![]()
হোজাইৰ পৰা মনোজ কুমাৰ পাঠক
গুৱাহাটীৰ পিছত এইবাৰ ডবকাত। উচ্চ ক্ষমতা সম্পন্ন বিদ্যুৎৰ খুটিত উঠি আত্মহত্যাৰ চেষ্টা যুৱকৰ।
ডবকাৰ নাম ডবকা গাঁৱত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা। দুঘন্টা যোৰা এক শ্বাসৰোদ্ধকাৰী পৰিস্থিতিৰ পিছত উদ্ধাৰ কৰা হয় যুৱকজনক৷ পিতৃয়ে বাইক নিদিয়াৰ কাৰণে উঠিলে বিদ্যুতৰ খুটিত৷ যুৱকজনৰ নাম ৰিবুল ইছলাম৷
দুই লাখ বিশ হাজাৰ ভল্টৰ বিদ্যুৎৰ খুটিত উঠি আত্মহত্যাৰ চেষ্টা কৰিছিল যুৱকজনে৷












