ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

#নগাঁও আৰক্ষীয়ে বহিঃ ৰাজ্যৰ পৰা উদ্ধাৰ কৰিলে দুই কিশোৰী # ভণ্ড প্ৰেমিক আৰু প্ৰেমিকৰ পিতৃক গ্ৰেপ্তাৰ#

ASSAM TIMES POST by ASSAM TIMES POST
October 10, 2019
Reading Time: 1 min read
A A
0
#নগাঁও আৰক্ষীয়ে বহিঃ ৰাজ্যৰ পৰা উদ্ধাৰ কৰিলে দুই কিশোৰী # ভণ্ড প্ৰেমিক আৰু প্ৰেমিকৰ পিতৃক গ্ৰেপ্তাৰ#

53956782 - prisoner in jail

RELATED POSTS

Delhi blast : লালকিল্লাত নহয়, দিল্লীৰ জৈন মন্দিৰত বোমা বিস্ফোৰণৰ পৰিকল্পনা আছিল; প্ৰস্ৰাৱৰ পৰা ইউৰিয়া সংগ্ৰহৰ দাবী নিয়াৰ

Sheikh Hasina : ধন আৰু আস্থাৰ অভাৱ, বিশ্ব স্বাস্থ্য সংস্থাৰ পৰা পদত্যাগ হাছিনাৰ কন্যা ছাইমাৰ

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

নগাঁও, ১০ অক্টোবৰ: আগষ্ট মাহৰ পৰা সন্ধানহীন হৈ থকা নগাঁৱৰ কাটিমাৰীৰ দুগৰাকী কিশোৰীক নগাঁও আৰক্ষীয়ে কালি হাৰিয়ানাৰ পৰা উদ্ধাৰ কৰে। হাৰিয়ানাৰ ৰমেশ কুমাৰ ওৰফে ৰফিক খান নামৰ এজন  লোক আৰু তেওঁৰ পুত্ৰ নুৰ আমিন ওৰফে বুলবুলে কাটিমাৰীৰ কিশোৰী দুগৰাকীক  হাৰিয়ানালৈ যোৱা আগষ্ট মাহতে লৈ গৈছিল।  জানিব পৰা মতে নুৰ আমিন ওৰফে বুলবুলৰ কাটিমাৰীৰ  এগৰাকী কিশোৰীৰ সৈতে আছিল প্ৰেমৰ সম্পৰ্ক। কিন্তু কিশোৰী গৰাকীৰ বিবাহৰ বয়স নোহোৱা বাবে পৰিয়ালৰ লোকে বিয়া দিবলৈ অমান্তি হোৱাত বুলবুলৰ নিজ পৰিয়ালৰ লোকে কিশোৰী গৰাকীক পলুৱাই লৈ যাবলৈ কৈছিল। আনহাতে আনগৰাকী কিশোৰীক হাৰিয়ানাত চাকৰি দিয়াৰ প্ৰলোভনেৰে হাৰিয়ানালৈ লৈ গৈছিল। কিশোৰী দুগৰাকী সন্ধানহীন হৈ  থকা পৰিয়ালৰ লোকে যোৱা আগষ্ট মাহতে হয়বৰগাঁও আৰক্ষী চকীত এজাহাৰ দিছিল যদিও আৰক্ষীয়ে কিশোৰী দুগৰাকীৰ কোনো শুং সূত্ৰ উলিয়াব পৰা নাছিল। আনহাতে হাৰিয়ানাত আবদ্ধ কিশোৰী দুগৰাকীয়ে দুদিন পূৰ্বে নিজৰ অন্ধকাৰ ভৱিষ্যতৰ কথা অনুভৱ কৰি উদ্ধাৰৰ আশাত চিঞৰ বাখৰ কৰাত হাৰিয়ানাৰ স্থানীয় লোকে কিশোৰী দুগৰাকীক ভণ্ড প্ৰেমিক নুৰ আমিনৰ কবলৰ পৰা উদ্ধাৰ কৰি হাৰিয়ানাৰ আৰক্ষীক চমজাই দিয়ে। হাৰিয়ানাৰ আৰক্ষীয়ে কিশোৰী দুগৰাকীৰ স্বীকাৰোক্তিৰ ভিত্তিত পৰিয়ালৰ লোকৰ সৈতে যোগাযোগ কৰে ।কালি কিশোৰী দুগৰাকীৰ ককায়েকে নগাঁও চহৰৰ হয়বৰগাওঁ আৰক্ষী চকীৰ আৰক্ষীক লগত লৈ হাৰিয়ানাৰ পৰা  দুই ভগ্নী আৰু ভণ্ড প্ৰেমিক সহ পিতৃক আটক কৰি অসমলৈ আনে। বৰ্তমানে আটকাধীন দুয়োকে হয়বৰগাওঁ আৰক্ষীয়ে মাৰাথান জেৰা অব্যাহত ৰাখিছে। উল্লেখযোগ্য যে ৰমেশ কুমাৰ হাৰিয়ানাৰ এগৰাকী হিন্দু সম্প্ৰদায়ৰ লোক। তেওঁ নগাঁৱত এগৰাকী মুছলমান মহিলাক বিবাহ কৰিছিল আৰু তেওঁলোকৰ পুত্ৰ হৈছে নুৰ আমিন।ইপিনে কিশোৰী দুগৰাকীয়ে তেওঁলোকক ধৃত লোক দুজনে দুষ্ট চক্ৰৰ ওচৰত বিক্ৰী কৰিব বিচৰা বুলি অভিযোগ কৰিছে।অৱশ্যে আৰক্ষীৰ তদন্ততহে বিষয়টোৰ সত্যতা উন্মোচিত হ’ব । !##

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: CrimeFeatured
Share5Tweet3Send

Related Posts

Delhi blast : লালকিল্লাত নহয়, দিল্লীৰ জৈন মন্দিৰত বোমা বিস্ফোৰণৰ পৰিকল্পনা আছিল; প্ৰস্ৰাৱৰ পৰা ইউৰিয়া সংগ্ৰহৰ দাবী নিয়াৰ
ALL NEWS

Delhi blast : লালকিল্লাত নহয়, দিল্লীৰ জৈন মন্দিৰত বোমা বিস্ফোৰণৰ পৰিকল্পনা আছিল; প্ৰস্ৰাৱৰ পৰা ইউৰিয়া সংগ্ৰহৰ দাবী নিয়াৰ

by News Desk
September 10, 2026
51
Sheikh Hasina : ধন আৰু আস্থাৰ অভাৱ, বিশ্ব স্বাস্থ্য সংস্থাৰ পৰা পদত্যাগ হাছিনাৰ কন্যা ছাইমাৰ
ALL NEWS

Sheikh Hasina : ধন আৰু আস্থাৰ অভাৱ, বিশ্ব স্বাস্থ্য সংস্থাৰ পৰা পদত্যাগ হাছিনাৰ কন্যা ছাইমাৰ

by News Desk
September 10, 2026
51
Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ
ALL NEWS

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

by News Desk
July 11, 2026
50
‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক
ALL NEWS

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

by Staff Reporter
June 7, 2026
50
‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ
ALL NEWS

‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ

by Staff Reporter
May 16, 2026
50
Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ
ALL NEWS

Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ

by Staff Reporter
April 17, 2026
50
ADVERTISEMENT
Zubeen Sangeet : ডিফু অসম সাহিত্য সভাৰ উদ্যোগত ‘সুৰৰ জোনাক’ জুবিন সংগীত প্ৰতিযোগিতা
KARBI ANGLONG

Zubeen Sangeet : ডিফু অসম সাহিত্য সভাৰ উদ্যোগত ‘সুৰৰ জোনাক’ জুবিন সংগীত প্ৰতিযোগিতা

September 13, 2026
50
চেঙাৰ আলোপতিচৰত ড্ৰাগছসহ দুজনক গ্ৰেপ্তাৰ:১৭টা ড্ৰাগছভৰ্তি কণ্টেইনাৰ আৰু এখন মটৰচাইকেল জব্দ
crime

চেঙাৰ আলোপতিচৰত ড্ৰাগছসহ দুজনক গ্ৰেপ্তাৰ:১৭টা ড্ৰাগছভৰ্তি কণ্টেইনাৰ আৰু এখন মটৰচাইকেল জব্দ

September 13, 2026
50
ৰঙিয়া জংচনৰ সমীপৰ হোটেলত যুৱতীক হত্যা:ডিঙি ৰেপি হত্যাৰ অভিযোগত প্ৰেমিকক আটক
Assam

ৰঙিয়া জংচনৰ সমীপৰ হোটেলত যুৱতীক হত্যা:ডিঙি ৰেপি হত্যাৰ অভিযোগত প্ৰেমিকক আটক

September 13, 2026
50
Extramarital Affair : পত্নী বাহিৰত থকাৰ সুযোগত শয্যাসংগী কৰিলে পৰস্ত্ৰীক, হাতে-লোতে ধৰিলে পত্নীয়ে
Assam

Extramarital Affair : পত্নী বাহিৰত থকাৰ সুযোগত শয্যাসংগী কৰিলে পৰস্ত্ৰীক, হাতে-লোতে ধৰিলে পত্নীয়ে

September 12, 2026
51
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Zubeen Sangeet : ডিফু অসম সাহিত্য সভাৰ উদ্যোগত ‘সুৰৰ জোনাক’ জুবিন সংগীত প্ৰতিযোগিতা

Zubeen Sangeet : ডিফু অসম সাহিত্য সভাৰ উদ্যোগত ‘সুৰৰ জোনাক’ জুবিন সংগীত প্ৰতিযোগিতা

September 13, 2026
চেঙাৰ আলোপতিচৰত ড্ৰাগছসহ দুজনক গ্ৰেপ্তাৰ:১৭টা ড্ৰাগছভৰ্তি কণ্টেইনাৰ আৰু এখন মটৰচাইকেল জব্দ

চেঙাৰ আলোপতিচৰত ড্ৰাগছসহ দুজনক গ্ৰেপ্তাৰ:১৭টা ড্ৰাগছভৰ্তি কণ্টেইনাৰ আৰু এখন মটৰচাইকেল জব্দ

September 13, 2026
ৰঙিয়া জংচনৰ সমীপৰ হোটেলত যুৱতীক হত্যা:ডিঙি ৰেপি হত্যাৰ অভিযোগত প্ৰেমিকক আটক

ৰঙিয়া জংচনৰ সমীপৰ হোটেলত যুৱতীক হত্যা:ডিঙি ৰেপি হত্যাৰ অভিযোগত প্ৰেমিকক আটক

September 13, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d