![]()
নিউজ ডেস্কঃ
অসমবাসীলৈ ভাল খবৰ।ভাৰতীয় সেনাক নেতৃত্ব দিব এগৰাকী অসম সন্তানে।অসম সন্তান লে:জে: ৰাণা প্ৰতাপ কলিতা ভাৰতীয়সেনা ইষ্টাৰ্ণ কামাণ্ডৰ GOC-IN-CHIEF দায়িত্ব গ্ৰহণ।ভাৰতীয় সেনাৰ উক্ত পদত অধিষ্ঠিত প্ৰথমগৰাকী অসমীয়া হৈছে কলিতা।
উল্লেখ্য কামৰূপ জিলা ৰঙিয়াত ঘৰ সেনা বিষয়া গৰাকী।কলিতা উক্ত পদত অধিষ্ঠিত উত্তৰ-পূৱৰ প্ৰথমগৰাকী সেনা বিষয়া।কলিতা এই পদৰ দায়িত্ব গ্ৰহণৰ পাছতেই টুইটাৰত শুভেচ্ছা জনাই অসম আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই।













