![]()
নিউজ ডেস্কঃ
কৰোনাত আক্রান্ত হৈছে লতা মঙ্গেশকাৰ। বৰ্তমান হস্পিটেলত ভর্তি কৰোৱা হৈছে কিংবদন্তি গায়িকাগৰাকীক। মুম্বাইৰ ব্রিচ কেণ্ডি হস্পিটেলত আইচিইউত তেওঁৰ চিকিৎসা চলি আছে।
সংবাদ সংস্থা এএনআইক লতাৰ পৰিয়ালে জনোৱা মতে, ‘‘তেওঁৰ অৱস্থা বৰ্তমান সুস্থিৰ। এই বয়সত কৰোনা আক্রান্ত হোৱাত সাৱধানতা অৱলম্বনৰ বাবে আইচিইউত ৰখা হৈছে। আশাকৰো সকলোৱে তেওঁৰ বাবে প্রার্থনা কৰিব।’’













