![]()
নিউজ ডেস্কঃ
ৰাজ্য মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আজি ৫৩সংখ্যক জন্মদিন।
অনুৰাগীসকলে বিভিন্ন মাধ্যমেৰে শুভেচ্ছা জনাই মুখ্যমন্ত্ৰী গৰাকীক ।
সোমবাৰে নিশা অনুৰাগীসকলে বাসগৃহত উপস্থিত হৈ মুখ্যমন্ত্ৰীক শুভেচ্ছা জনাই।উল্লেখ্য যে বহু কেইটা কেক নিশাই কাটে শৰ্মাই।
আনহাতে, আজি মুখ্যমন্ত্ৰীয়ে জন্ম দিনৰ উপলক্ষে মহানগৰ জু-ৰোড তিনিআলিত নিৰ্মান হব লগা ৬০০ মিটাৰ দৈঘ্য উৰণীয়া হেতু নিৰ্মাণৰ কাম শুভাৰম্ভনি কৰিব।
ইয়াৰ পাছতে মুখ্যমন্ত্ৰী গান্ধীবস্তি এল পি স্কুলত উপস্থিত হব।












