![]()
ষ্টাফ ৰিপৰ্টাৰঃ
নগাওঁ : অসম আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধানগৰাকীয়ে নগাঁও সদৰ থানাত উপস্থিত হৈ নগাঁৱৰ গুলিচালন ঘটনাৰ বিষয়ে বুজ লয়। তেওঁ সংবাদমাধ্যমক জানিবলৈ দিছে যে নগঞাঁ ৰাইজ তথা দল-সংগঠনৰ দাবীক সঁহাৰি জনাই নগাঁৱৰ এনকাউণ্টাৰৰ ঘটনাটোৰ এক উচ্চ পৰ্যায়ৰ তদন্ত দিয়া হৈছে। তদন্ত সম্পূৰ্ণ হ’লে, ইয়াৰ প্ৰতিবেদন ৰাজহুৱা কৰা হ’ব। লগতে তেওঁ জানিবলৈ দিয়ে যে গুলিচালনা কৰা আৰক্ষী জোৱানক ইতিমধ্যে ৰিজাৰ্ভ ক্লজ কৰা হৈছে।












