![]()
নিউজ ডেস্কঃ
- নাটোৰ সদস্যভুক্ত ৩০খন দেশ একত্ৰিত হৈছে ৰাছিয়াৰ বিৰুদ্ধে
- নাটোৰ ৩০ দেশে সন্মিলিত আক্ৰমণ চলাব ৰাছিয়াৰ ওপৰত
- ইউক্ৰেইন সংবাদ মাধ্যমত এই খবৰ প্ৰকাশ
- ইউক্ৰেইনৰ সমৰ্থনত নাটোৰ ৩০ দেশে আক্ৰমণ কৰিব ৰাছিয়াৰ ওপৰত
- আমেৰিকা, ব্ৰিটেইনৰ দৰে মহা শক্তিধৰ দেশ আছে নাটোত
- আনহাতে, ৰাছিয়াৰ চাইবাৰ আক্ৰমণ ইউক্ৰেইনৰ ওপৰত
- সকলো ধৰণৰ সেৱা ব্যাহত ইউক্ৰেইনত
- হেকিং হৈছে দেশখনৰ সমগ্ৰ ৱেব ছাইট
- বেংক-এটিএম অচল
- অচল সকলো চৰকাৰী বিভাগ











