ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

কাৰ্বি যুৱ মহোৎসৱ : পৰাম্পৰাগত কৃষ্টি-সংস্কৃতিৰ অপূৰ্ব সমাহাৰ

News Desk by News Desk
March 4, 2022
Reading Time: 1 min read
A A
0

New Logo Very Smal | ASSAM TIMES POST

RELATED POSTS

Bokoliaghat school opening : বকলীয়াঘাটত ৮ কোটি ব্যয়সাপেক্ষে নির্মিত বিদ্যালয় ভৱন উদ্বোধন তুলিৰাম ৰংহাঙৰ

Budget session of KAAC : ১১৩৬.৩৫ কোটিৰ বাজেট গ্ৰহণেৰে কাৰ্বি আংলং স্বায়‌ত্তশাসিত পৰিষদৰ বাজেট অধিৱেশনৰ সামৰণি

Brutal murder : হাওৰাঘাটৰ উত্তৰ বৰবিলত নাৰকীয় হত্যাকাণ্ড :পুত্ৰৰ দাৰ ঘাপত প্ৰাণ গ’ল পিতৃৰ 

ছাইদুল ইছলাম

পৰাম্পৰাগত লোক কৃষ্টিৰ অপূৰ্ব সমাহাৰ ঘটিছে ডিফুৰ তাৰালাংচৰ বাকৰিত ৷ সৰু-বৰ পাহাৰৰ নৈসৰ্গিক আৰু নান্দনিক পৰিবেশৰ মাজত তাৰালাংচ’ৰ বৃহৎ সাংস্কৃতিক প্ৰকল্পত চতুৰ্থ দিনাও উখল-মাখল পৰিবেশ ৷ কাৰবি আংলঙ আৰু ডিমা হাছাওৰ বাহিৰেও অসমৰ বিভিন্ন প্ৰান্তৰ প্ৰায় ৫ সহস্ৰাধিক শিল্পীয়ে তাৰালাংচৰ বাকৰিত পৰাম্পৰাগত নৃত্য, গীত আৰু বিভিন্ন প্ৰতিযোগিতাৰে মুখৰিত কৰি ৰাখিছে৷ কাৰবি যুৱ মহোৎসৱৰ বাবে তাৰালাংচ’ৰ বৃহৎ প্ৰকল্পত থকা স্থায়ী আচেথাই (মুকলি মঞ্চ) সমূহত জনজাতীয় যুৱ শিল্পীসকলে নিজৰ নিজৰ শিল্প শৈলী প্ৰদৰ্শন কৰি আহিছে ৷ ৮২৭ বিঘা মাটি কালিৰ সমগ্ৰ তাৰালাংচত গঢ়ি উঠা বিভিন্ন জনগোষ্ঠীয় গৃহসমূহত জনগোষ্ঠীয় খাদ্য সম্ভাৰৰ সোৱাদ লোৱাৰ লগতে কাৰবি, ডিমাচা, গাৰো-ৰাভা, গোৰ্খা, ৰেংমা নগা, তাই আহোম, পাইতে আদি জনগোষ্ঠীয় লোকৰ জীৱন প্ৰণালীৰ লগত পৰিচিত হয় ৷

যুৱ মহোৎসৱটিৰ আৰম্ভণিৰ দিনৰে পৰাই তাৰালাংচৰ চৌদিশে শৃংখলাবদ্ধভাৱে সজাই তোলা প্ৰদৰ্শনী, গ্ৰন্থ বিপনী, আত্মসহায়ক গোটৰ মেলাস্থলী, কুটীৰশিল্প, ভোজমেলা যুৱক-যুৱতীসকলৰ নৃত্যগীতে দৰ্শকসকলক চাৰিটা দিন আত্মবিভোৰ কৰি ৰাখে ৷ জনগোষ্ঠীয়, খাদ্য সম্ভাৰৰ ফুৰফুৰীয়া গোন্ধই তাৰালংচৰ চৌপাশ আমোল মোলাই ৰাখিছে ৷ বিশেষকৈ কাৰবি জনজাতীয় খাদ্য সম্ভাৰ, বি-অক (ছাগলী মাংস), ফাক’-অক (গাহৰি মাংস), ৱ’- অক ( কুকুৰা মাংস), আন কিমুঙ (চুঙাত দিয়া ভাত), আন কিউপ (সিজুৱা ভাত), বাৰা আচিৰজা (ভাপত দিয়া ভাত), ৱক লাংপং কিমুঙ, ৱক কিমুঙ (পাতত দিয়া ভাত) আদিয়ে যুৱ মহোৎসৱলৈ অহা লোকসকলত তৃপ্তি প্ৰদান কৰে ৷

আজিৰ কাৰ্যক্ৰমণিকা অনুসৰি পুৱা থং নকবে মাৰাথান দৌৰৰ পৰা আৰম্ভ কৰি যুৱ মহোৎসৱটি কবিতা লিখা, আকষ্মিক বক্তৃতা, তৰ্ক প্ৰতিযোগিতা, পৰাম্পৰাগত ক্ৰীড়া হামবি কেপাথু, চানচুৰি কাচিংদৈ (বাঁহ টনা) সমবেত সংগীত আৰু মিছ কেৱাইএফ ২০২২ অনুষ্ঠিত হৈ   যায় ৷

৪৮ সংখ্যক কাৰবি যুৱ মহোৎসৱে বিভিন্ন ঠাইত সিঁচৰিত হৈ থকা কাৰবিসকলক সমবেত কৰাৰ এক মহান প্ৰচেষ্টা তথা ঐতিহ্যময় কাৰবি পৰাম্পৰাগত লোক- কৃষ্টি সংস্কৃতিৰ উন্নয়ণ, বিকাশ আৰু সংবৰ্দ্ধনৰ বাবে কাৰবি পিপুলছ হলছ তাৰালাংচক প্ৰতিবছৰে আধুনিকৰ পৰা আধুনিকতম ৰূপ দিয়াৰ প্ৰয়াস কৰি থকা হৈছে বুলি কয় ৷ তাৰালাংচলৈ প্ৰৱেশ কৰা বাট-পথসমূহ কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহীৰ নেতৃত্বত আটক ধুনীয়াকৈ সজাই পৰাই তোলা হৈছে ৷

Tags: Featured
Share4Tweet3Send

Related Posts

Bokoliaghat school opening : বকলীয়াঘাটত ৮ কোটি ব্যয়সাপেক্ষে নির্মিত বিদ্যালয় ভৱন উদ্বোধন তুলিৰাম ৰংহাঙৰ
KARBI ANGLONG

Bokoliaghat school opening : বকলীয়াঘাটত ৮ কোটি ব্যয়সাপেক্ষে নির্মিত বিদ্যালয় ভৱন উদ্বোধন তুলিৰাম ৰংহাঙৰ

by News Desk
August 5, 2026
50
Budget session of KAAC : ১১৩৬.৩৫ কোটিৰ বাজেট গ্ৰহণেৰে কাৰ্বি আংলং স্বায়‌ত্তশাসিত পৰিষদৰ বাজেট অধিৱেশনৰ সামৰণি
KARBI ANGLONG

Budget session of KAAC : ১১৩৬.৩৫ কোটিৰ বাজেট গ্ৰহণেৰে কাৰ্বি আংলং স্বায়‌ত্তশাসিত পৰিষদৰ বাজেট অধিৱেশনৰ সামৰণি

by News Desk
August 4, 2026
50
Brutal murder : হাওৰাঘাটৰ উত্তৰ বৰবিলত নাৰকীয় হত্যাকাণ্ড :পুত্ৰৰ দাৰ ঘাপত প্ৰাণ গ’ল পিতৃৰ 
BREAKING NEWS

Brutal murder : হাওৰাঘাটৰ উত্তৰ বৰবিলত নাৰকীয় হত্যাকাণ্ড :পুত্ৰৰ দাৰ ঘাপত প্ৰাণ গ’ল পিতৃৰ 

by ASSAM TIMES POST
August 2, 2026
50
Arunodoy 3.0 : কাৰ্বি আংলং জিলাতো অৰুণোদয় 3.0ৰ সাহাৰ্য্য বিতৰণ আৰম্ভ
KARBI ANGLONG

Arunodoy 3.0 : কাৰ্বি আংলং জিলাতো অৰুণোদয় 3.0ৰ সাহাৰ্য্য বিতৰণ আৰম্ভ

by News Desk
August 1, 2026
50
One-day training program : ৰপ্তানিমুখী আদা উৎপাদন আৰু বাঁহ গাজ প্ৰক্ৰিয়াকৰণ বিষয়ত এদিনীয়া প্ৰশিক্ষণ সম্পন্ন
KARBI ANGLONG

One-day training program : ৰপ্তানিমুখী আদা উৎপাদন আৰু বাঁহ গাজ প্ৰক্ৰিয়াকৰণ বিষয়ত এদিনীয়া প্ৰশিক্ষণ সম্পন্ন

by News Desk
July 30, 2026
50
Haoraghat robbery । হাওৰাঘাটত চাঞ্চল্যকৰ ডকাইতি; ডকাইতৰ দলে লুটিলে শিক্ষকৰ ঘৰৰ সোণৰ অলংকাৰসহ বাহন
KARBI ANGLONG

Haoraghat robbery । হাওৰাঘাটত চাঞ্চল্যকৰ ডকাইতি; ডকাইতৰ দলে লুটিলে শিক্ষকৰ ঘৰৰ সোণৰ অলংকাৰসহ বাহন

by Staff Reporter
July 30, 2026
50
ADVERTISEMENT
Rahul Gandhi : মোদীয়ে ক্ষমা কৰাৰ পিছতো মানুহে এতিয়াও ক্ষমা বিচাৰি আছে, নিকৃষ্ট ৰাজনীতিক আক্ৰমণ ৰাহুল গান্ধীৰ
National-International

Rahul Gandhi : মোদীয়ে ক্ষমা কৰাৰ পিছতো মানুহে এতিয়াও ক্ষমা বিচাৰি আছে, নিকৃষ্ট ৰাজনীতিক আক্ৰমণ ৰাহুল গান্ধীৰ

August 6, 2026
50
Modi vs Meta controversy : প্ৰধানমন্ত্ৰীৰ ভিডিঅ’ আঁতৰোৱাৰ বিতৰ্ক; ক্ষমা বিচাৰিলে জুকাৰবাৰ্গে, কেন্দ্ৰৰ লগত আলোচনা
National-International

Modi vs Meta controversy : প্ৰধানমন্ত্ৰীৰ ভিডিঅ’ আঁতৰোৱাৰ বিতৰ্ক; ক্ষমা বিচাৰিলে জুকাৰবাৰ্গে, কেন্দ্ৰৰ লগত আলোচনা

August 6, 2026
50
Sheikh Hasina : প্ৰাণৰ পৰোৱা নকৰোঁ, ৰাইজৰ স্বাৰ্থত মই দেশলৈ উভতিব লাগিব, বিগত দুবছৰত বাংলাদেশ ডুবিছে বুলি হাছিনাৰ অভিযোগ
National-International

Sheikh Hasina : প্ৰাণৰ পৰোৱা নকৰোঁ, ৰাইজৰ স্বাৰ্থত মই দেশলৈ উভতিব লাগিব, বিগত দুবছৰত বাংলাদেশ ডুবিছে বুলি হাছিনাৰ অভিযোগ

August 6, 2026
50
India slams Pakistan : ৩৭০ অনুচ্ছেদ বাতিলত হস্তক্ষেপ, পাকিস্তানক তীব্ৰ সমালোচনা ভাৰতৰ
National-International

India slams Pakistan : ৩৭০ অনুচ্ছেদ বাতিলত হস্তক্ষেপ, পাকিস্তানক তীব্ৰ সমালোচনা ভাৰতৰ

August 6, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Rahul Gandhi : মোদীয়ে ক্ষমা কৰাৰ পিছতো মানুহে এতিয়াও ক্ষমা বিচাৰি আছে, নিকৃষ্ট ৰাজনীতিক আক্ৰমণ ৰাহুল গান্ধীৰ

Rahul Gandhi : মোদীয়ে ক্ষমা কৰাৰ পিছতো মানুহে এতিয়াও ক্ষমা বিচাৰি আছে, নিকৃষ্ট ৰাজনীতিক আক্ৰমণ ৰাহুল গান্ধীৰ

August 6, 2026
Modi vs Meta controversy : প্ৰধানমন্ত্ৰীৰ ভিডিঅ’ আঁতৰোৱাৰ বিতৰ্ক; ক্ষমা বিচাৰিলে জুকাৰবাৰ্গে, কেন্দ্ৰৰ লগত আলোচনা

Modi vs Meta controversy : প্ৰধানমন্ত্ৰীৰ ভিডিঅ’ আঁতৰোৱাৰ বিতৰ্ক; ক্ষমা বিচাৰিলে জুকাৰবাৰ্গে, কেন্দ্ৰৰ লগত আলোচনা

August 6, 2026
Sheikh Hasina : প্ৰাণৰ পৰোৱা নকৰোঁ, ৰাইজৰ স্বাৰ্থত মই দেশলৈ উভতিব লাগিব, বিগত দুবছৰত বাংলাদেশ ডুবিছে বুলি হাছিনাৰ অভিযোগ

Sheikh Hasina : প্ৰাণৰ পৰোৱা নকৰোঁ, ৰাইজৰ স্বাৰ্থত মই দেশলৈ উভতিব লাগিব, বিগত দুবছৰত বাংলাদেশ ডুবিছে বুলি হাছিনাৰ অভিযোগ

August 6, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx