্যবান সোণৰ আ- অলংকাৰ লগতে প্ৰায় ১০লাখ টকা সম্পত্তি লৈ গৈছিল। তাৰ পাছতে পালে দাখিল কৰিছিল এক এজাহাৰ।উক্ত এজাহাৰৰ ভিত্তিতে জালুকবাৰী আৰক্ষীয়ে অনুসন্ধান চলাই ৩টা ডকাইতক আটক কৰে।ইফালে আটক কৰা ডকাইত কেইটা পৰা জব্দ কৰে সামগ্ৰীসমূহ।













