ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

হাতত অফুৰন্ত সময় আছে নেকি? তেনেহ’লে দিল্লীৰ পৰা লণ্ডনলৈ যাওক বাছেৰে!

News Desk by News Desk
February 14, 2022
Reading Time: 1 min read
A A
0
হাতত অফুৰন্ত সময় আছে নেকি? তেনেহ’লে দিল্লীৰ পৰা লণ্ডনলৈ যাওক বাছেৰে!

New Logo Very Smal | ASSAM TIMES POST

RELATED POSTS

Financial fraud : বেংকৰ লকাৰ খুলি স্তম্ভিত আৰক্ষী, চৰকাৰী বিষয়াৰ পত্নীৰ নামত টকাৰ পাহাৰ

Jaish-e-Mohammad : পাক সন্ত্ৰাসবাদী সংগঠন জৈছৰ সৈতে যোগাযোগৰ অভিযোগত গ্ৰেপ্তাৰ মহিলা

Minor rape : ফুটপাথৰ পৰা উঠাই নি নাবালিকাক ধৰ্ষণ কৰি হত্যা, গ্ৰেপ্তাৰ অভিযুক্ত

নিউজ ডেস্কঃ

হাতত অফুৰন্ত সময় আছে? ভ্ৰমণ কৰি ভালপায়? টকাৰো অভাৱ নাই? তেনেহ’লে এবাৰ বাছত উঠি লণ্ডন যাব নেকি? দিল্লীৰ পৰা পোনে পোনে লণ্ডন।

মাজতে আৰু বহু কেইখন দেশ। সময় লাগিব মুঠ ৭০ দিন। বিচাৰিলেই যাব পাৰে। এইবাৰ এই সেৱা আনিছে হাৰিয়ানাৰ এটি কোম্পানীয়ে। অহা ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব এই সেৱা।

bus 2 | ASSAM TIMES POST

অৱশ্যে ইয়াৰ পূৰ্বেও আছিল এই বাছ সেৱা। কলকাতাৰ পৰা দিল্লী হৈ লণ্ডনলৈ গৈছিল বাছখন। সেয়া ১৯৫৭ চনৰ কথা। কেইবা বছৰো ধৰি চলিছিল উক্ত বাছ সেৱা। তাৰ পিছত এটি দুর্ঘটনাৰ কবলত পৰাত বন্ধ হৈ যায় বাছখনৰ সেৱা।

পিছত পুনৰ ছিডনিৰ পৰা কলকাতা হৈ লণ্ডনলৈ গৈছিল। ১৯৭৬ চনলৈ চলিছিল উক্ত দুই মহলীয়া বাছখন। ইয়াৰ পিছত ইৰান আৰু ভাৰত–পাকিস্তানৰ ৰাজনৈতিক কাৰণত উক্ত সেৱা বন্ধ হয়। এইবাৰ ৪৬ বছৰ পিছত পুনৰ আৰম্ভ হ’ব উক্ত সেৱা।

bus 3 | ASSAM TIMES POST

কিন্তু এইবাৰ চলিব বেলেগ পথেৰে৷ প্রথমে দিল্লীৰ পৰা কলকাতা, তাৰ পিছত ম্যানমাৰ। তাৰ পৰা থাইলেণ্ড, লাওছ, চীন, কিৰঘিজস্তান, উজবেকিস্তান, কাজাখস্তান, ৰাছিয়া, লাটাভিয়া, পোলেণ্ড, চেক গণতন্ত্র, জার্মানী, নেদাৰলেণ্ড, বেলজিয়াম আৰু ফ্রান্স হৈ লণ্ডনত উফস্থিত হ’ব। মুঠ ২০ হাজাৰ কিলোমিটাৰ পথ ভ্ৰমণৰ বাবে সময় ল’ব ৭০ দিন।

২০খন আসনৰ বাছখন প্রত্যেক যাত্রীৰ বাবে থাকিব পৃথক কেবিন, থাকিব আধুনিক সা–সুবিধাও। ভাৰা হ’ব প্ৰতিজনৰে ১৫ লাখকৈ। যাৱতীয় সকলো নথি-পত্ৰও দিব কোম্পানীটোৱেই৷

Tags: Featured
Share4Tweet3Send

Related Posts

Financial fraud : বেংকৰ লকাৰ খুলি স্তম্ভিত আৰক্ষী, চৰকাৰী বিষয়াৰ পত্নীৰ নামত টকাৰ পাহাৰ
National-International

by News Desk
June 23, 2026
50
Jaish-e-Mohammad : পাক সন্ত্ৰাসবাদী সংগঠন জৈছৰ সৈতে যোগাযোগৰ অভিযোগত গ্ৰেপ্তাৰ মহিলা
National-International

Jaish-e-Mohammad : পাক সন্ত্ৰাসবাদী সংগঠন জৈছৰ সৈতে যোগাযোগৰ অভিযোগত গ্ৰেপ্তাৰ মহিলা

by News Desk
June 23, 2026
50
Minor rape : ফুটপাথৰ পৰা উঠাই নি নাবালিকাক ধৰ্ষণ কৰি হত্যা, গ্ৰেপ্তাৰ অভিযুক্ত
National-International

Minor rape : ফুটপাথৰ পৰা উঠাই নি নাবালিকাক ধৰ্ষণ কৰি হত্যা, গ্ৰেপ্তাৰ অভিযুক্ত

by News Desk
June 23, 2026
50
Qatar factory blast । কাটাৰত গেছ উৎপাদন কাৰখানা বিস্ফোৰণত নিহত ১২ ভাৰতীয়
National-International

Qatar factory blast । কাটাৰত গেছ উৎপাদন কাৰখানা বিস্ফোৰণত নিহত ১২ ভাৰতীয়

by Staff Reporter
June 23, 2026
50
BrahMos missile । হাইপাৰছনিক হ’ব ছুপাৰছনিক ব্ৰহ্মছ মিছাইল, ভাৰত-ৰাছিয়াৰ যৌথ উদ্যোগ
National-International

BrohMos I ভাৰতৰ পৰা ব্ৰহ্মছ ক্ষেপণাস্ত্ৰ ক্ৰয় কৰিবলৈ আগ্ৰহী পশ্চিম এছিয়াৰ এখন দেশ

by Staff Reporter
June 23, 2026
50
Solicitor General I ছলিচিটৰ জেনেৰেল হিচাপে ৩ বছৰ কাৰ্যকাল বৃদ্ধি তুষাৰ মেহতাৰ
National-International

Solicitor General I ছলিচিটৰ জেনেৰেল হিচাপে ৩ বছৰ কাৰ্যকাল বৃদ্ধি তুষাৰ মেহতাৰ

by Staff Reporter
June 23, 2026
50
ADVERTISEMENT
Financial fraud : বেংকৰ লকাৰ খুলি স্তম্ভিত আৰক্ষী, চৰকাৰী বিষয়াৰ পত্নীৰ নামত টকাৰ পাহাৰ
National-International

Financial fraud : বেংকৰ লকাৰ খুলি স্তম্ভিত আৰক্ষী, চৰকাৰী বিষয়াৰ পত্নীৰ নামত টকাৰ পাহাৰ

June 23, 2026
50
Jaish-e-Mohammad : পাক সন্ত্ৰাসবাদী সংগঠন জৈছৰ সৈতে যোগাযোগৰ অভিযোগত গ্ৰেপ্তাৰ মহিলা
National-International

Jaish-e-Mohammad : পাক সন্ত্ৰাসবাদী সংগঠন জৈছৰ সৈতে যোগাযোগৰ অভিযোগত গ্ৰেপ্তাৰ মহিলা

June 23, 2026
50
Minor rape : ফুটপাথৰ পৰা উঠাই নি নাবালিকাক ধৰ্ষণ কৰি হত্যা, গ্ৰেপ্তাৰ অভিযুক্ত
National-International

Minor rape : ফুটপাথৰ পৰা উঠাই নি নাবালিকাক ধৰ্ষণ কৰি হত্যা, গ্ৰেপ্তাৰ অভিযুক্ত

June 23, 2026
50
KAAC Foundation day : কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ ৭৫ সংখ্যক প্ৰতিষ্ঠা দিৱস, ডিফুত উলহ-মালহেৰে উদযাপন
DIPHU

KAAC Foundation day : কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ ৭৫ সংখ্যক প্ৰতিষ্ঠা দিৱস, ডিফুত উলহ-মালহেৰে উদযাপন

June 23, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Financial fraud : বেংকৰ লকাৰ খুলি স্তম্ভিত আৰক্ষী, চৰকাৰী বিষয়াৰ পত্নীৰ নামত টকাৰ পাহাৰ

Financial fraud : বেংকৰ লকাৰ খুলি স্তম্ভিত আৰক্ষী, চৰকাৰী বিষয়াৰ পত্নীৰ নামত টকাৰ পাহাৰ

June 23, 2026
Jaish-e-Mohammad : পাক সন্ত্ৰাসবাদী সংগঠন জৈছৰ সৈতে যোগাযোগৰ অভিযোগত গ্ৰেপ্তাৰ মহিলা

Jaish-e-Mohammad : পাক সন্ত্ৰাসবাদী সংগঠন জৈছৰ সৈতে যোগাযোগৰ অভিযোগত গ্ৰেপ্তাৰ মহিলা

June 23, 2026
Minor rape : ফুটপাথৰ পৰা উঠাই নি নাবালিকাক ধৰ্ষণ কৰি হত্যা, গ্ৰেপ্তাৰ অভিযুক্ত

Minor rape : ফুটপাথৰ পৰা উঠাই নি নাবালিকাক ধৰ্ষণ কৰি হত্যা, গ্ৰেপ্তাৰ অভিযুক্ত

June 23, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT