![]()
ষ্টাফ ৰিপ’ৰ্টাৰ:
ৰাজ্যত নিতৌ বৃদ্ধি পাইছে আক্ৰান্ত লোকৰ সংখ্যা৷যোৱা ২৪ ঘন্টাত ৰাজ্যত ৫৬,৮৪৯ টা পৰীক্ষা সম্পাদন কৰাৰ পিছত নতুনকৈ ৬৮৯৭ গৰাকী লোক কোভিড-১৯ত আক্ৰান্ত হোৱা বুলি পৰীক্ষাত ধৰা পৰিছে ।
ইয়াৰে ১৫৬১জন কামৰূপ মেট্ৰ’ৰ।শনিবাৰৰ দিনটোত আক্ৰান্তৰ গড় হৈছে ১২.১৩ শতাংশ।
আনহাতে,শুকুৰবাৰৰ দিনটোত মৃত্যু হৈছে ১৫ জন ব্যক্তিৰ৷ উল্লেখ্য যে ৰাজ্যত সুস্থৰ হাৰ ৯২.৩১ শতাংশ।













