![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ক’ৰনাত আক্রান্ত শিৱসাগৰৰ বিধায়ক অখিল গগৈ। শনিবাৰে শিৱসাগৰৰ বিধায়কগৰাকীৰ দেহত ধৰা পৰে ক’ৰনা।
উল্লেখ যে, গগৈ পত্নী-পুত্ৰৰ দেহটো ধৰা পৰে ক’ৰনা ভাইৰাচ। এই কথা সামাজিক মাধ্যমত অৱগত কৰে গগৈয়ে নিজেই। হোম আইচলেচনত আছে বিধায়কগৰাকী।

© 2020 Assam Times Post. | Powered By Webx