ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

ৰাছিয়া-ইউক্রেইনৰ যুদ্ধৰ কাৰণে অধিক শোচনীয় হ’ব পাৰে কোভিড পৰিস্থিতি, হুৰ সাৱধানবাণী

Staff Reporter by Staff Reporter
March 14, 2022
Reading Time: 1 min read
A A
0
ৰাছিয়া-ইউক্রেইনৰ যুদ্ধৰ কাৰণে অধিক শোচনীয় হ’ব পাৰে কোভিড পৰিস্থিতি, হুৰ সাৱধানবাণী

logo new 2 1 1 4 1 3 4 3 | ASSAM TIMES POST

RELATED POSTS

Assam flood casualties : অসমৰ বানত মৃত্যুৰ সংখ্যা ৮৫ জনলৈ বৃদ্ধি

Upper Assam flood relief : উজনি অসমৰ বানাক্ৰান্তলৈ চৰকাৰৰ সাহায্য মুকলি

Brutal murder : হাওৰাঘাটৰ উত্তৰ বৰবিলত নাৰকীয় হত্যাকাণ্ড :পুত্ৰৰ দাৰ ঘাপত প্ৰাণ গ’ল পিতৃৰ 

নিউজ ডেস্কঃ

যুদ্ধক্ষেত্রৰ পৰাও বিয়পিব পাৰে কৰোনা ভাইৰাছ, আশঙ্কা প্রকাশ কৰিলে বিশ্ব স্বাস্থ্য সংস্থাই (হু)। ইউক্রেইনতো বাদেই, তাৰ প্রতিবেশী দেশবোৰকো এই ক্ষেত্ৰত সতর্ক কৰা হৈছে।

একে সময়তে হুই ৰুছ সেনাবাহিনীক অনুৰোধ কৰিছে ইউক্রেইনৰ স্বাস্থ্যকেন্দ্র আৰু হস্পিটেলবোৰৰ কোনো ক্ষতি নকৰিবলৈ। দুয়ো দেশৰ এই যুদ্ধৰ প্রভাব কৰোনাৰ বিৰুদ্ধে যুঁজত যাতে নপৰে সেই দিশটোত নজৰ দিবলৈও আবেদন জনোৱা হৈছে।

বিগত ১৯ দিনত প্রায় ২০ লাখ লোকে ইউক্রেইন এৰি প্রতিবেশী দেশবোৰত আশ্রয় লৈছে। হুৰ আশঙ্কা তেওঁলোকৰ পৰাই সংক্রমণ বিয়পি পৰাৰ প্রভূত আশঙ্কা আছে। প্ৰথম কাৰণ, ইউক্রেইনৰ বাসিন্দাসকলৰ টীকাকৰণ হৈছে মাত্র ৩৪ শতাংশ। যিটো অন্যান্য দেশৰ তুলনাত অত্যন্ত কম।

দ্বিতীয়তে, বিগত ৩-৯ মার্চত ইউক্রেইন আৰু সংলগ্ন দেশবোৰত কৰোনা সংক্রমণৰ হাৰ অত্যধিক বৃদ্ধি পাইছে। এই ছয়দিনত ইউক্রেইনসহ চুবুৰীয়া দেশবোৰত ৭ লক্ষ ৯১ হাজাৰ ২১জনৰ মাজত মধ্যে কৰোনা সংক্রমণ ধৰা পৰিছে। মৃত্যু হৈছে ৮ হাজাৰ ১২ জনৰ। হুৰ মতে এই সংখ্যা উদ্বেগজনক।

Share4Tweet3Send

Related Posts

Assam flood casualties : অসমৰ বানত মৃত্যুৰ সংখ্যা ৮৫ জনলৈ বৃদ্ধি
Assam

by News Desk
August 3, 2026
50
Upper Assam flood relief : উজনি অসমৰ বানাক্ৰান্তলৈ চৰকাৰৰ সাহায্য মুকলি
Assam

Upper Assam flood relief : উজনি অসমৰ বানাক্ৰান্তলৈ চৰকাৰৰ সাহায্য মুকলি

by News Desk
August 3, 2026
50
Brutal murder : হাওৰাঘাটৰ উত্তৰ বৰবিলত নাৰকীয় হত্যাকাণ্ড :পুত্ৰৰ দাৰ ঘাপত প্ৰাণ গ’ল পিতৃৰ 
BREAKING NEWS

Brutal murder : হাওৰাঘাটৰ উত্তৰ বৰবিলত নাৰকীয় হত্যাকাণ্ড :পুত্ৰৰ দাৰ ঘাপত প্ৰাণ গ’ল পিতৃৰ 

by ASSAM TIMES POST
August 2, 2026
50
Assam Drug Bust : 50,000 Yaba Tablets, Rs 12.5 crore Heroin Seized
Assam

Assam Drug Bust : 50,000 Yaba Tablets, Rs 12.5 crore Heroin Seized

by News Desk
August 1, 2026
50
Orunoday scheme I ১ আগষ্টত ৰাজ্যৰ প্ৰায় ৩৭ লাখ মহিলাই লাভ কৰিব অৰুণোদয়ৰ ধন

by Staff Reporter
July 31, 2026
50
Assam Flood Situations : এতিয়াও বানৰ কবলত ২৭ জিলা, বিগত ২৪ ঘণ্টাত বানত মৃত্যু ৫ জনৰ
Assam

Assam CM on flood I মুখ্যমন্ত্ৰী সাহায্য পুঁজিত বৃহস্পতিবাৰেই জমা ১০ কোটিৰো অধিক, সাহায্য পুঁজিৰ ধন খৰচ হ’ব শিৱসাগৰ-চৰাইদেউত

by Staff Reporter
July 31, 2026
50
ADVERTISEMENT
Assam flood casualties : অসমৰ বানত মৃত্যুৰ সংখ্যা ৮৫ জনলৈ বৃদ্ধি
Assam

Assam flood casualties : অসমৰ বানত মৃত্যুৰ সংখ্যা ৮৫ জনলৈ বৃদ্ধি

August 3, 2026
50
Upper Assam flood relief : উজনি অসমৰ বানাক্ৰান্তলৈ চৰকাৰৰ সাহায্য মুকলি
Assam

Upper Assam flood relief : উজনি অসমৰ বানাক্ৰান্তলৈ চৰকাৰৰ সাহায্য মুকলি

August 3, 2026
50
India drugs cases : দেশত প্ৰায় ৪ লাখ ড্ৰাগছৰ গোচৰ বিচাৰাধীন হৈ আছে, সকলো ৰাজ্যতে বিশেষ আদালত স্থাপনৰ আহ্বান কেন্দ্ৰৰ
National-International

Cockroach Janata Party : পঁইতাচোৰাৰ পৰৱৰ্তী কাৰ্যসূচী নিৰ্ধাৰণ কৰিবলৈ বৈঠকত মিলিত হ’ব শীৰ্ষ নেতাসকল
National-International

Cockroach Janata Party : পঁইতাচোৰাৰ পৰৱৰ্তী কাৰ্যসূচী নিৰ্ধাৰণ কৰিবলৈ বৈঠকত মিলিত হ’ব শীৰ্ষ নেতাসকল

August 3, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Assam flood casualties : অসমৰ বানত মৃত্যুৰ সংখ্যা ৮৫ জনলৈ বৃদ্ধি

Assam flood casualties : অসমৰ বানত মৃত্যুৰ সংখ্যা ৮৫ জনলৈ বৃদ্ধি

August 3, 2026
Upper Assam flood relief : উজনি অসমৰ বানাক্ৰান্তলৈ চৰকাৰৰ সাহায্য মুকলি

Upper Assam flood relief : উজনি অসমৰ বানাক্ৰান্তলৈ চৰকাৰৰ সাহায্য মুকলি

August 3, 2026
India drugs cases : দেশত প্ৰায় ৪ লাখ ড্ৰাগছৰ গোচৰ বিচাৰাধীন হৈ আছে, সকলো ৰাজ্যতে বিশেষ আদালত স্থাপনৰ আহ্বান কেন্দ্ৰৰ

India drugs cases : দেশত প্ৰায় ৪ লাখ ড্ৰাগছৰ গোচৰ বিচাৰাধীন হৈ আছে, সকলো ৰাজ্যতে বিশেষ আদালত স্থাপনৰ আহ্বান কেন্দ্ৰৰ

August 3, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT