![]()
নিউজ ডেস্কঃ
OBEN EV নামৰ এটি ষ্টার্টআপৰ প্রতিষ্ঠাতা দিনকৰ আৰু মধুমিতা আগৰৱালৰ স্বপ্ন আছিল সম্পূর্ণৰূপে এখন ভাৰতীয় বৈদ্যুতিক বাইক নিৰ্মাণ কৰা। যিখন বাইক হ’ব ১৮০ চিচি পালছাৰ আৰু অন্যান্য ২০০ চিচি বাইকৰ সমতুল্য।
OBEN EV-এ নিৰ্মাণ কৰিছে তেওঁলোকৰ প্রথম ইলেকট্রিক বাইক। অৱশ্যে বাইকখনৰ নাম এতিয়াও প্ৰকাশ কৰা নাই। তবে এ প্রসঙ্গে প্রকাশিত তথ্যাবলীই বলে দিচ্ছে যে এটি ভারতের বাজারে বেশ জনপ্রিয় হবে।
OBEN EV-ৰ ইলেকট্রিক বাইকখনত এবাৰ চার্জ দিলে চলাব পৰা যাব ২০০ কিলোমিটাৰ পথ (আইডিচি ৰেঞ্জ)। বেটাৰিচালিত যান-বাহন চার্জ হ’বলৈ বেছি সময় লাগিলেও এই প্রসঙ্গত OBEN EV-ৰ বক্তব্য, তেওঁলোকৰ ই-বাইকৰ বেটাৰী ২ ঘন্টাৰ ভিতৰত সম্পূর্ণ চার্জ হ’ব।
কেৱল সেয়াই নহয়, বেটাৰীত আছে ফাষ্ট চাৰজিঙৰ অপচন। ডিচি ফাষ্ট চার্জাৰেৰে বাইকখন চার্জ কৰিবলৈ ১ ঘণ্টামান সময় লাগিব। আনহাতে, ৩ চেকেণ্ডত ০-৪০ কিলোমিটাৰ প্রতি ঘণ্টাত গতিবেগ উঠে। সর্বোচ্চ গতিবেগ ঘণ্টাত ১০০ কিলোমিটাৰ।













