![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ক’ৰনা বাবে ৰাজ্যত মঙলবাৰৰ পৰা অষ্টম শ্রেণীলৈকে বিদ্যালয় বন্ধৰ ঘোষণা। সোমবাৰে প্ৰকাশ কৰা এছ অ পিত ৰাজ্য চৰকাৰে এই কথা উল্লেখ্য কৰিছে।
উল্লেখ্য স্নাতক, স্নাতকোত্তৰ লগতে অন্যান্য শ্রেণীসমূহ বাহাল থাকিব।
গুৰুত্বপূৰ্ণ কথা ক’ৰনা আক্রান্ত হাৰ বৃদ্ধি পোৱা বাবেই চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। পূৰ্বতে কেৱল কামৰূপ(ম) জিলাতহে অষ্টম শ্রেণীলৈ শিক্ষানুষ্ঠান বন্ধ ঘোষণা কৰিছিল। ৰাজ্যৰ অন্য জিলাত পঞ্চম শ্রেণীলৈ বন্ধ হৈ আছিল শিক্ষানুষ্ঠান।













