ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

ডিফুত ৬৯ সংখ্যক আৰক্ষী দিৱস উদযাপন

ASSAM TIMES POST by ASSAM TIMES POST
October 1, 2019
Reading Time: 1 min read
A A
0
ডিফুত ৬৯ সংখ্যক আৰক্ষী দিৱস উদযাপন

logo atp | ASSAM TIMES POSTASSAM TIMES POST
ডিফুঃ সমগ্ৰ ৰাজ্যৰ লগত সংগতি ৰাখি পাহাৰীয়া জিলা কাৰবি আংলঙৰ সদৰ চহৰ ডিফুতো জিলা আৰক্ষী প্ৰশাসনৰ উদ্যোগত ৬৯ সংখ্যক আৰক্ষী দিৱসটি বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হয় ৷

RELATED POSTS

Dead body Recovered : বকলিয়াঘাটত উদ্ধাৰ সন্ধানহীন হৈ থকা শিক্ষকৰ মৃতদেহ, হত্যাৰ সন্দেহ পরিয়ালৰ

Wild Elephant dies I চাৰিদুৱাৰত বিদ্যুৎস্পৃষ্ট হৈ বন্যহস্তীৰ কৰুণ মৃত্যু

‎ট্ৰাইৰ ড্ৰাইভ টেষ্টত অসমৰ ৰাষ্ট্ৰীয় ঘাইপথত পোহৰলৈ আহিছে নেটৱৰ্কৰ দুৰ্বলতা 

WhatsApp Image 2019 10 01 at 7.22.29 AM 1 | ASSAM TIMES POST

এই উপলক্ষে আজি পুৱাৰ ভাগত মধ্য সংমণ্ডলৰ ডিআইজি দিলীপ দে’ই য়ে পতাকা উত্তোলন কৰে ৷ আৰক্ষী দিৱস উপলক্ষে অনুষ্ঠিত কাৰ্যসূচীত আৰক্ষীৰ প্ৰতিষ্ঠান জিলাখনৰ থানা আৰু আৰক্ষী চকী সমূহৰ আৰক্ষীয়ে অংশ গ্ৰহণ কৰে ৷

উক্ত অনুষ্ঠানত জিলা আৰক্ষী অধীক্ষক গৌৰৱ উপাধ্যায়, অতিৰিক্ত আৰক্ষী অধীক্ষক (মুখ্য) ইন্দ্ৰনীল বৰুৱা আৰু শীৰ্ষ আৰক্ষী বিষয়া সকল উপস্থিত থাকে ৷

উক্ত কাৰ্যসূচীৰ লগত সংগতি ৰাখি সকলো থানা আৰু আৰক্ষী চকী সমূহত পতাকা উত্তোলন কৰাৰ লগতে ভাৰপ্ৰাপ্ত বিষয়া আৰু ষ্টাফ সকলে শপত গ্ৰহণ কৰে আৰু বৃক্ষৰোপণ কাৰ্যসূচী গ্ৰহণ কৰে ৷

WhatsApp Image 2019 10 01 at 7.22.28 AM | ASSAM TIMES POST

ইয়াৰোপৰি কাৰবি আংলং জিলা আৰক্ষী প্ৰশাসনৰ উদ্যোগত ডিফু চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ছাত্ৰ- ছাত্ৰীৰ মাজত তৰ্ক প্ৰতিযোগিতা অনুষ্ঠিত কৰি জিলা আৰক্ষী অধীক্ষকৰ জৰিয়তে বিজয়ী সকলক পুৰষ্কাৰ হিচাপে নগদ ধন আৰু মান পত্ৰ প্ৰদান কৰা হয় বুলি জানিব পৰা গৈছে ৷

Tags: FeaturedFeatured2karbi anglong
Share4Tweet3Send

Related Posts

Dead body Recovered : বকলিয়াঘাটত উদ্ধাৰ সন্ধানহীন হৈ থকা শিক্ষকৰ মৃতদেহ, হত্যাৰ সন্দেহ পরিয়ালৰ
KARBI ANGLONG

Dead body Recovered : বকলিয়াঘাটত উদ্ধাৰ সন্ধানহীন হৈ থকা শিক্ষকৰ মৃতদেহ, হত্যাৰ সন্দেহ পরিয়ালৰ

by News Desk
June 19, 2026
50
Wild Elephant dies I চাৰিদুৱাৰত বিদ্যুৎস্পৃষ্ট হৈ বন্যহস্তীৰ কৰুণ মৃত্যু
Assam

Wild Elephant dies I চাৰিদুৱাৰত বিদ্যুৎস্পৃষ্ট হৈ বন্যহস্তীৰ কৰুণ মৃত্যু

by Staff Reporter
June 19, 2026
50
‎ট্ৰাইৰ ড্ৰাইভ টেষ্টত অসমৰ ৰাষ্ট্ৰীয় ঘাইপথত পোহৰলৈ আহিছে নেটৱৰ্কৰ দুৰ্বলতা 
Assam

‎ট্ৰাইৰ ড্ৰাইভ টেষ্টত অসমৰ ৰাষ্ট্ৰীয় ঘাইপথত পোহৰলৈ আহিছে নেটৱৰ্কৰ দুৰ্বলতা 

by Staff Reporter
June 17, 2026
50
বোকাজানত নিচাজাতীয় সামগ্ৰী উদ্ধাৰ
KARBI ANGLONG

বোকাজানত নিচাজাতীয় সামগ্ৰী উদ্ধাৰ

by Staff Reporter
June 17, 2026
50
Body recovered : লাহৰিজানত অচিনাক্ত মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য
KARBI ANGLONG

Body recovered : লাহৰিজানত অচিনাক্ত মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য

by News Desk
June 15, 2026
50
হাওৰাঘাটত দিনজোৰা কাৰ্যসূচীৰে বিজেপিৰ বুথ সন্মিলন সম্পন্ন: বিধায়ক লুনচিং টেৰণৰ বিশেষ পুৰস্কাৰ প্ৰদান
KARBI ANGLONG

হাওৰাঘাটত দিনজোৰা কাৰ্যসূচীৰে বিজেপিৰ বুথ সন্মিলন সম্পন্ন: বিধায়ক লুনচিং টেৰণৰ বিশেষ পুৰস্কাৰ প্ৰদান

by Staff Reporter
June 14, 2026
50
ADVERTISEMENT
Prevent Rail ticket fraud : টিকট জালিয়াতি ৰোধ কৰিবলৈ ৰে’লৱেৰ ডাঙৰ পদক্ষেপ : টিকট অবিহনে যাত্ৰাত বাধা, জৰিমনা দুগুণ বৃদ্ধি
National-International

Prevent Rail ticket fraud : টিকট জালিয়াতি ৰোধ কৰিবলৈ ৰে’লৱেৰ ডাঙৰ পদক্ষেপ : টিকট অবিহনে যাত্ৰাত বাধা, জৰিমনা দুগুণ বৃদ্ধি

June 20, 2026
50
Iranian singer Parstu Ahmedi : ইৰানী গায়িকাক ৭৪বাৰ চাবুকেৰে কোবোৱাৰ নিৰ্দেশ
National-International

Iranian singer Parstu Ahmedi : ইৰানী গায়িকাক ৭৪বাৰ চাবুকেৰে কোবোৱাৰ নিৰ্দেশ

June 20, 2026
50
Trinmool crisis : ৪ বছৰত বিমান ভাড়া ১৫০ কোটি টকা, তৃণমূলৰ আকাশলংঘী বিলাসিতাৰ আচৰিত তথ্য প্ৰকাশ
National-International

Trinmool crisis : ৪ বছৰত বিমান ভাড়া ১৫০ কোটি টকা, তৃণমূলৰ আকাশলংঘী বিলাসিতাৰ আচৰিত তথ্য প্ৰকাশ

June 20, 2026
50
Maharashtra Temple collapsed : মন্দিৰৰ নিৰ্মীয়মাণ অংশ ভাঙি কমেও চাৰিজনৰ মৃত্যু
National-International

Maharashtra Temple collapsed : মন্দিৰৰ নিৰ্মীয়মাণ অংশ ভাঙি কমেও চাৰিজনৰ মৃত্যু

June 20, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Prevent Rail ticket fraud : টিকট জালিয়াতি ৰোধ কৰিবলৈ ৰে’লৱেৰ ডাঙৰ পদক্ষেপ : টিকট অবিহনে যাত্ৰাত বাধা, জৰিমনা দুগুণ বৃদ্ধি

Prevent Rail ticket fraud : টিকট জালিয়াতি ৰোধ কৰিবলৈ ৰে’লৱেৰ ডাঙৰ পদক্ষেপ : টিকট অবিহনে যাত্ৰাত বাধা, জৰিমনা দুগুণ বৃদ্ধি

June 20, 2026
Iranian singer Parstu Ahmedi : ইৰানী গায়িকাক ৭৪বাৰ চাবুকেৰে কোবোৱাৰ নিৰ্দেশ

Iranian singer Parstu Ahmedi : ইৰানী গায়িকাক ৭৪বাৰ চাবুকেৰে কোবোৱাৰ নিৰ্দেশ

June 20, 2026
Trinmool crisis : ৪ বছৰত বিমান ভাড়া ১৫০ কোটি টকা, তৃণমূলৰ আকাশলংঘী বিলাসিতাৰ আচৰিত তথ্য প্ৰকাশ

Trinmool crisis : ৪ বছৰত বিমান ভাড়া ১৫০ কোটি টকা, তৃণমূলৰ আকাশলংঘী বিলাসিতাৰ আচৰিত তথ্য প্ৰকাশ

June 20, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx