ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

বোকাখাতৰ পৌৰ নিৰ্বাচনত ৯ আসন দখলেৰে অপ্ৰতিৰোধ্য অগপ-বিজেপি

News Desk by News Desk
March 9, 2022
Reading Time: 1 min read
A A
0
বোকাখাতৰ পৌৰ নিৰ্বাচনত ৯ আসন দখলেৰে অপ্ৰতিৰোধ্য অগপ-বিজেপি

New Logo Very Smal | ASSAM TIMES POST
অজন্তা তালুকদাৰ

RELATED POSTS

Wild Elephant dies I চাৰিদুৱাৰত বিদ্যুৎস্পৃষ্ট হৈ বন্যহস্তীৰ কৰুণ মৃত্যু

‎ট্ৰাইৰ ড্ৰাইভ টেষ্টত অসমৰ ৰাষ্ট্ৰীয় ঘাইপথত পোহৰলৈ আহিছে নেটৱৰ্কৰ দুৰ্বলতা 

Shocking Robbery in Assam’s Jogighopa I  Two Camera Operators Injured

বোকাখাত : ‘মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ সবল নেতৃত্বত হোৱা উন্নয়নৰ কামৰ বাবেই ৰাইজে এনেদৰে ভোটদান কৰিছে’। বোকাখাত পৌৰসভা নিৰ্বাচনৰ ফলাফলত অগপ-বিজেপিৰ অভূতপূৰ্ব সাফল্যত এই মন্তব্য কৰে কেবিনেট মন্ত্ৰী অতুল বৰাই। অগপ আৰু বিজেপিয়ে মিত্ৰতাৰে অৱতীৰ্ণ হোৱা বোকাখাত পৌৰসভা নিৰ্বাচন ২০২২ত মুঠ ১০ আসনৰ ক্ৰমে অগপই ৬ আৰু বিজেপিয়ে ৩ খন আসনত আৰু ১ নিৰ্দলীয় প্ৰাৰ্থী বিজয়ী হয়। অসম চৰকাৰৰ জ্যেষ্ঠ মন্ত্ৰী তথা অগপৰ সভাপতি অতুল বৰাই দাবী কৰা অনুসৰি গৃহ সমষ্টি বোকাখাত পৌৰসভাৰ নিৰ্বাচনত বিজয়ী হৈছে অগপ আৰু বিজেপিৰ প্ৰাৰ্থী। যোৱা ৬ নৱেম্বৰত ৰাজ্যখনৰ আন আন স্থানৰ লগতে বোকাখাততো শান্তিপূৰ্ণভাৱে অনুষ্ঠিত হৈ যায় পৌৰসভাৰ নিৰ্বাচন। বোকাখাতৰ মুঠ ১০টা ৱাৰ্ডৰ বাবে ২১টা ভোট গ্ৰহণ কেন্দ্ৰত মুঠ ১০,২৭৯ ভোটদাতাৰ সিদ্ধান্ত এইবাৰ মিত্ৰজোঁটৰ পক্ষত।

minis1 1 | ASSAM TIMES POST

বোকাখাতৰ ১নং ৱাৰ্ডত অগপ প্ৰাঞ্জল বৰুৱাই ৯৭৫, ২ নং ৱাৰ্ডত বিজেপিৰ মীনা হাজৰিকাই ৫৬৫, ৩নং ৱাৰ্ডত অগপৰ ৰাজীৱ দাসে ৯৬০, ৪নং ৱাৰ্ডত বিজেপিৰ ইন্দিৰা বৰাই ৪১৫, ৫নং ৱাৰ্ডত অগপৰ স্বৰ্ণালী বৰাই ৫৩০, ৬নং ৱাৰ্ডত অগপৰ উষা ছেত্ৰীয়ে ৯০৪, ৭নং ৱাৰ্ডত অগপৰ সঞ্জীৱ কুমাৰ শৰ্মাই ২৯৮, ৮নং ৱাৰ্ডত নিৰ্দলীয় চম্পা শইকীয়া গগৈয়ে ৪৩১, ৯নং ৱাৰ্ডত অগপৰ ৰত্নেশ্বৰ বৰুৱাই ৬৮৫ আৰু ১০নং ৱাৰ্ডত বিজেপিৰ ৰাণা দেৱনাথে ৩১১ ভোটত বিজয়ী হৈছে। ফলাফল ঘোষণাত মন্ত্ৰী বৰাই সাংবাদিকৰে হোৱা বাৰ্তালাপত তেখেতে নিৰ্বাচনৰ পূৰ্বেই এই দাবী কৰাৰ কথা দোহাৰে আৰু বোকাখাতৰ ৰাইজলৈ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰাৰ লগতে এই ফলাফল আশাপ্ৰদ বুলি মন্তব্য কৰে। লগতে কংগ্ৰেছ ধাৰাবাহিকভাৱে বিপৰ্যয়ৰ সন্মুখীন হৈছে বুলিও উল্লেখ কৰে।

উল্লেখ্য যে দুবাৰকৈ অসম বিধানসভাৰ আসন দখল কৰা বোকাখাতৰ প্ৰাক্তন বিধায়ক জিতেন গগৈৰ নিজ ৱাৰ্ডতে অগপ প্ৰাৰ্থী ৰত্নেশ্বৰ বৰুৱাৰ বিপৰীতে পৰাজিত হয় পুত্ৰ নিৰ্দলীয় প্ৰাৰ্থী মনদ্বীপ গগৈ।

Tags: Featured
Share4Tweet3Send

Related Posts

Wild Elephant dies I চাৰিদুৱাৰত বিদ্যুৎস্পৃষ্ট হৈ বন্যহস্তীৰ কৰুণ মৃত্যু
Assam

Wild Elephant dies I চাৰিদুৱাৰত বিদ্যুৎস্পৃষ্ট হৈ বন্যহস্তীৰ কৰুণ মৃত্যু

by Staff Reporter
June 19, 2026
50
‎ট্ৰাইৰ ড্ৰাইভ টেষ্টত অসমৰ ৰাষ্ট্ৰীয় ঘাইপথত পোহৰলৈ আহিছে নেটৱৰ্কৰ দুৰ্বলতা 
Assam

‎ট্ৰাইৰ ড্ৰাইভ টেষ্টত অসমৰ ৰাষ্ট্ৰীয় ঘাইপথত পোহৰলৈ আহিছে নেটৱৰ্কৰ দুৰ্বলতা 

by Staff Reporter
June 17, 2026
50
Shocking Robbery in Assam’s Jogighopa I  Two Camera Operators Injured
Assam

Shocking Robbery in Assam’s Jogighopa I  Two Camera Operators Injured

by Staff Reporter
June 14, 2026
50
Assam Cabinet : অসম কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত
Assam

Assam Cabinet : অসম কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত

by News Desk
June 13, 2026
50
Jorhat Aircraft crash : যোৰহাটৰ বায়ুসেনাৰ বিমান দুৰ্ঘটনাত নিহত ৫ জোৱান
Assam

Jorhat Aircraft crash : যোৰহাটৰ বায়ুসেনাৰ বিমান দুৰ্ঘটনাত নিহত ৫ জোৱান

by News Desk
June 13, 2026
50
Jorhat flight crash I যোৰহাটত বায়ুসেনাৰ বিমান দুৰ্ঘটনাগ্ৰস্ত, পাইলটৰ মৃত্যুৰ আশংকা
Assam

Jorhat flight crash I যোৰহাটত বায়ুসেনাৰ বিমান দুৰ্ঘটনাগ্ৰস্ত, পাইলটৰ মৃত্যুৰ আশংকা

by Staff Reporter
June 13, 2026
50
ADVERTISEMENT
Police encounter : পেৰ’লত মুকলি হৈ হত্যাৰ ষড়যন্ত্ৰ ৰচা যাৱজ্জীৱন কাৰাদণ্ডৰ দোষীৰ আৰক্ষীৰে সংঘৰ্ষত মৃত্যু
National-International

Police encounter : পেৰ’লত মুকলি হৈ হত্যাৰ ষড়যন্ত্ৰ ৰচা যাৱজ্জীৱন কাৰাদণ্ডৰ দোষীৰ আৰক্ষীৰে সংঘৰ্ষত মৃত্যু

June 22, 2026
50
Lucknow coaching center fire : লক্ষ্ণৌৰ কোচিং চেণ্টাৰত অগ্নিকাণ্ডত কমেও ১৪ জনৰ মৃত্যু হয়, অধিকাংশই ছাত্ৰ-ছাত্ৰী
National-International

Lucknow coaching center fire : লক্ষ্ণৌৰ কোচিং চেণ্টাৰত অগ্নিকাণ্ডত কমেও ১৪ জনৰ মৃত্যু হয়, অধিকাংশই ছাত্ৰ-ছাত্ৰী

June 22, 2026
50
India US deal : ভাৰতলৈ ৪৫৬৬ কোটিৰ অস্ত্ৰ সাহায্যৰ প্ৰস্তাৱত অনুমোদন মাৰ্কিন কংগ্ৰেছৰ
National-International

India US deal : ভাৰতলৈ ৪৫৬৬ কোটিৰ অস্ত্ৰ সাহায্যৰ প্ৰস্তাৱত অনুমোদন মাৰ্কিন কংগ্ৰেছৰ

June 22, 2026
50
Assam flood : কপিলী নৈৰ জলপৃষ্ঠ বৃদ্ধিয়ে লৈছে ভয়ংকৰ ৰূপ
KARBI ANGLONG

Assam flood : কপিলী নৈৰ জলপৃষ্ঠ বৃদ্ধিয়ে লৈছে ভয়ংকৰ ৰূপ

June 22, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Police encounter : পেৰ’লত মুকলি হৈ হত্যাৰ ষড়যন্ত্ৰ ৰচা যাৱজ্জীৱন কাৰাদণ্ডৰ দোষীৰ আৰক্ষীৰে সংঘৰ্ষত মৃত্যু

Police encounter : পেৰ’লত মুকলি হৈ হত্যাৰ ষড়যন্ত্ৰ ৰচা যাৱজ্জীৱন কাৰাদণ্ডৰ দোষীৰ আৰক্ষীৰে সংঘৰ্ষত মৃত্যু

June 22, 2026
Lucknow coaching center fire : লক্ষ্ণৌৰ কোচিং চেণ্টাৰত অগ্নিকাণ্ডত কমেও ১৪ জনৰ মৃত্যু হয়, অধিকাংশই ছাত্ৰ-ছাত্ৰী

Lucknow coaching center fire : লক্ষ্ণৌৰ কোচিং চেণ্টাৰত অগ্নিকাণ্ডত কমেও ১৪ জনৰ মৃত্যু হয়, অধিকাংশই ছাত্ৰ-ছাত্ৰী

June 22, 2026
India US deal : ভাৰতলৈ ৪৫৬৬ কোটিৰ অস্ত্ৰ সাহায্যৰ প্ৰস্তাৱত অনুমোদন মাৰ্কিন কংগ্ৰেছৰ

India US deal : ভাৰতলৈ ৪৫৬৬ কোটিৰ অস্ত্ৰ সাহায্যৰ প্ৰস্তাৱত অনুমোদন মাৰ্কিন কংগ্ৰেছৰ

June 22, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx