![]()
নিউজ ডেস্কঃ
পদ্ম বিভূষণ
শ্ৰীমতী প্ৰভা আত্ৰে, কলা, মহাৰাষ্ট্ৰ
শ্ৰী ৰাধেশ্যাম খেমকা (মৰণোত্তৰ), সাহিত্য আৰু শিক্ষা, উত্তৰ প্ৰদেশ
জেনেৰেল বিপিন ৰাৱাট (মৰণোত্তৰ), অসামৰিক সেৱা, উত্তৰাখণ্ড
শ্ৰী কল্যাণ সিং (মৰণোত্তৰ), ৰাজহুৱা পৰিক্ৰমা, উত্তৰ প্ৰদেশ
পদ্ম ভূষণ
শ্ৰী গুলাম নবী আজাদ, ৰাজহুৱা পৰিক্ৰমা, জম্মু-কাশ্মীৰ
শ্ৰী ভিক্টৰ বেনাৰ্জী, কলা, পশ্চিমবংগ
শ্ৰীমতী গুৰমিত বাৱা (মৰণোত্তৰ), কলা, পঞ্জাব
শ্ৰী বুদ্ধদেৱ ভট্টাচাৰ্য, ৰাজহুৱা পৰিক্ৰমা, পশ্চিমবংগ
শ্ৰী নটৰাজন চন্দ্ৰশেখৰণ, বাণিজ্য আৰু উদ্যোগ, মহাৰাষ্ট্ৰ
শ্ৰী কৃষ্ণ এলা আৰু শ্ৰীমতী সুচিত্ৰা এলা (যুটীয়া), বাণিজ্য আৰু উদ্যোগ, তেলেংগানা
শ্ৰীমতী মধুৰ জাফৰী, অন্যান্য-উপনিবেশিক, আমেৰিকা যুক্তৰাষ্ট্ৰ
শ্ৰী দেৱেন্দ্ৰ ঝাঝাৰিয়া, ক্ৰীড়া, ৰাজস্থান
শ্ৰী ৰছিদ খান, কলা, উত্তৰ প্ৰদেশ
শ্ৰী ৰাজীৱ মেহঋষি, অসামৰিক সেৱা, ৰাজস্থান
শ্ৰী সত্য নাৰায়ণ নাদেলা, বাণিজ্য আৰু উদ্যোগ, আমেৰিকা যুক্তৰাষ্ট্ৰ
শ্ৰী সুন্দৰৰাজন পিচাই, বাণিজ্য আৰু উদ্যোগ, আমেৰিকা যুক্তৰাষ্ট্ৰ
শ্ৰী চাইৰাছ পুনাৱালা, বাণিজ্য আৰু উদ্যোগ, মহাৰাষ্ট্ৰ
শ্ৰী সঞ্জয় ৰাজাৰাম (মৰণোত্তৰ), বিজ্ঞান আৰু অভিযান্ত্ৰিক, মেক্সিকো
শ্ৰীমতী প্ৰতিভা ৰায়, সাহিত্য আৰু শিক্ষা, ওড়িশা
স্বামী সচিদানন্দ, সাহিত্য আৰু শিক্ষা, গুজৰাট
শ্ৰী বশিষ্ঠ ত্ৰিপাঠী, সাহিত্য আৰু শিক্ষা, উত্তৰ প্ৰদেশ
পদ্মশ্ৰী
শ্ৰী প্ৰহ্লাদ ৰায় আগৰৱালা, বাণিজ্য আৰু উদ্যোগ, পশ্চিমবংগ
অধ্যাপক নাজমা আখতাৰ, সাহিত্য আৰু শিক্ষা, দিল্লী
শ্ৰী সুমিত এণ্টিল, ক্ৰীড়া, হাৰিয়ানা
শ্ৰী টি চেংকা আও, সাহিত্য আৰু শিক্ষা, নাগালেণ্ড
শ্ৰীমতী কামালিনী আস্থানা আৰু শ্ৰীমতী নলিনী আস্থানা (যুটীয়া), কলা, উত্তৰ প্ৰদেশ
শ্ৰী চুব্বান্না আয়াপ্পান, বিজ্ঞান আৰু অভিযান্ত্ৰিক, কৰ্ণাটক
শ্ৰী জে কে বাজাজ, সাহিত্য আৰু শিক্ষা, দিল্লী
শ্ৰী চিৰপি বালসুব্ৰমনিয়াম, সাহিত্য আৰু শিক্ষা, তামিলনাডু
শ্ৰীমাদ বাবা বালিয়া, সামাজিক কৰ্ম, ওড়িশা
শ্ৰীমতী সংঘমিত্ৰ বন্দ্যোপাধ্যায়, বিজ্ঞান আৰু অভিযান্ত্ৰিক, পশ্চিমবংগ
শ্ৰীমতী মাধুৰী বৰ্থৱাল, কলা, উত্তৰাখণ্ড
শ্ৰী আখোনে আছগৰ আলী বাছাৰত, সাহিত্য আৰু শিক্ষা, লাডাখ
ডঃ হিম্মতৰাও বাৱাস্কাৰ, মেডিচিন, মহাৰাষ্ট্ৰ
শ্ৰী হাৰমোহিন্দৰ সিং বেদী, সাহিত্য আৰু শিক্ষা, পঞ্জাব
শ্ৰী প্ৰমোদ ভগত, ক্ৰীড়া, ওড়িশা
শ্ৰী এছ বলেশ ভজন্ত্ৰী, কলা, তামিলনাডু
শ্ৰী খাণ্ডু ৱাংচুক ভূটিয়া, কলা, ছিকিম
শ্ৰী মাৰিয়া ক্ৰিষ্টোফাৰ বাইৰ্স্কি, সাহিত্য আৰু শিক্ষা, পোলেণ্ড
আচাৰ্য চন্দনাজী, সামাজিক কৰ্ম, বিহাৰ
শ্ৰীমতী সুলোচনা চৱন, কলা, মহাৰাষ্ট্ৰ
শ্ৰী নীৰজ চোপ্ৰা, ক্ৰীড়া, হাৰিয়ানা
শ্ৰীমতী শকুন্তলা চৌধুৰী, সামাজিক কৰ্ম, অসম
শ্ৰী শংকৰনাৰায়ণ মেনন চুণ্ডাইল, ক্ৰীড়া, কেৰালা
শ্ৰী এছ দামোদৰণ, সামাজিক কৰ্ম, তামিলনাডু
শ্ৰী ফৈজল আলী দাৰ, ক্ৰীড়া, জম্মু-কাশ্মীৰ
শ্ৰী জগজিৎ সিং দৰ্দি, বাণিজ্য আৰু উদ্যোগ, চণ্ডীগড়
ডাঃ প্ৰকাৰ দাসগুপ্তা, মেডিচিন ইউ কে
শ্ৰী আদিত্য প্ৰসাদ দাশ, বিজ্ঞান আৰু অভিযান্ত্ৰিক, ওড়িশা
ডঃ লতা দেশা, মেডিচিন, গুজৰাট
শ্ৰী মালজী ভাই দেশাই, ৰাজহুৱা পৰিক্ৰমা, গুজৰাট
শ্ৰীমতী বাসন্তী দেৱী, সামাজিক কাম, উত্তৰাখণ্ড
শ্ৰীমতী লৌৰেম্বাম বিনো দেৱী, কলা, মণিপুৰ
শ্ৰীমতী মুক্তি মণি দেৱী, বাণিজ্য আৰু উদ্যোগ, মণিপুৰ
শ্ৰীমতী শ্যামামণি দেৱী, কলা, ওড়িশা
শ্ৰী খলিল ধনতেজৱী (মৰণোত্তৰ), সাহিত্য আৰু শিক্ষা, গুজৰাট
শ্ৰী সৱাজী ভাই ঢোলাকিয়া, সামাজিক কৰ্ম, গুজৰাট
শ্ৰী অৰ্জুন সিং ধুৰ্ভে, কলা, মধ্য প্ৰদেশ
ডঃ বিজয় কুমাৰ বিনায়ক ডংৰে, মেডিচিন, মহাৰাষ্ট্ৰ
শ্ৰী চন্দ্ৰপ্ৰকাশ দ্বিবেদী, কলা, ৰাজস্থান
শ্ৰী ধনেশ্বৰ ইংতি, সাহিত্য আৰু শিক্ষা, অসম
শ্ৰী ওম প্ৰকাশ গান্ধী, সামাজিক কৰ্ম, হাৰিয়ানা
