ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

অগপৰ বিলৈ; গুৱাহাটী পৌৰ নিগমৰ ৭টা ৱাৰ্ডহে এৰি দিলে ব্ৰিগ ব্ৰাডাৰ বিজেপিয়ে:

ষ্টাফ ৰিপ'ৰ্টাৰ:

ASSAM TIMES POST by ASSAM TIMES POST
March 27, 2022
Reading Time: 1 min read
A A
0
অগপৰ বিলৈ; গুৱাহাটী পৌৰ নিগমৰ ৭টা ৱাৰ্ডহে এৰি দিলে ব্ৰিগ ব্ৰাডাৰ বিজেপিয়ে:

RELATED POSTS

Sonapur Protests 400kV Line : Residents Warn of Wider Unrest

Nagaon bye election : নগাঁও উপ-নিৰ্বাচনত কংগ্ৰেছ প্ৰাৰ্থী শিৱামণি বৰা

Zubeen Garg : জুবিন গাৰ্গৰ স্মৃতিত ৰাজ্যজুৰি ‘মানৱতাৰ দিন’ পালন অসম জাতীয় পৰিষদৰ, মঙলবাৰে জুবিন সপ্তাহৰ ‘কিতাপৰ দিন’

ভাৰতীয় জনতাপাৰ্টী আগ্ৰসনত ক্ৰমাৎ অস্তিত্ব সংকটত পৰিছে অসম গণ পৰিষদ।অহা ১৯ এপ্ৰিলৰ গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনত মাত্ৰ ৭টা ৱাৰ্ডতহে প্ৰতিদ্বন্দ্বিতা কৰা অধিকাৰ পাইছে অগপই।ব্ৰিগ ব্ৰাডাৰ বিজেপিয়ে ৭টা ৱাৰ্ডহে এৰি দিছে অতুল বৰা নেতৃত্বাধীন অগপক।

উল্লেখ্য অগপই ১,১১,১২,১৩,১৪,৩৩,৫৯ নম্বৰ ৱাৰ্ডত প্ৰতিদ্বন্দ্বিতা সুবিধা লাভ কৰিছে।গুৰুত্বপূৰ্ণ কথা যে পশ্চিম গুৱাহাটী সমষ্টিত সৰ্বাধিক ৫টা ৱাৰ্ড আৰু পূৰ্ব গুৱাহাটী ১টা ৱাৰ্ডৰ লগতে দিছপুৰ সমষ্টি এটা ৱাৰ্ডত প্ৰাৰ্থী থিয় কৰোৱা সুযোগ পাইছে।তাপৰ্যপূৰ্ণ কথা যে গুৱাহাটী পৌৰ নিগমত মুঠ ৱাৰ্ডৰ সংখ্যা ৬০টা।

কিন্তু আশ্চৰ্যজনক ভাৱে মিত্ৰজোটৰ অংশীদাৰ ৰূপে এক তৃতীয়াংশ আসনো এৰি নিদিলে বিজেপিয়ে।ইফালে লজ্জিত ভাৱে ৭টা ৱাৰ্ডত সন্তুষ্ট থাকি পশ্চিম গুৱাহাটী অগপ বিধায়ক ৰমেন্দ্র নাৰায়ণ কলিতাই কয়- দলৰ কোনো ক্ষতি নহয়, আমাৰ লক্ষ্য মিত্ৰজোঁটৰ সৈতে সকলো আসন দখল কৰা।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: AGPঅগপ
Share5Tweet3Send

Related Posts

Sonapur Protests 400kV Line : Residents Warn of Wider Unrest
Assam

by News Desk
September 15, 2026
50
Nagaon bye election : নগাঁও উপ-নিৰ্বাচনত কংগ্ৰেছ প্ৰাৰ্থী শিৱামণি বৰা
Assam

Nagaon bye election : নগাঁও উপ-নিৰ্বাচনত কংগ্ৰেছ প্ৰাৰ্থী শিৱামণি বৰা

by News Desk
September 14, 2026
55
Zubeen Garg : জুবিন গাৰ্গৰ স্মৃতিত ৰাজ্যজুৰি ‘মানৱতাৰ দিন’ পালন অসম জাতীয় পৰিষদৰ, মঙলবাৰে জুবিন সপ্তাহৰ ‘কিতাপৰ দিন’
Assam

Zubeen Garg : জুবিন গাৰ্গৰ স্মৃতিত ৰাজ্যজুৰি ‘মানৱতাৰ দিন’ পালন অসম জাতীয় পৰিষদৰ, মঙলবাৰে জুবিন সপ্তাহৰ ‘কিতাপৰ দিন’

by News Desk
September 14, 2026
53
Ramanuj case : এনকাউণ্টাৰ নহয়, গাড়ীৰ পৰা জঁপিয়াই মৃত্যু ৰামানুজৰ; আৰক্ষীৰ স্পষ্টীকৰণ
Guwahati

52
Ramanuj encounter : পত্নীহন্তা ৰামানুজক আৰক্ষীৰ এনকাউণ্টাৰ

51
ৰঙিয়া জংচনৰ সমীপৰ হোটেলত যুৱতীক হত্যা:ডিঙি ৰেপি হত্যাৰ অভিযোগত প্ৰেমিকক আটক

by ASSAM TIMES POST
September 13, 2026
55
ADVERTISEMENT
Mumbai family suicide attempt : দুই কন্যা-পত্নীসহ দলঙৰ পৰা জঁপিয়াই আত্মহত্যাৰ চেষ্টা, আৰক্ষীৰ তৎপৰতাত কথমপি ৰক্ষা
National-International

Mumbai family suicide attempt : দুই কন্যা-পত্নীসহ দলঙৰ পৰা জঁপিয়াই আত্মহত্যাৰ চেষ্টা, আৰক্ষীৰ তৎপৰতাত কথমপি ৰক্ষা

September 15, 2026
50
Meta : শিশুৰ যৌন নিৰ্যাতন থকা যিকোনো কনটেণ্টৰ বিষয়ে মেটাই আৰক্ষীক জনাব, কঠোৰ ব্যৱস্থা আৰম্ভ কৰাৰ সিদ্ধান্ত

Tragedy at Night: 4 Family Members Burned to Death After Refrigerator Explodes while Sleeping
ALL NEWS

Daughter Wife murder case : ‘ক্ৰাইম ছিৰিজ’ চাই পত্নী, তিনি কন্যাক হত্যাৰ ষড়যন্ত্ৰ, হত্যাকাণ্ডৰ পিছত ঘূৰি ফুৰিছিল মন্দিৰে মন্দিৰে

Assam Times Post is an Online Assamese and English News Portal from Assam.

Mumbai family suicide attempt : দুই কন্যা-পত্নীসহ দলঙৰ পৰা জঁপিয়াই আত্মহত্যাৰ চেষ্টা, আৰক্ষীৰ তৎপৰতাত কথমপি ৰক্ষা

Mumbai family suicide attempt : দুই কন্যা-পত্নীসহ দলঙৰ পৰা জঁপিয়াই আত্মহত্যাৰ চেষ্টা, আৰক্ষীৰ তৎপৰতাত কথমপি ৰক্ষা

September 15, 2026
Meta : শিশুৰ যৌন নিৰ্যাতন থকা যিকোনো কনটেণ্টৰ বিষয়ে মেটাই আৰক্ষীক জনাব, কঠোৰ ব্যৱস্থা আৰম্ভ কৰাৰ সিদ্ধান্ত

Meta : শিশুৰ যৌন নিৰ্যাতন থকা যিকোনো কনটেণ্টৰ বিষয়ে মেটাই আৰক্ষীক জনাব, কঠোৰ ব্যৱস্থা আৰম্ভ কৰাৰ সিদ্ধান্ত

September 15, 2026
Tragedy at Night: 4 Family Members Burned to Death After Refrigerator Explodes while Sleeping

Tragedy at Night: 4 Family Members Burned to Death After Refrigerator Explodes while Sleeping

September 15, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT

%d