![]()
নিউজ ডেস্কঃ
ৰাজ্য সংবাদ জগতৰ বাবে এক দু খবৰ।জ্যেষ্ঠ সাংবাদিক বিকাশ মৰাণৰ অকাল মৃত্য।সোমবাৰে নিশা আত্মহত্যা কৰে তিনিচুকীয়া সাংবাদিক গৰাকীয়ে।সাহসী সাংবাদিক গৰাকীয়ে নিজৰ পিষ্টলেৰে মূৰত গুলীয়াই আত্মহত্যা কৰে।
উল্লেখ্য যে বহুকেইটা চেটেলাইট চেনেলৰ উজনি অসমৰ ব্যৰ চীফ ৰূপে কৰ্তব্য সম্পাদন কৰিছিল মৰানে।সাহসী, নিৰ্ভীক সাংবাদিক গৰাকী মৃত্যুত ম্ৰিয়মান সংবাদ জগত।













