ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

গণতন্ত্ৰ দিৱসত সন্ত্ৰাসবাদীৰ আক্ৰমণৰ লক্ষ্য হ’ব পাৰে মোদী তথা অতিথিবৰ্গ

News Desk by News Desk
January 18, 2022
Reading Time: 1 min read
A A
0
গণতন্ত্ৰ দিৱসত সন্ত্ৰাসবাদীৰ আক্ৰমণৰ লক্ষ্য হ’ব পাৰে মোদী তথা অতিথিবৰ্গ

New Logo Very Smal | ASSAM TIMES POST

RELATED POSTS

Warning before earthquake : ভূমিকম্পৰ আগতে সতৰ্কবাৰ্তা : কম্পনৰ আগতে গুগলে কি দৰে দিয়ে জাননী

Passport row : পাছপ’ৰ্ট নাগৰিকত্বৰ প্ৰমাণ নহয় নেকি? মোদী চৰকাৰলৈ বিৰোধীৰ আঙুলি

Bangladesh Visa : প্ৰায় দুবছৰৰ অন্তত বাংলাদেশীৰ বাবে পৰ্যটন ভিছা প্ৰৱৰ্তন কৰিব ভাৰতে

নিউজ ডেস্কঃ

গণতন্ত্র দিৱসত আক্ৰমণৰ ষড়যন্ত্ৰ সন্ত্ৰাসবাদীৰ। প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ ওপৰত আক্ৰমণ সংঘটিত হ’ব পাৰে বুলি সাৱধানবাণী চোৰাংচোৱা বিভাগৰ। অন্যান্য বিশিষ্ট ব্যক্তিসকলৰ ওপৰতো আক্ৰমণৰ আশংকা কৰা হৈছে।

এক সর্বভাৰতীয় সংবাদ মাধ্যমে চোৰাংচোৱা বিভাগৰ ৰিপোর্টৰ ভিত্তিত এই কথা প্ৰকাশ কৰিছে। তাত কোৱা হৈছে যে দেশৰ ৭৫ সংখ্যক গণতন্ত্র দিৱসত আক্ৰমণৰ আশঙ্কা আছে প্রধানমন্ত্রী আৰু অভ্যাগতসকলৰ ওপৰত। এই বছৰ কুচকাৱাজ অনুষ্ঠানলৈ আমন্ত্রণ জনোৱা হ’ব পাৰে কাজাখস্তান, কিৰ্গিজস্তান, তাজাকিস্তান, তুর্কমেনিস্তান আৰু উজবেকিস্তানৰ ৰাষ্ট্রনায়কসকলক। ৰিপোর্টত কোৱা হৈছে, আক্ৰমণৰ আশঙ্কা আছে পাকিস্তান আৰু পাকিস্তান-আফগানিস্তান অঞ্চলৰ সন্ত্ৰাসবাদী সংগঠনবোৰৰ পৰা। সংগঠনবোৰৰ লক্ষ্য অভ্যাগতসকল। ইয়াৰ উপৰি ভিৰ এলেকা, জনসমাবেশ আৰু গুৰুত্বপূর্ণ অট্টালিকাও আছে লক্ষ্যত।

এই সন্ত্ৰাসবাদীৰ নেপথ্যত আছে লস্কৰ-ই-তৈবা, দ্য ৰেজিষ্টেন্স ফৰ্চ, জইশ-ই-মহম্মদ, হৰকত-উল মুজাহিদিন, হিজবুল মুজাহিদিন। পাকিস্তানত অৱস্থিত খালিস্তানি সন্ত্ৰাসবাদী সংগঠনবোৰো সক্রিয় হোৱাৰ খবৰ পোৱা গৈছে। সেইবোৰে পঞ্জাব আৰু অন্যান্য ৰাজ্যত কূটাঘাতমূলক কাৰ্যৰ ষড়যন্ত্ৰ ৰচিছে।

Tags: Featured
Share4Tweet3Send

Related Posts

Warning before earthquake : ভূমিকম্পৰ আগতে সতৰ্কবাৰ্তা : কম্পনৰ আগতে গুগলে কি দৰে দিয়ে জাননী
National-International

by News Desk
June 25, 2026
50
Passport row : পাছপ’ৰ্ট নাগৰিকত্বৰ প্ৰমাণ নহয় নেকি? মোদী চৰকাৰলৈ বিৰোধীৰ আঙুলি
National-International

Passport row : পাছপ’ৰ্ট নাগৰিকত্বৰ প্ৰমাণ নহয় নেকি? মোদী চৰকাৰলৈ বিৰোধীৰ আঙুলি

by News Desk
June 25, 2026
50
Bangladesh Visa : প্ৰায় দুবছৰৰ অন্তত বাংলাদেশীৰ বাবে পৰ্যটন ভিছা প্ৰৱৰ্তন কৰিব ভাৰতে
National-International

