![]()
নিউজ ডেস্কঃ
কোভিডত আক্রান্ত সাংসদ প্ৰদ্যুৎ বৰদলৈ।নগাঁও লোকসভাৰ সমষ্টি কংগ্ৰেছৰ সাংসদ গৰাকী কোভিড আক্রান্ত ধৰা পৰিছে পৰীক্ষাত।
উল্লেখ্য যে বাসগৃহতে আছুতীয়াকৈ আছে বৰদলৈ।গুৰুত্বপূৰ্ণ কথা যে শেহতীয়াকৈ কংগ্ৰেছৰ বহুকেইটা কাৰ্যসূচীত অংশগ্ৰহণ কৰিছিল সাংসদ গৰাকী।বৰ্তমান স্বাস্থ্য প্ৰায় সুস্থ বুলি জানিব পৰা গৈছে।