শ্ৰী নৰসিংহ ৰাও গৰিকাপতি, সাহিত্য আৰু শিক্ষা, অন্ধ্ৰপ্ৰদেশ
শ্ৰী গিৰধাৰী ৰাম ঘোঞ্জু (মৰণোত্তৰ), সাহিত্য আৰু শিক্ষা, ঝাৰখণ্ড
শ্ৰী শৈবল গুপ্তা (মৰণোত্তৰ), সাহিত্য আৰু শিক্ষা, বিহাৰ
শ্ৰী নৰসিংহ প্ৰসাদ গুৰু, সাহিত্য আৰু শিক্ষা, ওড়িশা
শ্ৰী গোসাবেদু শ্বেখ হাছান (মৰণোত্তৰ), কলা, অন্ধ্ৰ প্ৰদেশ
শ্ৰী ৰিয়ুকো হীৰা, বাণিজ্য আৰু উদ্যোগ, জাপান
শ্ৰীমতী চোচাম্মা আইপে, পশুপালন, কেৰালা
শ্ৰী অৱধ কিশোৰ জাদিয়া, সাহিত্য আৰু শিক্ষা, মধ্য প্ৰদেশ
শ্ৰীমতী চ’কাৰ জানকী, কলা, তামিলনাডু
শ্ৰীমতী তাৰা জৌহৰ, সাহিত্য আৰু শিক্ষা, দিল্লী
শ্ৰীমতী বন্দনা কাটাৰিয়া, ক্ৰীড়া, উত্তৰাখণ্ড
শ্ৰী এইচ আৰ কেশৱমূৰ্তি, কলা, কৰ্ণাটক
শ্ৰী ৰাটগাৰ্ছ কৰ্টেনহৰ্ষ্ট, সাহিত্য আৰু শিক্ষা, আয়াৰলেণ্ড
শ্ৰী পি নাৰায়ণ কুৰুপ, সাহিত্য আৰু শিক্ষা, কেৰালা
শ্ৰীমতী অৱনী লেখাৰা, ক্ৰীড়া, ৰাজস্থান
শ্ৰীমতী লাল মদন, বিজ্ঞান আৰু অভিযান্ত্ৰিক, হাৰিয়ানা
শ্ৰী শিৱনাথ মিশ্ৰ, কলা, উত্তৰ প্ৰদেশ
ডঃ নৰেন্দ্ৰ প্ৰসাদ মিশ্ৰা (মৰণোত্তৰ), মেডিচিন, মধ্য প্ৰদেশ
শ্ৰী দৰ্শনম মোগিলায়া, কলা, তেলেংগানা
শ্ৰী গুৰুপ্ৰসাদ মহাপাত্ৰ (মৰণোত্তৰ), অসামৰিক সেৱা, দিল্লী
শ্ৰী থাভিল কংগামপাট্টু এ ভি মুৰুগিয়ান, কলা, পুডুচেৰী
শ্ৰীমতী আৰ মুথুকান্নামল, কলা, তামিলনাডু
শ্ৰী আব্দুল খাদেৰ নাদাকাট্টিন, তৃণমূল উদ্ভাৱক, কৰ্ণাটক
শ্ৰী আমাই মহালিঙ্গ নায়েক, কৃষি, কৰ্ণাটক
শ্ৰী চেৰিং নামগিয়াল, কলা, লাডাখ
শ্ৰী এ কে চি নটৰাজন, কলা, তামিলনাডু
শ্ৰী ভি এল নঘকা, সাহিত্য আৰু শিক্ষা, মিজোৰাম
শ্ৰী চনু নিগম, কলা, মহাৰাষ্ট্ৰ
শ্ৰী ৰাম সহায় পাণ্ডে, কলা, মধ্য প্ৰদেশ
শ্ৰী চিৰাপত প্ৰপণ্ডবিদ্যা, সাহিত্য আৰু শিক্ষা, থাইলেণ্ড
শ্ৰীমতী কে ভি ৰাবিয়া, সামাজিক কৰ্ম, কেৰালা
শ্ৰী অনিল কুমাৰ ৰাজবংশী, বিজ্ঞান আৰু অভিযান্ত্ৰিক, মহাৰাষ্ট্ৰ
শ্ৰী শীষ ৰাম, কলা, উত্তৰ প্ৰদেশ
শ্ৰী ৰামচন্দ্ৰিয়া, কলা, তেলেংগানা
ডঃ সুঙ্কাৰা ভেঙ্কট আদিনাৰায়ণ ৰাও, মেডিচিন, অন্ধ্ৰপ্ৰদেশ
শ্ৰীমতী গামিত ৰমিলাবেন ৰশ্মিংভাই, সামাজিক কৰ্ম, গুজৰাট
শ্ৰীমতী পদ্মজা ৰেড্ডী, কলা, তেলেংগানা
গুৰু টুলকু ৰিনপোচে, আধ্যাত্মিকতাবাদ, অৰুণাচল প্ৰদেশ
শ্ৰী ব্ৰহ্মানন্দ শংখৱালকাৰ, ক্ৰীড়া, গোৱা
শ্ৰী বিদ্যানন্দ চাৰেক, সাহিত্য আৰু শিক্ষা, হিমাচল প্ৰদেশ
শ্ৰী কালী পদ সৰেন, সাহিত্য আৰু শিক্ষা, পশ্চিমবংগ
ডঃ বীৰাস্বামী চেচিয়াহ, মেডিচিন, তামিলনাডু
শ্ৰীমতী প্ৰভাবেন শ্বাহ, সামাজিক কৰ্ম, দাদৰ-নগৰ হাভেলি আৰু দমন আৰু দিউ
শ্ৰী দিলীপ শাহানী, সাহিত্য আৰু শিক্ষা, দিল্লী
শ্ৰী ৰাম দয়াল শৰ্মা, কলা, ৰাজস্থান
শ্ৰী বিশ্বমূৰ্তি শাস্ত্ৰী, সাহিত্য আৰু শিক্ষা, জম্মু-কাশ্মীৰ
শ্ৰীমতী তাতিয়ানা লভোভনা শৌম্যন, সাহিত্য আৰু শিক্ষা, ৰাছিয়া
শ্ৰী সিদ্ধালিঙ্গায় (মৰণোত্তৰ),সাহিত্য আৰু শিক্ষা, কৰ্ণাটক
শ্ৰী কাজী সিং, কলা, পশ্চিমবংগ
শ্ৰী কোনচাম ইবোমচা সিং, কলা, মণিপুৰ
শ্ৰী প্ৰেম সিং, সামাজিক কৰ্ম, পঞ্জাব
শ্ৰী শেঠ পাল সিং, কৃষি, উত্তৰ প্ৰদেশ
শ্ৰীমতী বিদ্যা বিন্দু সিং, সাহিত্য আৰু শিক্ষা, উত্তৰ প্ৰদেশ
বাবা ইকবাল সিংজী, সামাজিক কৰ্ম, পঞ্জাব
ডঃ ভীমসেন সিংঘল, মেডিচিন, মহাৰাষ্ট্ৰ
শ্ৰী শিৱানন্দ, যোগ, উত্তৰ প্ৰদেশ
শ্ৰী অজয় কুমাৰ সোনকাৰ, বিজ্ঞান আৰু অভিযান্ত্ৰিক, উত্তৰ প্ৰদেশ
শ্ৰীমতী অজিতা শ্ৰীবাস্তৱ, কলা, উত্তৰ প্ৰদেশ
সদগুৰু ব্ৰহ্মেশানন্দ আচাৰ্য স্বামী, আধ্যাত্মিকতাবাদ, গোৱা
ডঃ বালাজী তাম্বে (মৰণোত্তৰ), মেডিচিন, মহাৰাষ্ট্ৰ
শ্ৰী ৰঘুবেন্দ্ৰ তানৱাৰ, সাহিত্য আৰু শিক্ষা, হাৰিয়ানা
ডঃ কমলাকাৰ ত্ৰিপাঠী, মেডিচিন, উত্তৰ প্ৰদেশ
শ্ৰীমতী ললিতা ভাকিল, কলা, হিমাচল প্ৰদেশ
শ্ৰীমতী দুৰ্গা বাই ব্যাম, কলা, মধ্য প্ৰদেশ
শ্ৰী জয়ন্তকুমাৰ মগনলাল ব্যাস, বিজ্ঞান আৰু অভিযান্ত্ৰিক, গুজৰাট
শ্ৰীমতী বাডাপ্লিন ৱাৰ, সাহিত্য আৰু শিক্ষা, মেঘালয়













