![]()
মনোৰঞ্জনঃ
অসমীয়াৰ আনন্দৰ ভোগালী। চৌদিশে ভোগালীৰ ব্যস্ততা আৰু মেজিৰ জুইৰ উত্তাপ। কিন্তু এই সমৃদ্ধ বিহুতেই নিসংগতাৰে কটাইছে জনপ্ৰিয় কণ্ঠশিল্পী দীপলিনা ডেকাই। শেহতীয়াকৈ ইনষ্টাগ্ৰামত দুখন ফটোৰ জৰিয়তে তেওঁ নিজৰ কথা ব্যক্ত কৰে। পিঠা,লাৰু নিজ হাতে বনাই থকা দেখিবলৈ পোৱা গৈছে যদিও কণ্ঠশিল্পী গৰাকীৰ নিসংগতাই বহু অনুৰাগীক দুঃখিত কৰিছে।
ভোগালী বিহুৰ ৰীতি-নীতি তথা ধৰ্মীয় সংস্কৃতি ইত্যাদিক নিজ চকুৰে চাবলৈ ইচ্ছা প্ৰকাশ কৰি দীপলিনা ডেকাই কয় যে তেওঁ যিমানেই ডাঙৰ হৈ পৰিছে, সিমানেই অকলশৰীয়া হৈ পৰিছে এই উৎসৱৰ সময়ছোৱাত।
তেওঁ পোষ্টটো তলৰ লিংকত দি দিয়া হৈছেঃ













