![]()
নিউজ ডেস্কঃ
ৰাষ্ট্রীয় জনতা দল (আৰজেডি)ৰ নেতা লালুপ্রসাদ যাদৱৰ শাৰীৰিক অৱস্থাৰ অৱনতি হোৱাত দিল্লী এইমছত ভর্তি কৰোৱা হৈছে।
মঙ্গলবাৰে শৰীৰিক অৱস্থাৰ অৱনতি হোৱা বুলি জনাইছে ৰাচীৰ ৰাজেন্দ্র ইনষ্টিটিউট অব মেডিকেল ছায়েন্সেছ (ৰিমছ)-ৰ বিষয়া কামেশ্বৰ প্রসাদে।
লালুপ্রসাদৰ হৃদযন্ত্র আৰু কিডনিত কিছু সমস্যাই দেখা দিছে। অধিক ভাল চিকিৎসাৰ বাবে তেওঁক দিল্লী এইমছলৈ প্ৰেৰণ কৰা বুলি প্ৰকাশ।













