![]()
নিউজ ডেস্কঃ
নগাঁৱৰ প্ৰাক্তন ছাত্ৰ নেতা কীৰ্তি কমল বৰা আজি সম্পন্ন হব ভৰি অস্ত্ৰোপচাৰ।গুৱাহাটী মেডিকেল কলেজ হাস্পতালত অস্ত্ৰোপচাৰ হব গুলিবিদ্ধ ছাত্ৰ নেতা গৰাকী।চিকিৎসক ডাঃ সমৰজ্যোতি গগৈ নেতৃত্বত সম্পন্ন হব অস্ত্ৰোপচাৰ।
উল্লেখ্য সো-ভৰিত গুলিবিদ্ধ কীৰ্তি কমল বৰা অস্ত্ৰোপচাৰৰ পাছত স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিবলৈ প্ৰয়োজন হব প্ৰায় ২মাহ।শাৰীৰিক কচৰতৰ জৰিয়তে নিজকে সবল কৰি তোলাত বৰাই চেষ্টা কৰিব লাগিব বুলিও চিকিৎসকসকলে উল্লেখ্ কৰিছে।
তাপৰ্যপূৰ্ণ কথা ক’ৰনা নিগেটিভ অহা বাবেই আজি অস্ত্ৰোপচাৰ সম্পন্ন হব বৰা।













