![]()
নিউজ ডেস্কঃ
গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্থগিত হৈ থকা স্নাতকোত্তৰ আৰু এম.কমৰ পৰীক্ষা সময়সূচী প্ৰকাশ।অহা ১০ ফেব্ৰুৱাৰী পৰা অনুষ্ঠিত হ’ব এই পৰীক্ষা।২৬ফেব্ৰুৱাৰীত সামৰণি পৰিব পৰীক্ষা।মঙলবাৰে এখন জাননী জৰিয়তে বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষই ঘোষণা কৰিছে এই কথা।
উল্লেখ্য যে জাননীত প্ৰকাশ পোৱা অনুসৰি পৰীক্ষাৰ সামৰণি পাছতে ২৮ফেব্ৰুৱাৰী পৰা আৰম্ভ হব পুনৰ ষান্মাষিকৰ শ্রেণীসমূহ আৰম্ভ হব।
গুৰুত্বপূৰ্ণ পূৰ্বে সময়সূচী ঘোষণা কৰিও শেষ মুহূৰ্তত পৰীক্ষা স্থগিত কৰিছিল কৰ্তৃপক্ষই।












