ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

মাঞ্জাত চুৰি গাড়ী সহ দিল্লীৰ তিনি গাড়ী চোৰ আৰক্ষীৰ জালত গাড়ী চোৰ

ষ্টাফ ৰিপ'ৰ্টাৰ:ডিফু

Staff Reporter by Staff Reporter
April 4, 2022
Reading Time: 1 min read
A A
0
মাঞ্জাত চুৰি গাড়ী সহ দিল্লীৰ তিনি গাড়ী চোৰ আৰক্ষীৰ জালত গাড়ী চোৰ

logo new 2 1 1 4 1 3 4 | ASSAM TIMES POST

RELATED POSTS

Brutal murder : হাওৰাঘাটৰ উত্তৰ বৰবিলত নাৰকীয় হত্যাকাণ্ড :পুত্ৰৰ দাৰ ঘাপত প্ৰাণ গ’ল পিতৃৰ 

Arunodoy 3.0 : কাৰ্বি আংলং জিলাতো অৰুণোদয় 3.0ৰ সাহাৰ্য্য বিতৰণ আৰম্ভ

One-day training program : ৰপ্তানিমুখী আদা উৎপাদন আৰু বাঁহ গাজ প্ৰক্ৰিয়াকৰণ বিষয়ত এদিনীয়া প্ৰশিক্ষণ সম্পন্ন

পুণৰ সক্ৰিয় হৈ পৰিছে আন্তঃৰাষ্ট্ৰীয় গাড়ীচোৰ চক্ৰ ৷ মাঞ্জা আৰক্ষীৰ জালত পৰিল দিল্লীৰ তিনি গভাইত গাড়ী চোৰ ৷ প্ৰাপ্ত খবৰ অনুসৰি দেওবাৰে সন্ধিয়া ৫ মান বজাত মাঞ্জা আৰক্ষীয়ে মাঞ্জাৰ আইচিডিপিৰ ওচৰত চলোৱা এক নাকা তালাচীত বকলীয়াঘাট দিশৰ পৰা আহি থকা ইউপিআই ১৫ ডিএম ০৯৬৩ নম্বৰৰ বিলাসী বালেন’ বাহনত সন্দেহবশতঃ তালাচী চলাই বাহনখন চুৰিৰ বুলি নিশ্চিত কৰে ৷

গাড়ীখনৰ চুৰি কাৰ্যৰ লগত জড়িত মহিলা সহ তিনিজন লোকক আটক কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে ৷ ধৃত গাড়ীচোৰ কেইটা ক্ৰমে, চালক ৰূপত আশীস চৌধুৰী, ৰবিন্দৰ যাদৱ আৰু তেওঁৰ পত্নী সংগীতা যাদৱ ৷ ধৃত আটাকেইটা চোৰৰ ঘৰ উত্তৰ প্ৰদেশৰ মীৰাটত ৷

IMG 20220404 WA0005 | ASSAM TIMES POST

উল্লেখযোগ্য যে, দিল্লীৰ ছায়া বাঞ্চালৰ নামত থকা বাহন এখনৰ নম্বৰ প্লেট ব্যৱহাৰ কৰাৰ লগতে চুৰি বাহনখনৰ চেচিচ নম্বৰো বিকৃত কৰে চোৰ কেইটাই যদিও চুৰি বাহনখনৰ ইঞ্জিন নম্বৰটো সলনি কৰিব নোৱাৰাৰ বাবে গাড়ীখন চুৰিৰ বুলি আৰক্ষীয়ে নিশ্চিত হৈ পৰে ৷

ইয়াৰোপৰি সংগীতা যাদৱে নিজৰ পৰিচয় পত্ৰ লুকুৱাই থৈ ছায়া বাঞ্চালৰ নামত ভূৱা আধাৰ কাৰ্ড লৈ দিল্লীৰ পৰা গাড়ীখনলৈ ডিমাপুৰৰ ছমিৰ নামৰ লোক এজনক হস্তান্তৰ কৰিবলৈ লৈ যাওতেই গাড়ীসহ আৰক্ষীৰ জালত পৰে ৷

Tags: মাঞ্জাত চুৰি গাড়ী
Share4Tweet3Send

Related Posts

Brutal murder : হাওৰাঘাটৰ উত্তৰ বৰবিলত নাৰকীয় হত্যাকাণ্ড :পুত্ৰৰ দাৰ ঘাপত প্ৰাণ গ’ল পিতৃৰ 
BREAKING NEWS

by ASSAM TIMES POST
August 2, 2026
50
Arunodoy 3.0 : কাৰ্বি আংলং জিলাতো অৰুণোদয় 3.0ৰ সাহাৰ্য্য বিতৰণ আৰম্ভ
KARBI ANGLONG

by News Desk
August 1, 2026
50
One-day training program : ৰপ্তানিমুখী আদা উৎপাদন আৰু বাঁহ গাজ প্ৰক্ৰিয়াকৰণ বিষয়ত এদিনীয়া প্ৰশিক্ষণ সম্পন্ন
KARBI ANGLONG

One-day training program : ৰপ্তানিমুখী আদা উৎপাদন আৰু বাঁহ গাজ প্ৰক্ৰিয়াকৰণ বিষয়ত এদিনীয়া প্ৰশিক্ষণ সম্পন্ন

by News Desk
July 30, 2026
50
Haoraghat robbery । হাওৰাঘাটত চাঞ্চল্যকৰ ডকাইতি; ডকাইতৰ দলে লুটিলে শিক্ষকৰ ঘৰৰ সোণৰ অলংকাৰসহ বাহন
KARBI ANGLONG

Haoraghat robbery । হাওৰাঘাটত চাঞ্চল্যকৰ ডকাইতি; ডকাইতৰ দলে লুটিলে শিক্ষকৰ ঘৰৰ সোণৰ অলংকাৰসহ বাহন

by Staff Reporter
July 30, 2026
50
শিৱসাগৰৰ বানাক্ৰান্ত জনতাৰ কাষত কাৰবি আংলঙৰ মানৱদৰদী সমাজ
KARBI ANGLONG

শিৱসাগৰৰ বানাক্ৰান্ত জনতাৰ কাষত কাৰবি আংলঙৰ মানৱদৰদী সমাজ

by Staff Reporter
July 30, 2026
50
Flood situation : ক্ৰমাৎ স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে  কাৰ্বি আংলং জিলাৰ বান পৰিস্থিতি
KARBI ANGLONG

Flood situation : ক্ৰমাৎ স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে  কাৰ্বি আংলং জিলাৰ বান পৰিস্থিতি

by ASSAM TIMES POST
July 27, 2026
50
ADVERTISEMENT
Brutal murder : হাওৰাঘাটৰ উত্তৰ বৰবিলত নাৰকীয় হত্যাকাণ্ড :পুত্ৰৰ দাৰ ঘাপত প্ৰাণ গ’ল পিতৃৰ 
BREAKING NEWS

Brutal murder : হাওৰাঘাটৰ উত্তৰ বৰবিলত নাৰকীয় হত্যাকাণ্ড :পুত্ৰৰ দাৰ ঘাপত প্ৰাণ গ’ল পিতৃৰ 

August 2, 2026
50
Arunodoy 3.0 : কাৰ্বি আংলং জিলাতো অৰুণোদয় 3.0ৰ সাহাৰ্য্য বিতৰণ আৰম্ভ
KARBI ANGLONG

Arunodoy 3.0 : কাৰ্বি আংলং জিলাতো অৰুণোদয় 3.0ৰ সাহাৰ্য্য বিতৰণ আৰম্ভ

August 1, 2026
50
Case against Meta : মোদীক লক্ষ্য কৰি বিকৃত পোষ্ট, হায়দৰাবাদত মেটা প্ৰধানৰ বিৰুদ্ধে গোচৰ ৰুজু
National-International

Dellhi protest : মই কৰা কামৰ বাবে লজ্জিত, নীট প্ৰতিবাদৰ সময়ত প্ৰধানমন্ত্ৰীক কৰা অপমানৰ বাবে ক্ষমা খুজিলে কিশোৰীয়ে

Assam Times Post is an Online Assamese and English News Portal from Assam.

Brutal murder : হাওৰাঘাটৰ উত্তৰ বৰবিলত নাৰকীয় হত্যাকাণ্ড :পুত্ৰৰ দাৰ ঘাপত প্ৰাণ গ’ল পিতৃৰ 

Brutal murder : হাওৰাঘাটৰ উত্তৰ বৰবিলত নাৰকীয় হত্যাকাণ্ড :পুত্ৰৰ দাৰ ঘাপত প্ৰাণ গ’ল পিতৃৰ 

August 2, 2026
Arunodoy 3.0 : কাৰ্বি আংলং জিলাতো অৰুণোদয় 3.0ৰ সাহাৰ্য্য বিতৰণ আৰম্ভ

Arunodoy 3.0 : কাৰ্বি আংলং জিলাতো অৰুণোদয় 3.0ৰ সাহাৰ্য্য বিতৰণ আৰম্ভ

August 1, 2026
Case against Meta : মোদীক লক্ষ্য কৰি বিকৃত পোষ্ট, হায়দৰাবাদত মেটা প্ৰধানৰ বিৰুদ্ধে গোচৰ ৰুজু

Case against Meta : মোদীক লক্ষ্য কৰি বিকৃত পোষ্ট, হায়দৰাবাদত মেটা প্ৰধানৰ বিৰুদ্ধে গোচৰ ৰুজু

August 1, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT