![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ৰাজ্যত পুনৰ ক’ৰনা ভয়ংকৰ সংক্ৰমণ। সোমবাৰ দিনটোত সমগ্ৰ ৰাজ্যত ৬৯৮২জন ব্যক্তি নতুনকৈ আক্রান্ত হৈছে ক’ৰনাত। আক্রান্ত হাৰ ১০.৭৫শতাংশ।
উল্লেখ্য যে কামৰূপ(ম) আক্রান্ত ১৪৯১জন ধৰা পৰিছে এটা দিনত।
তাপৰ্যপূৰ্ণ কথা ক’ৰনা তৃতীয় ঢৌত ক্ৰমাৎ ভয়াৱহ সংক্ৰমণ দেখিবলৈ পোৱা গৈছে ৰাজ্যত।













