ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

20BN CRPF-ৰ চিভিক একচন কাৰ্যসূচীৰ অধীনত কিতাপ, ফাৰ্ণিচাৰ প্ৰদান

News Desk by News Desk
February 10, 2022
Reading Time: 1 min read
A A
0

New Logo Very Smal | ASSAM TIMES POST

RELATED POSTS

Karbi Anglong flood : কার্বি আংলঙত পুনৰ বান পৰিস্থিতি, গৃহহীন শতাধিক পৰিয়াল

Karbi Anglong artificial flood : কৃত্ৰিম বানে ডুবালে কাৰ্বি পাহাৰৰ ধনশিৰি অঞ্চল

Nijut Moina scheme : ডিফুত মুখ্যমন্ত্ৰীৰ নিযুত মইনা-নিযুত বাবু আঁচনিৰ আবেদন-পত্ৰ বিতৰণ

ষ্টাফ ৰিপ’ৰ্টাৰ

ডিফু : CRPF-ৰ চিভিক একচন কাৰ্যসূচীৰ অন্তৰ্গত আজি ডিফু চন্দ্ৰছিং টেৰণ হাইস্কুলৰ পুথি ভঁৰাললৈ শতাধিক গ্ৰন্থ আৰু চকী মেজ প্ৰদান কৰা হয় ৷ ডিফুস্থিত ২০-Bn CRPF কোম্পানীৰ উদ্যোগত আজি দুপৰীয়া বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীৰ সুবিধাৰ্থে গ্ৰন্থ আৰু চকী-মেজ বিদ্যালয়খনলৈ দান কৰা হয় ৷ ডিফুস্থিত ২০ Bn CRPFৰ কামাণ্ডেণ্ট স্বৰ্ণ সিঙৰ উপস্থিতিত জিলা উপায়ুক্ত দিবাকৰ নাথে পুথি ভঁড়ালটিৰ শুভ উদ্ধোধন কৰে ৷

উপায়ুক্ত দিবাকৰ নাথে পুথি ভঁড়ালখনত CRPFৰ উচ্চ পদস্থ বিষয়া, বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে এক অন্তৰঙ্গ মুহূৰ্ত অতিবাহিত কৰে ৷ এই উপলক্ষে বিদ্যালয়খনৰ সভা কক্ষত ২০ Bn CRPF-ৰ উপ-কামাণ্ডেণ্ট আঁতধৰা আৰু কামাণ্ডেণ্ট স্বৰ্ণ সিঙে পৌৰোহিত্য কৰা সভাখনত উপায়ুক্ত দিবাকৰ নাথে নিজৰ ভাষণত ছাত্ৰ-ছাত্ৰীসকলৰ শাৰিৰীক, মানসিক বিকাশ সাধনৰ ওপৰত মনোজ্ঞ বাখ্যা আগবঢ়ায় ৷ পুথিভঁড়ালত থকা সমুদায় কিতাপ অধ্যয়ণ কৰিব পৰা ছাত্ৰক উপায়ুক্তজনৰ তৰফৰ পৰা পুৰষ্কৃত কৰা হ’ব বুলি মন্তব্য কৰে ৷

ইয়াৰোপৰি নিজৰ ভাষণ প্ৰসংগত ২০ Bn CRPFৰ কামাণ্ডেণ্ট স্বৰ্ণ সিঙে কয়যে চিআৰপিএফৰ চিভিক একচন কাৰ্যসূচীৰ অধীনত সমাজৰ পিছপৰা শ্ৰেনী আৰৱ প্ৰয়োজন হোৱা ঠাইত লগতে দুৰ্গম এলেকাত CRPF-য়ে নানা ধৰণৰ সামগ্ৰী বিতৰণ কৰি আহিছে ৷

ইয়াৰ ভিতৰত বিদ্যালয়সমূহো অন্যতম বুলি কয় ৷ সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত চন্দ্ৰছিং টেৰণ হাইস্কুলৰ প্ৰধান শিক্ষয়িত্ৰী অৰুণিমা পাঠকে চন্দ্ৰছিং টেৰণ হাইস্কুলৰ ছাত্ৰ-ছাত্ৰীসকলৰ উন্নতি সাধনৰ বাবে বিদ্যালয়খনৰ পুথি ভঁড়াললৈ ২০ Bn CRPF কোম্পানীয়ে আগবঢ়োৱা অৱদানৰ বাবে CRPFক কৃতজ্ঞতা জ্ঞাপন কৰে ৷ বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলৰ নৃত্য-গীতেৰে সকলোকে আপ্লুত কৰা পৰিলক্ষিত হয় ৷ আজিৰ উক্ত কাৰ্যসূচীত বিদ্যালয়খনৰ কেইবাগৰাকী শিক্ষক আৰু বিদ্যালয় পৰিচালনা সমিতিতিৰ প্ৰাক্তন সভাপতি মজাহীৰুল ইছলাম উপস্থিত থাকে৷

Tags: Featured
Share4Tweet3Send

Related Posts

Karbi Anglong flood : কার্বি আংলঙত পুনৰ বান পৰিস্থিতি, গৃহহীন শতাধিক পৰিয়াল
KARBI ANGLONG

Karbi Anglong flood : কার্বি আংলঙত পুনৰ বান পৰিস্থিতি, গৃহহীন শতাধিক পৰিয়াল

by News Desk
August 9, 2026
50
Karbi Anglong artificial flood : কৃত্ৰিম বানে ডুবালে কাৰ্বি পাহাৰৰ ধনশিৰি অঞ্চল
KARBI ANGLONG

Karbi Anglong artificial flood : কৃত্ৰিম বানে ডুবালে কাৰ্বি পাহাৰৰ ধনশিৰি অঞ্চল

by News Desk
August 8, 2026
50
Nijut Moina scheme : ডিফুত মুখ্যমন্ত্ৰীৰ নিযুত মইনা-নিযুত বাবু আঁচনিৰ আবেদন-পত্ৰ বিতৰণ
KARBI ANGLONG

Nijut Moina scheme : ডিফুত মুখ্যমন্ত্ৰীৰ নিযুত মইনা-নিযুত বাবু আঁচনিৰ আবেদন-পত্ৰ বিতৰণ

by News Desk
August 6, 2026
50
Bokoliaghat school opening : বকলীয়াঘাটত ৮ কোটি ব্যয়সাপেক্ষে নির্মিত বিদ্যালয় ভৱন উদ্বোধন তুলিৰাম ৰংহাঙৰ
KARBI ANGLONG

Bokoliaghat school opening : বকলীয়াঘাটত ৮ কোটি ব্যয়সাপেক্ষে নির্মিত বিদ্যালয় ভৱন উদ্বোধন তুলিৰাম ৰংহাঙৰ

by News Desk
August 5, 2026
50
Budget session of KAAC : ১১৩৬.৩৫ কোটিৰ বাজেট গ্ৰহণেৰে কাৰ্বি আংলং স্বায়‌ত্তশাসিত পৰিষদৰ বাজেট অধিৱেশনৰ সামৰণি
KARBI ANGLONG

Budget session of KAAC : ১১৩৬.৩৫ কোটিৰ বাজেট গ্ৰহণেৰে কাৰ্বি আংলং স্বায়‌ত্তশাসিত পৰিষদৰ বাজেট অধিৱেশনৰ সামৰণি

by News Desk
August 4, 2026
50
Brutal murder : হাওৰাঘাটৰ উত্তৰ বৰবিলত নাৰকীয় হত্যাকাণ্ড :পুত্ৰৰ দাৰ ঘাপত প্ৰাণ গ’ল পিতৃৰ 
BREAKING NEWS

Brutal murder : হাওৰাঘাটৰ উত্তৰ বৰবিলত নাৰকীয় হত্যাকাণ্ড :পুত্ৰৰ দাৰ ঘাপত প্ৰাণ গ’ল পিতৃৰ 

by ASSAM TIMES POST
August 2, 2026
50
ADVERTISEMENT
Karbi Anglong flood : কার্বি আংলঙত পুনৰ বান পৰিস্থিতি, গৃহহীন শতাধিক পৰিয়াল
KARBI ANGLONG

Karbi Anglong flood : কার্বি আংলঙত পুনৰ বান পৰিস্থিতি, গৃহহীন শতাধিক পৰিয়াল

August 9, 2026
50
Meta vs Indian Govt : ডীপফেক আৰু ভুল তথ্য বন্ধ কৰাৰ পৰিকল্পনাৰ ৰোডমেপ জমা দিবলৈ মেটাক কেন্দ্ৰৰ নিৰ্দেশ
Digital Transformation

Meta vs Indian Govt : ডীপফেক আৰু ভুল তথ্য বন্ধ কৰাৰ পৰিকল্পনাৰ ৰোডমেপ জমা দিবলৈ মেটাক কেন্দ্ৰৰ নিৰ্দেশ

August 8, 2026
50
Karbi Anglong artificial flood : কৃত্ৰিম বানে ডুবালে কাৰ্বি পাহাৰৰ ধনশিৰি অঞ্চল
KARBI ANGLONG

Karbi Anglong artificial flood : কৃত্ৰিম বানে ডুবালে কাৰ্বি পাহাৰৰ ধনশিৰি অঞ্চল

August 8, 2026
50
Himachal bus tragedy : হিমাচলৰ চাম্বাত যাত্ৰীভৰ্তি বাছ ১০০ ফুট দ খাৱৈত পৰি নিহত ৭, আহত ১১
National-International

Himachal bus tragedy : হিমাচলৰ চাম্বাত যাত্ৰীভৰ্তি বাছ ১০০ ফুট দ খাৱৈত পৰি নিহত ৭, আহত ১১

August 8, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Karbi Anglong flood : কার্বি আংলঙত পুনৰ বান পৰিস্থিতি, গৃহহীন শতাধিক পৰিয়াল

Karbi Anglong flood : কার্বি আংলঙত পুনৰ বান পৰিস্থিতি, গৃহহীন শতাধিক পৰিয়াল

August 9, 2026
Meta vs Indian Govt : ডীপফেক আৰু ভুল তথ্য বন্ধ কৰাৰ পৰিকল্পনাৰ ৰোডমেপ জমা দিবলৈ মেটাক কেন্দ্ৰৰ নিৰ্দেশ

Meta vs Indian Govt : ডীপফেক আৰু ভুল তথ্য বন্ধ কৰাৰ পৰিকল্পনাৰ ৰোডমেপ জমা দিবলৈ মেটাক কেন্দ্ৰৰ নিৰ্দেশ

August 8, 2026
Karbi Anglong artificial flood : কৃত্ৰিম বানে ডুবালে কাৰ্বি পাহাৰৰ ধনশিৰি অঞ্চল

Karbi Anglong artificial flood : কৃত্ৰিম বানে ডুবালে কাৰ্বি পাহাৰৰ ধনশিৰি অঞ্চল

August 8, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx