ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Entertainment

বিবাহৰ কেইদিনমান পিছতেই শ্বাহিদ কাপুৰক এৰিব খুজিছিল মীৰা ৰাজপুতেঃ

মনোৰঞ্জনঃ

Staff Reporter by Staff Reporter
April 5, 2022
Reading Time: 1 min read
A A
0
বিবাহৰ কেইদিনমান পিছতেই শ্বাহিদ কাপুৰক এৰিব খুজিছিল মীৰা ৰাজপুতেঃ

logo new 2 1 1 4 1 3 4 | ASSAM TIMES POST

RELATED POSTS

Aamir Khan : আমিৰ খান আৰু গৌৰী স্প্ৰাট আনুষ্ঠানিকভাৱে বিবাহপাশত আবদ্ধ

Jaya & Amitabh : জয়াৰ সৈতে ৫০ বছৰ অমিতাভৰ, সুখী দাম্পত্য জীৱনৰ ৰহস্য মুকলি কৰিলে বিগ বিয়ে

Actor Danish controversial remarks : চাৰিবাৰ বিয়া কৰাই ‘গৌৰৱ’ কৰা পাক অভিনেতা দানিশক তীব্ৰ আক্ৰমণ

অভিনেতা শ্বাহিদ কাপুৰক অতিশীঘ্ৰে ‘জাৰ্চি’ ত দেখিবলৈ পোৱা যাব। শেহতীয়াকৈ অভিনেতাগৰাকী এই ছবিখনৰ প্ৰচাৰত ব্যস্ত হৈ আছে। প্ৰচাৰৰ এই সময়ছোৱাতে শ্বাহিদ কাপুৰে এক সাক্ষাৎকাৰ যোগে তেওঁৰ ব্যক্তিগত কিছু কথা প্ৰকাশ কৰে। য’ত তেওঁ নিজৰ বিবাহৰ এটা ধেমেলীয়া পৰিস্থিতিৰ বিষয়ে জানিবলৈ দিয়ে।

Shahid Mira wedding 1625641271055 1625641283991 | ASSAM TIMES POSTঅভিনেতাজনে কয় যে তেওঁৰ পত্নী মীৰাই বিয়াৰ কেইদিনমান পিছতেই তেওঁক এৰি যাব বিচাৰিছিল। শ্বাহিদ কাপুৰ অভিনীত ‘উড়তা পাঞ্জাৱ’ ২০১৬ চনত মুক্তি পাইছিল। য’ত তেওঁ টমি সিং নামে এটি চৰিত্ৰত অভিনয় কৰিছিল। মীৰা ৰাজপুত চৰিত্ৰটোক লৈ ইমানেই আচৰিত হৈ পৰিছিল যে তাই শ্বাহিদৰ সৈতে থাকিব নিবিচাৰিছিল।

চিএনএন নিউজ ১৮-ৰ সৈতে হোৱা এক সাক্ষাৎকাৰত শ্বাহিদে কয় যে, “যেতিয়া মীৰা আৰু মই বিয়া হৈছিলোঁ, এটা ধেমেলীয়া ঘটনা ঘটিছিল। মুক্তিৰ আগতে মই মীৰাক ‘উড়তা পাঞ্জাৱ’ চাবলৈ লৈ গৈছিলোঁ। আমি সম্পাদনা কোঠাত চিনেমাখন চাইছিলোঁ। মই চিনেমাখনৰ বাবে গৈ আছিলো, সেয়েহে মই মীৰাক সুধিছিলো যে আপুনি যাব নেকি। তেওঁ কৈছিল যে, হয় মই যাম।”

অভিনেতাজনে আগলৈ কয় যে, মীৰাই ছবিখন চাই থাকোতে মোৰ কাষত বহি আছিল। কিন্তু বিৰতিৰ সময়ত, তাই মোৰ পৰা আঁতৰি গৈছিল। তেওঁ মোৰ পৰা ৫ ফুট দূৰত থিয় হৈ আছিল। মই ভাবি পোৱা নাছিলোঁ যে হঠাৎ এয়া কি হ’ল, কাৰণ আমাৰ এৰেঞ্জ মেৰেজ আছিল আৰু দুইটাই দুইটাক তেতিয়ালৈ ভালকৈ জানিবই পৰা নাছিলোঁ। মীৰাই  মোক সুধিছিল যে, “আপুনি কি এইটো মানুহ? আপুনি ভাল পাইছে নেকি এই মানুহটোক? মই আৰু আপোনাৰ সৈতে থাকিব নিবিচাৰো। মই ক’লো, “নহয়, নহয়, এয়া টমি সিং।” মোৰ সৈতে তেওঁৰ কোনো সম্পৰ্ক নাই।”

Tags: Shahid Kapoorশ্বাহিদ কাপুৰক
Share4Tweet3Send

Related Posts

Aamir Khan : আমিৰ খান আৰু গৌৰী স্প্ৰাট আনুষ্ঠানিকভাৱে বিবাহপাশত আবদ্ধ
Entertainment

Aamir Khan : আমিৰ খান আৰু গৌৰী স্প্ৰাট আনুষ্ঠানিকভাৱে বিবাহপাশত আবদ্ধ

by News Desk
July 5, 2026
50
Jaya & Amitabh : জয়াৰ সৈতে ৫০ বছৰ অমিতাভৰ, সুখী দাম্পত্য জীৱনৰ ৰহস্য মুকলি কৰিলে বিগ বিয়ে
Entertainment

Jaya & Amitabh : জয়াৰ সৈতে ৫০ বছৰ অমিতাভৰ, সুখী দাম্পত্য জীৱনৰ ৰহস্য মুকলি কৰিলে বিগ বিয়ে

by News Desk
January 19, 2026
50
Actor Danish controversial remarks : চাৰিবাৰ বিয়া কৰাই ‘গৌৰৱ’ কৰা পাক অভিনেতা দানিশক তীব্ৰ আক্ৰমণ
Entertainment

Actor Danish controversial remarks : চাৰিবাৰ বিয়া কৰাই ‘গৌৰৱ’ কৰা পাক অভিনেতা দানিশক তীব্ৰ আক্ৰমণ

by News Desk
March 21, 2025
50
Aliya Bhat pregnancy news : পুনৰ মাতৃ হ’বলৈ ওলাইছে আলিয়া ভাট! দ্বিতীয় সন্তান সন্দৰ্ভত ইংগিত ৰণবীৰ কাপুৰৰ
Entertainment

Aliya Bhat pregnancy news : পুনৰ মাতৃ হ’বলৈ ওলাইছে আলিয়া ভাট! দ্বিতীয় সন্তান সন্দৰ্ভত ইংগিত ৰণবীৰ কাপুৰৰ

by News Desk
March 21, 2025
50
Pushpa 2 incident : পুষ্পা ২ৰ পদপিষ্ট ঘটনাৰ প্ৰতিবেদন বিচাৰিলে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে
Entertainment

Pushpa 2 incident : পুষ্পা ২ৰ পদপিষ্ট ঘটনাৰ প্ৰতিবেদন বিচাৰিলে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে

by News Desk
January 2, 2025
50
Allu Arjun Arrested : আল্লু অৰ্জুনক গ্ৰেপ্তাৰৰ পিছতে অভিযোগ উটাই লোৱাৰ ঘোষণা ভুক্তভোগীৰ স্বামীৰ
Entertainment

Allu Arjun Arrested : আল্লু অৰ্জুনক গ্ৰেপ্তাৰৰ পিছতে অভিযোগ উটাই লোৱাৰ ঘোষণা ভুক্তভোগীৰ স্বামীৰ

by News Desk
December 13, 2024
50
ADVERTISEMENT
Puri Rath Yatra : পুৰীৰ ৰথযাত্ৰাত শ্বাসৰুদ্ধ হৈ মৃত্যু ভক্তৰ, কেইবাজনো চিকিৎসালয়ত ভৰ্তি
National-International

Puri Rath Yatra : পুৰীৰ ৰথযাত্ৰাত শ্বাসৰুদ্ধ হৈ মৃত্যু ভক্তৰ, কেইবাজনো চিকিৎসালয়ত ভৰ্তি

July 16, 2026
50
Deforestation : এনেকৈ থাকিলে অক্সিজেন চিলিণ্ডাৰ লৈ ফুৰিব লাগিব, গছকটাক লৈ ন্যায়ালয়ৰ উদ্বেগ
National-International

Deforestation : এনেকৈ থাকিলে অক্সিজেন চিলিণ্ডাৰ লৈ ফুৰিব লাগিব, গছকটাক লৈ ন্যায়ালয়ৰ উদ্বেগ

July 16, 2026
50
Sonam Wangshuk hunger strike : মই দুই-চাৰি দিনতেই মৰি নাযাওঁ, অনশনৰ ১৯ দিনত সমৰ্থকসকললৈ বাৰ্তা ৱাংচুকৰ
National-International

Sonam Wangshuk hunger strike : মই দুই-চাৰি দিনতেই মৰি নাযাওঁ, অনশনৰ ১৯ দিনত সমৰ্থকসকললৈ বাৰ্তা ৱাংচুকৰ

July 16, 2026
50
Karbi Anglong drought condition I উজনি-নামনিত বানৰ তাণ্ডৱৰ বিপৰীতে পাহাৰীয়া কাৰ্বি আংলঙত খৰাঙৰ ৰুদ্ৰৰূপ
KARBI ANGLONG

Karbi Anglong drought condition I উজনি-নামনিত বানৰ তাণ্ডৱৰ বিপৰীতে পাহাৰীয়া কাৰ্বি আংলঙত খৰাঙৰ ৰুদ্ৰৰূপ

July 16, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Puri Rath Yatra : পুৰীৰ ৰথযাত্ৰাত শ্বাসৰুদ্ধ হৈ মৃত্যু ভক্তৰ, কেইবাজনো চিকিৎসালয়ত ভৰ্তি

Puri Rath Yatra : পুৰীৰ ৰথযাত্ৰাত শ্বাসৰুদ্ধ হৈ মৃত্যু ভক্তৰ, কেইবাজনো চিকিৎসালয়ত ভৰ্তি

July 16, 2026
Deforestation : এনেকৈ থাকিলে অক্সিজেন চিলিণ্ডাৰ লৈ ফুৰিব লাগিব, গছকটাক লৈ ন্যায়ালয়ৰ উদ্বেগ

Deforestation : এনেকৈ থাকিলে অক্সিজেন চিলিণ্ডাৰ লৈ ফুৰিব লাগিব, গছকটাক লৈ ন্যায়ালয়ৰ উদ্বেগ

July 16, 2026
Sonam Wangshuk hunger strike : মই দুই-চাৰি দিনতেই মৰি নাযাওঁ, অনশনৰ ১৯ দিনত সমৰ্থকসকললৈ বাৰ্তা ৱাংচুকৰ

Sonam Wangshuk hunger strike : মই দুই-চাৰি দিনতেই মৰি নাযাওঁ, অনশনৰ ১৯ দিনত সমৰ্থকসকললৈ বাৰ্তা ৱাংচুকৰ

July 16, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx