![]()
ষ্টাফ ৰিপ’ৰ্টাৰঃ
মাজুলী বিধানসভা উপ-নিৰ্বাচনৰ ভোটগ্ৰহণৰ দিনা বন্ধ ঘোষণা। নিৰ্বাচন আয়োগৰ নিৰ্দেশনা মৰ্মে নিৰ্বাচন হোৱা জিলাখনত সম্পূৰ্নকৈ বন্ধ চৰকাৰী-বেচৰকাৰীসকলো কাৰ্যালয়। উল্লেখ্য যে ভোটদান অধিকাৰ প্ৰতিজন নাগৰিকে লাভ কৰা বাবে বন্ধ ঘোষণা জিলাখনত। বন্ধ দিনটোত কৰ্মচাৰীসকলে লাভ কৰিব দৰমহা। গুৰুত্বপূৰ্ণ কথা ৭ মাৰ্চত অনুষ্ঠিত হ’ব মাজুলী উপ-নিৰ্বাচন।













