ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

অহা ২৮ এপ্ৰিলত প্ৰধান মন্ত্ৰীৰ কাৰবি আংলঙত আগমণকলৈ কাৰবি পৰিষদ আৰু জিলা প্ৰশাসনৰ ব্যাপক তৎপৰতা

ছাইদুল ইছলাম, ডিফু

Staff Reporter by Staff Reporter
April 4, 2022
Reading Time: 1 min read
A A
0
অহা ২৮ এপ্ৰিলত প্ৰধান মন্ত্ৰীৰ কাৰবি আংলঙত আগমণকলৈ কাৰবি পৰিষদ আৰু জিলা প্ৰশাসনৰ ব্যাপক তৎপৰতা

logo new 2 1 1 4 1 3 4 | ASSAM TIMES POST

RELATED POSTS

Brutal murder : হাওৰাঘাটৰ উত্তৰ বৰবিলত নাৰকীয় হত্যাকাণ্ড :পুত্ৰৰ দাৰ ঘাপত প্ৰাণ গ’ল পিতৃৰ 

Assam Drug Bust : 50,000 Yaba Tablets, Rs 12.5 crore Heroin Seized

Orunoday scheme I ১ আগষ্টত ৰাজ্যৰ প্ৰায় ৩৭ লাখ মহিলাই লাভ কৰিব অৰুণোদয়ৰ ধন

 অহা 28 এপ্ৰিলত কাৰবি আংলঙলৈ আহিব দেশৰ প্ৰধান মন্ত্ৰী উক্ত দিনা হাওৰাঘাট মহকুমাৰ অন্তৰ্গত ৰংকুটৰ লৰিনথেপিত প্ৰধানমনত্ৰী গৰাকীয়ে এখন ৰাজহুৱা সভাক উদ্দেশ্য কৰি ভাষণ প্ৰদান কৰিব ৷ প্ৰধান মন্ত্ৰী গৰাকীৰ কাৰবি আংলং জিলা ভ্ৰমণক কেন্দ্ৰ কৰি ইতিমধ্যে কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদ ব্যাপক তৎপৰতা দেখিবলৈ পোৱা গৈছে ৷

আনহাতে ইয়াৰ পূৰ্বে অসমৰ মুখ্যমন্ত্ৰী ডাঃ হিমন্ত বিশ্ব শৰ্মা তিনিদিনীয়া ভ্ৰমণ সূচীৰে কাৰবি আংলঙলৈ আহিব বুলি জানিব পৰা গৈছে ৷ অহা ১৫,১৬ আৰু ১৭ এপ্ৰিলত ডিফুত কটাবলগীয়া মুখ্যমন্ত্ৰী গৰাকীৰ ভ্ৰমণ সূচীকলৈও চৰকাৰ, প্ৰশাসনৰ মাজত তৎপৰতা বৃদ্ধি পাইছে ৷ ইয়াৰে অংশ হিচাপে আজি দিনৰ ১০ বজাত ডিফুৰ মাটিপুং স্থিত আৰবৰেটাম এণ্ড ক্ৰাফট চেণ্টাৰ ভৱনত এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত কৰা হয় ৷

IMG 20220404 WA0016 | ASSAM TIMES POST

কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত জিলাখনৰ তিনি গৰাকী বিধায়ক পৰিষদৰ কাৰ্যবাহী সদস্য, পৰিষদীয় সদস্য, পৰিষদৰ প্ৰধান সচিব, ৰাজ্য আৰু পৰিষদৰ অধীনস্থ চৰকাৰী বিভাগ সমূহৰ মূৰব্বী সকল, পৰিষদৰ সচিব সকল উপস্থিত থকা গুৰুত্বপূৰ্ণ সভাখনত দেশৰ প্ৰধান মন্ত্ৰী আৰু মুখ্যমন্ত্ৰী গৰাকীৰ ভ্ৰমণ সুচী সম্পৰ্কে সবিস্তাৰে আলোচনা কৰা হয় ৷

উক্ত দুয়োটা ভ্ৰমণসুচীৰ প্ৰতি লক্ষ্য ৰাখি ভালে কেইখন সমিতি আৰু উপসমিতিও গঠন কৰা হৈছে বুলি জানিব পৰা গৈছে ৷
দুয়োটা ভ্ৰমণ সুচী সফল কৰি তুলিবৰ বাবে সকলো চৰকাৰী বিভাগকে নিৰ্দিষ্ট দায়িত্ব প্ৰদান কৰাৰ লগতে পৰিষদৰ সচিব সকলকলৈ কাৰবি আংলং স্বায়ত্তশাসিত পৰিয়ৃষদৰ মুখ্য কাৰ্যবাহী সদস্য গৰাকীক সভাপতি হিচাপে লৈ গঠিত এখন বিশেষ সমিতিয়ে প্ৰস্তুতিৰ এই সকলো দিশ পৰ্যৱেক্ষণ কৰিব ৷

ৰংকুটৰ লৰিনথেপিত দেশৰ প্ৰধান মন্ত্ৰী অংশ গ্ৰহণ কৰিবলগীয়া ৰাজহুৱা সভাখনত কমেও চাৰি লক্ষ্যাধিক লোক উপস্থিত থাকিব বুলি আশা কৰা হৈছে ৷ উক্ত ভ্ৰমণৰ সময়তে দেশৰ প্ৰধান মন্ত্ৰী গৰাকীয়ে কাৰবি আংলং আৰু পশ্চিম কাৰবি আংলং জিলাত কেইবাখনো গুৰুত্বপূৰ্ণ আঁচনিৰ আধাৰশিলা স্থাপন কৰিব বুলি জানিব পৰা গৈছে ৷

আনহাতে, তিনিদিনীয়া ভ্ৰমণসূচীৰে ডিফুত উপস্থিত হোৱাৰ সময়ত অসমৰ মুখ্যমন্ত্ৰী ডাঃ হিমন্ত বিশ্ব শৰ্মাও এখন ৰাজহুৱা সভাত অংশ গমৰহণ কৰিব ৷ উক্ত সভাত আত্ম সমৰ্পণ কৰা প্ৰাক্তন বিদ্ৰুোহী সকলৰ মাজত মুখ্যমন্ত্ৰী গৰীকীয়ে চেক বিতৰণ কৰাৰ লগতে টেট উত্তীৰ্ণ পৰীক্ষাৰ্থী সকলৰ মাজত নিযুক্তি পত্ৰ বিতৰণ কৰিব বুলি জানিব পৰা গৈছে ৷

Share4Tweet3Send

Related Posts

Brutal murder : হাওৰাঘাটৰ উত্তৰ বৰবিলত নাৰকীয় হত্যাকাণ্ড :পুত্ৰৰ দাৰ ঘাপত প্ৰাণ গ’ল পিতৃৰ 
BREAKING NEWS

Brutal murder : হাওৰাঘাটৰ উত্তৰ বৰবিলত নাৰকীয় হত্যাকাণ্ড :পুত্ৰৰ দাৰ ঘাপত প্ৰাণ গ’ল পিতৃৰ 

by ASSAM TIMES POST
August 2, 2026
50
Assam Drug Bust : 50,000 Yaba Tablets, Rs 12.5 crore Heroin Seized
Assam

Assam Drug Bust : 50,000 Yaba Tablets, Rs 12.5 crore Heroin Seized

by News Desk
August 1, 2026
50
Orunoday scheme I ১ আগষ্টত ৰাজ্যৰ প্ৰায় ৩৭ লাখ মহিলাই লাভ কৰিব অৰুণোদয়ৰ ধন
Assam

Orunoday scheme I ১ আগষ্টত ৰাজ্যৰ প্ৰায় ৩৭ লাখ মহিলাই লাভ কৰিব অৰুণোদয়ৰ ধন

by Staff Reporter
July 31, 2026
50
Assam Flood Situations : এতিয়াও বানৰ কবলত ২৭ জিলা, বিগত ২৪ ঘণ্টাত বানত মৃত্যু ৫ জনৰ
Assam

Assam CM on flood I মুখ্যমন্ত্ৰী সাহায্য পুঁজিত বৃহস্পতিবাৰেই জমা ১০ কোটিৰো অধিক, সাহায্য পুঁজিৰ ধন খৰচ হ’ব শিৱসাগৰ-চৰাইদেউত

by Staff Reporter
July 31, 2026
50
Assam Gurdian ministers : অসম চৰকাৰে কোন জিলাৰ কাক অভিভাৱক মন্ত্ৰীৰ দায়িত্ব দিলে
Assam

Assam CM flood relief I বানপীড়িত জিলাৰ ঋণ ৰেহাইৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ বিশেষ ঘোষণা

by Staff Reporter
July 31, 2026
50
Assam flood : বানত ককবকাইছে ৰাজ্যৰ ৬ জিলাৰ সহস্ৰাধিক বানাক্ৰান্তই, ফোনযোগে খবৰ ল’লে গৃহমন্ত্ৰী অমিত শ্বাহে
Assam

Assam flood I ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ৮০ জনলৈ বৃদ্ধি, ক্ষতিগ্ৰস্ত ২ লক্ষাধিক লোক

by Staff Reporter
July 31, 2026
50
ADVERTISEMENT
Brutal murder : হাওৰাঘাটৰ উত্তৰ বৰবিলত নাৰকীয় হত্যাকাণ্ড :পুত্ৰৰ দাৰ ঘাপত প্ৰাণ গ’ল পিতৃৰ 
BREAKING NEWS

Brutal murder : হাওৰাঘাটৰ উত্তৰ বৰবিলত নাৰকীয় হত্যাকাণ্ড :পুত্ৰৰ দাৰ ঘাপত প্ৰাণ গ’ল পিতৃৰ 

August 2, 2026
50
Arunodoy 3.0 : কাৰ্বি আংলং জিলাতো অৰুণোদয় 3.0ৰ সাহাৰ্য্য বিতৰণ আৰম্ভ
KARBI ANGLONG

Arunodoy 3.0 : কাৰ্বি আংলং জিলাতো অৰুণোদয় 3.0ৰ সাহাৰ্য্য বিতৰণ আৰম্ভ

August 1, 2026
50
Case against Meta : মোদীক লক্ষ্য কৰি বিকৃত পোষ্ট, হায়দৰাবাদত মেটা প্ৰধানৰ বিৰুদ্ধে গোচৰ ৰুজু
National-International

Case against Meta : মোদীক লক্ষ্য কৰি বিকৃত পোষ্ট, হায়দৰাবাদত মেটা প্ৰধানৰ বিৰুদ্ধে গোচৰ ৰুজু

August 1, 2026
50
Dellhi protest : মই কৰা কামৰ বাবে লজ্জিত, নীট প্ৰতিবাদৰ সময়ত প্ৰধানমন্ত্ৰীক কৰা অপমানৰ বাবে ক্ষমা খুজিলে কিশোৰীয়ে
National-International

Dellhi protest : মই কৰা কামৰ বাবে লজ্জিত, নীট প্ৰতিবাদৰ সময়ত প্ৰধানমন্ত্ৰীক কৰা অপমানৰ বাবে ক্ষমা খুজিলে কিশোৰীয়ে

August 1, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Brutal murder : হাওৰাঘাটৰ উত্তৰ বৰবিলত নাৰকীয় হত্যাকাণ্ড :পুত্ৰৰ দাৰ ঘাপত প্ৰাণ গ’ল পিতৃৰ 

Brutal murder : হাওৰাঘাটৰ উত্তৰ বৰবিলত নাৰকীয় হত্যাকাণ্ড :পুত্ৰৰ দাৰ ঘাপত প্ৰাণ গ’ল পিতৃৰ 

August 2, 2026
Arunodoy 3.0 : কাৰ্বি আংলং জিলাতো অৰুণোদয় 3.0ৰ সাহাৰ্য্য বিতৰণ আৰম্ভ

Arunodoy 3.0 : কাৰ্বি আংলং জিলাতো অৰুণোদয় 3.0ৰ সাহাৰ্য্য বিতৰণ আৰম্ভ

August 1, 2026
Case against Meta : মোদীক লক্ষ্য কৰি বিকৃত পোষ্ট, হায়দৰাবাদত মেটা প্ৰধানৰ বিৰুদ্ধে গোচৰ ৰুজু

Case against Meta : মোদীক লক্ষ্য কৰি বিকৃত পোষ্ট, হায়দৰাবাদত মেটা প্ৰধানৰ বিৰুদ্ধে গোচৰ ৰুজু

August 1, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx