ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

হিন্দু নোহোৱা বাবেই কেৰালাৰ মন্দিৰত নৃত্য পৰিবেশনৰ অনুমতি নিদিলে ভৰত নাট্যম শিল্পী মনচিয়া ভি পিকঃ

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
March 29, 2022
Reading Time: 1 min read
A A
0
হিন্দু নোহোৱা বাবেই কেৰালাৰ মন্দিৰত নৃত্য পৰিবেশনৰ অনুমতি নিদিলে ভৰত নাট্যম শিল্পী মনচিয়া ভি পিকঃ

logo new 2 1 1 4 1 3 4 6 | ASSAM TIMES POST

RELATED POSTS

Brutal murder : হাওৰাঘাটৰ উত্তৰ বৰবিলত নাৰকীয় হত্যাকাণ্ড :পুত্ৰৰ দাৰ ঘাপত প্ৰাণ গ’ল পিতৃৰ 

Assam Drug Bust : 50,000 Yaba Tablets, Rs 12.5 crore Heroin Seized

Orunoday scheme I ১ আগষ্টত ৰাজ্যৰ প্ৰায় ৩৭ লাখ মহিলাই লাভ কৰিব অৰুণোদয়ৰ ধন

হিন্দু নোহোৱাৰ বাবেই ভাৰত নাট্যম শিল্পী মনচিয়া ভি পিক নৃত্য পৰিবেশনত বাধা দিয়াৰ অভিযোগ উঠিল কেৰালাৰ ত্রিশূৰৰ এটা মন্দিৰৰ কর্তৃপক্ষৰ বিৰুদ্ধে।

শিল্পীগৰাকীৰ অভিযোগ, অহা ২১ এপ্রিলত তেওঁৰ নৃত্যৰ অনুষ্ঠানৰ আছিল কুড়ালমানিক্যম মন্দিৰত। কিন্তু দেওবাৰে মন্দিৰ কমিটিৰ এজন সদস্যই জনাইছে, তেওঁক নৃত্যৰ অনুমতি দিয়া নহ’ব। কিয়নো তেওঁ হিন্দু নহয়। কেৱল সেয়াই নহয়, সদস্যজনে লগতে জনাইছে যে ধর্মৰ ভিত্তিত মঞ্চ আবণ্টন কৰা হৈছে। কোন ভাল শিল্পী, কোন নহয় সেয়া চোৱা নহ’ব।

এই প্ৰসংগত মনচিয়াই কয়, “যেহেতু মোৰ স্বামী এজন হিন্দু, মোক এইটোও প্রশ্ন কৰা হয়, আমি হিন্দু ধর্ম লৈছোনে নাই? আনকি সদস্যজনে এইটোও কয়, মই যদি হিন্দু ধর্ম লওঁ, তেনেহ’লে নৃত্যৰ বিষয়টো সন্দৰ্ভত বিবেচনা কৰি চোৱা হ’ব।”

লগতে মানচিয়াৰ অভিযোগ, “এমাহমান পূৰ্বে মন্দিৰ কর্তৃপক্ষই মোৰ সৈতে যোগাযোগ কৰে। মোৰ স্বামীক তেওঁলোকে ভালদৰে চিনি পায় বুলিও জনায়। গতিকে মোৰ সম্পর্কেও তেওঁলোকে জানিছিল। অনুষ্ঠানৰ বাবে মন্দিৰ কর্তৃপক্ষই মোৰ নামো ছপা কৰিছিল। কিন্তু এতিয়া তেওঁলোকে উক্ত অনুষ্ঠানত অংশগ্রহণৰ অনুমতি দিবলৈ ৰাজী হোৱা নাই৷”

এই প্রসঙ্গত মন্দিৰৰ দেবস্বম বোর্ডৰ চেয়াৰমেন প্রদীপ মেননৰ দাবী, মন্দিৰৰ ৰীতি-নীতি অনুযায়ী একমাত্র হিন্দুসকলেই মন্দিৰ চৌহদত কোনো অনুষ্ঠানত অংশগ্ৰহণ কৰিব পাৰে। সেই নিয়ম অনুযায়ী অংশগ্রহণৰ আগতে শিল্পীসকলৰ ধর্ম জানিব বিচৰা হয়। মনচিয়া প্রসঙ্গত প্রদীপে জনায়, ভাৰত নাট্যম শিল্পীগৰাকীৰ পৰা তেওঁৰ ধর্ম জানিব বিচৰা হৈছিল। কিন্তু তেওঁ জনাইছে যে তেওঁৰ কোনো ধর্ম নাই। সে কাৰণেই মনচিয়াক অনুষ্ঠানৰ শিল্পী তালিকাৰ পৰা বাদ দিয়া হৈছে। প্রদীপৰ মতে, “আমি মন্দিৰৰ নিয়ম ভাঙিব নোৱাৰো।”

অৱশ্যে এয়াই প্রথম নহয়, ধর্মৰ বাবে বাদ পৰাৰ অভিজ্ঞতা পূৰ্বতেও তেওঁৰ হৈছে বুলি জনাইছে মনচিয়াই। কেইবছৰমান পূৰ্বে গুৰুভায়ুৰ শ্রীকৃষ্ণ মন্দিৰত নৃত্যৰ অনুমতি দিয়া হোৱা নাছিল তেওঁক। ইয়াৰ উপৰি এগৰাকী মুছলিম ধর্মাৱলম্বী হোৱা সত্ত্বেও ধ্রুপদী নৃত্য কিয় কৰিছে বুলিও প্রশ্ন কৰা হৈছে। আনকি ৰোষৰ সন্মুখীন হ’বলগীয়া হোৱা বুলিও দাবী মনচিয়াৰ।

Share4Tweet3Send

Related Posts

Brutal murder : হাওৰাঘাটৰ উত্তৰ বৰবিলত নাৰকীয় হত্যাকাণ্ড :পুত্ৰৰ দাৰ ঘাপত প্ৰাণ গ’ল পিতৃৰ 
BREAKING NEWS

Brutal murder : হাওৰাঘাটৰ উত্তৰ বৰবিলত নাৰকীয় হত্যাকাণ্ড :পুত্ৰৰ দাৰ ঘাপত প্ৰাণ গ’ল পিতৃৰ 

by ASSAM TIMES POST
August 2, 2026
50
Assam Drug Bust : 50,000 Yaba Tablets, Rs 12.5 crore Heroin Seized
Assam

Assam Drug Bust : 50,000 Yaba Tablets, Rs 12.5 crore Heroin Seized

by News Desk
August 1, 2026
50
Orunoday scheme I ১ আগষ্টত ৰাজ্যৰ প্ৰায় ৩৭ লাখ মহিলাই লাভ কৰিব অৰুণোদয়ৰ ধন
Assam

Orunoday scheme I ১ আগষ্টত ৰাজ্যৰ প্ৰায় ৩৭ লাখ মহিলাই লাভ কৰিব অৰুণোদয়ৰ ধন

by Staff Reporter
July 31, 2026
50
Assam Flood Situations : এতিয়াও বানৰ কবলত ২৭ জিলা, বিগত ২৪ ঘণ্টাত বানত মৃত্যু ৫ জনৰ
Assam

Assam CM on flood I মুখ্যমন্ত্ৰী সাহায্য পুঁজিত বৃহস্পতিবাৰেই জমা ১০ কোটিৰো অধিক, সাহায্য পুঁজিৰ ধন খৰচ হ’ব শিৱসাগৰ-চৰাইদেউত

by Staff Reporter
July 31, 2026
50
Assam Gurdian ministers : অসম চৰকাৰে কোন জিলাৰ কাক অভিভাৱক মন্ত্ৰীৰ দায়িত্ব দিলে
Assam

Assam CM flood relief I বানপীড়িত জিলাৰ ঋণ ৰেহাইৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ বিশেষ ঘোষণা

by Staff Reporter
July 31, 2026
50
Assam flood : বানত ককবকাইছে ৰাজ্যৰ ৬ জিলাৰ সহস্ৰাধিক বানাক্ৰান্তই, ফোনযোগে খবৰ ল’লে গৃহমন্ত্ৰী অমিত শ্বাহে
Assam

Assam flood I ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ৮০ জনলৈ বৃদ্ধি, ক্ষতিগ্ৰস্ত ২ লক্ষাধিক লোক

by Staff Reporter
July 31, 2026
50
ADVERTISEMENT
Brutal murder : হাওৰাঘাটৰ উত্তৰ বৰবিলত নাৰকীয় হত্যাকাণ্ড :পুত্ৰৰ দাৰ ঘাপত প্ৰাণ গ’ল পিতৃৰ 
BREAKING NEWS

Brutal murder : হাওৰাঘাটৰ উত্তৰ বৰবিলত নাৰকীয় হত্যাকাণ্ড :পুত্ৰৰ দাৰ ঘাপত প্ৰাণ গ’ল পিতৃৰ 

August 2, 2026
50
Arunodoy 3.0 : কাৰ্বি আংলং জিলাতো অৰুণোদয় 3.0ৰ সাহাৰ্য্য বিতৰণ আৰম্ভ
KARBI ANGLONG

Arunodoy 3.0 : কাৰ্বি আংলং জিলাতো অৰুণোদয় 3.0ৰ সাহাৰ্য্য বিতৰণ আৰম্ভ

August 1, 2026
50
Case against Meta : মোদীক লক্ষ্য কৰি বিকৃত পোষ্ট, হায়দৰাবাদত মেটা প্ৰধানৰ বিৰুদ্ধে গোচৰ ৰুজু
National-International

Case against Meta : মোদীক লক্ষ্য কৰি বিকৃত পোষ্ট, হায়দৰাবাদত মেটা প্ৰধানৰ বিৰুদ্ধে গোচৰ ৰুজু

August 1, 2026
50
Dellhi protest : মই কৰা কামৰ বাবে লজ্জিত, নীট প্ৰতিবাদৰ সময়ত প্ৰধানমন্ত্ৰীক কৰা অপমানৰ বাবে ক্ষমা খুজিলে কিশোৰীয়ে
National-International

Dellhi protest : মই কৰা কামৰ বাবে লজ্জিত, নীট প্ৰতিবাদৰ সময়ত প্ৰধানমন্ত্ৰীক কৰা অপমানৰ বাবে ক্ষমা খুজিলে কিশোৰীয়ে

August 1, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Brutal murder : হাওৰাঘাটৰ উত্তৰ বৰবিলত নাৰকীয় হত্যাকাণ্ড :পুত্ৰৰ দাৰ ঘাপত প্ৰাণ গ’ল পিতৃৰ 

Brutal murder : হাওৰাঘাটৰ উত্তৰ বৰবিলত নাৰকীয় হত্যাকাণ্ড :পুত্ৰৰ দাৰ ঘাপত প্ৰাণ গ’ল পিতৃৰ 

August 2, 2026
Arunodoy 3.0 : কাৰ্বি আংলং জিলাতো অৰুণোদয় 3.0ৰ সাহাৰ্য্য বিতৰণ আৰম্ভ

Arunodoy 3.0 : কাৰ্বি আংলং জিলাতো অৰুণোদয় 3.0ৰ সাহাৰ্য্য বিতৰণ আৰম্ভ

August 1, 2026
Case against Meta : মোদীক লক্ষ্য কৰি বিকৃত পোষ্ট, হায়দৰাবাদত মেটা প্ৰধানৰ বিৰুদ্ধে গোচৰ ৰুজু

Case against Meta : মোদীক লক্ষ্য কৰি বিকৃত পোষ্ট, হায়দৰাবাদত মেটা প্ৰধানৰ বিৰুদ্ধে গোচৰ ৰুজু

August 1, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx