![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
শেহতীয়া ক’ৰনা দ্ৰুত সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত বিশ্বনাথ জিলা প্ৰশাসনৰ ঘোষণা। জিলাখনৰ সকলোবোৰ বনভোজস্থলী বন্ধ ঘোষণা প্ৰশাসনৰ। জিলাখনৰ উপায়ুক্ত দেৱকুমাৰ মিশ্ৰই আজি এক জাননী জৰিয়তে প্ৰকাশ কৰে এই কথা। উল্লেখ যে সমগ্ৰ ৰাজ্যত শেহতীয়াভাৱে ক’ৰনা দ্ৰুত ভাৱে সংক্ৰমণ আৰম্ভ হৈছে।
অসমত এটা দিনতে আক্রান্ত হাৰে ৮ হাজাৰৰ ঘৰ অতিক্ৰম কৰিছে।