Bangladesh Visa : প্ৰায় দুবছৰৰ অন্তত বাংলাদেশীৰ বাবে পৰ্যটন ভিছা প্ৰৱৰ্তন কৰিব ভাৰতে

by News Desk
June 25, 2026
50
CBI raid : চাইবাৰ অপৰাধীৰ বিৰুদ্ধে অসমকে ধৰি দেশৰ ১৬ ৰাজ্যত চিবিআইৰ অভিযান
National-International

CBI raid : চাইবাৰ অপৰাধীৰ বিৰুদ্ধে অসমকে ধৰি দেশৰ ১৬ ৰাজ্যত চিবিআইৰ অভিযান

by News Desk
June 25, 2026
50
Indian Passport : কোনখন দেশত পাছপোৰ্টৰ ব্যয় সৰ্বাধিক? ভাৰতত কিমান?
National-International

Passport row । পাছপ’ৰ্ট নাগৰিকত্বৰ প্ৰমাণ নহয়, বৈদেশিক মন্ত্ৰালয়ৰ ঘোষণাৰ পিছতে তীব্ৰ প্ৰতিক্ৰিয়া

by Staff Reporter
June 25, 2026
50
NEET Paper leak : অতীতৰ পৰা শিক্ষা লোৱা নাই, এনটিএৰ পৰা উত্তৰ তলৱ উচ্চতম ন্যায়ালয়ৰ
National-International

NEET paper leak I নীট প্ৰশ্নকাকত ফাদিলত অৱশেষত ভুল স্বীকাৰ শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ

by Staff Reporter
June 25, 2026
50
ADVERTISEMENT
Fifa world cup 2026 : কানছাছ চিটিত কেৱল মেছি : এইবাৰ ‘বেবী মেছি’, নিশাৰ ভিতৰত হৈ পৰিল চেলিব্ৰিটি
Sports News

Fifa world cup 2026 : কানছাছ চিটিত কেৱল মেছি : এইবাৰ ‘বেবী মেছি’, নিশাৰ ভিতৰত হৈ পৰিল চেলিব্ৰিটি

June 25, 2026
50
Earthquake in Japan : ভেনিজুৱেলাৰ পিছত জাপানত ভূমিকম্প : হাজাৰ হাজাৰ লোক দৌৰি ওলাই আহিল ৰাজপথলৈ
Earthquake

Earthquake in Venezuela : ভেনিজুৱেলাত ভয়াবহ পৰিণতি : ১০০ বছৰৰ ভিতৰত ভয়াবহ ভূমিকম্প, আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্প আৰু ভাৰতৰ প্ৰধান মন্ত্ৰী মোডী সহায়ৰ বাবে সাজু
Earthquake

Earthquake in Venezuela : ভেনিজুৱেলাত ভয়াবহ পৰিণতি : ১০০ বছৰৰ ভিতৰত ভয়াবহ ভূমিকম্প, আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্প আৰু ভাৰতৰ প্ৰধান মন্ত্ৰী মোডী সহায়ৰ বাবে সাজু

June 25, 2026
50
Warning before earthquake : ভূমিকম্পৰ আগতে সতৰ্কবাৰ্তা : কম্পনৰ আগতে গুগলে কি দৰে দিয়ে জাননী
National-International

Warning before earthquake : ভূমিকম্পৰ আগতে সতৰ্কবাৰ্তা : কম্পনৰ আগতে গুগলে কি দৰে দিয়ে জাননী

June 25, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Fifa world cup 2026 : কানছাছ চিটিত কেৱল মেছি : এইবাৰ ‘বেবী মেছি’, নিশাৰ ভিতৰত হৈ পৰিল চেলিব্ৰিটি

Fifa world cup 2026 : কানছাছ চিটিত কেৱল মেছি : এইবাৰ ‘বেবী মেছি’, নিশাৰ ভিতৰত হৈ পৰিল চেলিব্ৰিটি

June 25, 2026
Earthquake in Japan : ভেনিজুৱেলাৰ পিছত জাপানত ভূমিকম্প : হাজাৰ হাজাৰ লোক দৌৰি ওলাই আহিল ৰাজপথলৈ

Earthquake in Japan : ভেনিজুৱেলাৰ পিছত জাপানত ভূমিকম্প : হাজাৰ হাজাৰ লোক দৌৰি ওলাই আহিল ৰাজপথলৈ

June 25, 2026
Earthquake in Venezuela : ভেনিজুৱেলাত ভয়াবহ পৰিণতি : ১০০ বছৰৰ ভিতৰত ভয়াবহ ভূমিকম্প, আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্প আৰু ভাৰতৰ প্ৰধান মন্ত্ৰী মোডী সহায়ৰ বাবে সাজু

Earthquake in Venezuela : ভেনিজুৱেলাত ভয়াবহ পৰিণতি : ১০০ বছৰৰ ভিতৰত ভয়াবহ ভূমিকম্প, আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্প আৰু ভাৰতৰ প্ৰধান মন্ত্ৰী মোডী সহায়ৰ বাবে সাজু

June 25, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT