ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

উমৰাংচ’ত জল প্ৰলয়ৰ পৰিস্থিতি অপৰিৱৰ্তিত: সাংসদ হৰেণছিং বে’ৰ ঘটনাস্থলী পৰিদৰ্শন, ড্ৰ’ণ বিমানেৰে পৰিস্থিতি পৰ্যবেক্ষণ

ASSAM TIMES POST by ASSAM TIMES POST
October 10, 2019
Reading Time: 1 min read
A A
0
উমৰাংচ’ত জল প্ৰলয়ৰ পৰিস্থিতি অপৰিৱৰ্তিত: সাংসদ হৰেণছিং বে’ৰ ঘটনাস্থলী পৰিদৰ্শন, ড্ৰ’ণ বিমানেৰে পৰিস্থিতি পৰ্যবেক্ষণ

ASSAM TIMES POST

RELATED POSTS

Dead body Recovered : বকলিয়াঘাটত উদ্ধাৰ সন্ধানহীন হৈ থকা শিক্ষকৰ মৃতদেহ, হত্যাৰ সন্দেহ পরিয়ালৰ

Wild Elephant dies I চাৰিদুৱাৰত বিদ্যুৎস্পৃষ্ট হৈ বন্যহস্তীৰ কৰুণ মৃত্যু

‎ট্ৰাইৰ ড্ৰাইভ টেষ্টত অসমৰ ৰাষ্ট্ৰীয় ঘাইপথত পোহৰলৈ আহিছে নেটৱৰ্কৰ দুৰ্বলতা 

ডিফু: উমৰাংচ’ৰ কপিলী জলবিদ্যুত প্ৰকল্পৰ জলপ্ৰলয়ৰ বিভীষিকা আৰু আতংক আজিও অপৰিৱৰ্তিত হৈয়েই আছে ৷ ইয়াৰ বিপৰীতে ডিমা হাচাও জিলাৰ উমৰাংচ’স্থিত কপিলী জলবিদ্যুত প্ৰকল্পৰ টানেল ভাঙি জল প্ৰলয় সৃষ্টি কৰা আজিলৈকে চাৰিদিন অতিক্ৰম কৰাৰ পিছতো পৰিস্থিতি অৱনতি হৈয়েই আছে ৷

IMG 20191010 WA0002 | ASSAM TIMES POST

উল্লেখযোগ্য যে, যোৱা যোৱা ৭ অক্টোবৰৰ পুৱতি নিশা জলবিদ্যুত প্ৰকল্পটোৰ এটা টানেল ছিঙি সমগ্ৰ এলেকাত ভয়ঙ্কৰ জলপ্ৰলয় সৃষ্টি হয় ৷

ঘটনা সংঘটিত হোৱা এশঘণ্টা পাৰ হোৱাৰ পিছতো আজিও ৫০/৬০ ফুট উচ্চতা পৰ্যন্ত পানীৰ ফুঁৱৰা উঠিয়েই আছে ৷ ফলত এলেকাটোত জলপ্ৰলয়ে আতংক অব্যাহত ৰখাৰ বিৰুদ্ধে নিপকোৰ জলধাৰৰ গতিৰোধ কৰাত ব্যৰ্থ হৈছে নীপকো কৰ্তৃপক্ষ৷ বান্ধটোৰ প্ৰচণ্ড জলপ্ৰলয়ৰ সময়ৰ পৰা নিৰুদ্ধেশ হৈ থকা কৰ্মচাৰী সকলৰ সন্ধান নোলোৱাত আতংক আৰু আবেগত দিন অতিবাহিত কৰিছে ভুক্তভোগীৰ পৰিয়ালে ৷

IMG 20191010 WA0001 | ASSAM TIMES POST

জলপ্ৰলয়ত সন্ধানহীন সকলৰ আজি পৰ্যন্ত কোনো অনুসন্ধান চলোৱা হোৱা নাই লগতে এনডিআৰএফেও অভিযান নচলোৱাৰ বাবে ক্ষোভ উজাৰে ৰাইজে ৷ এইসন্দৰ্ভত পানীৰ স্ৰোত সামান্য হলেহে অনুসন্ধান সম্ভৱপৰ হব বুলি নীপকো কৰ্তৃপক্ষৰ পৰা জানিব পৰা গৈছে ৷ ইয়াৰ মাজতে আজি নীপকোৰ এক উচ্চ পৰ্যায়ৰ বিশেষজ্ঞৰ দলে ড্ৰ’ণ বিমাণেৰ বান্ধটোৰ ওপৰৰ পৰা পৰিস্থিতি পৰ্যবেক্ষণ কৰে ৷

বিশেষজ্ঞৰ দলটোৱে ড্ৰ’ণেৰ বান্ধটোৰ তলৰ জলৰ স্ৰুতৰ প্ৰকোপ আৰু এলেকাটোৰ বান পৰিস্থিতি অধ্যয়ণ কৰে ৷ কাইলৈৰ ভিতৰত বান্ধটোৰ পৰিস্থিতি সামান্য হোৱাৰ সম্ভাৱনা আছে বুলি জানিব দিয়ে ৷

IMG 20191010 WA0000 | ASSAM TIMES POST

প্ৰাণিধান যোগ্য যে ঘটনা সংঘটিত হোৱা দিনৰে পৰা পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ নীপকোৱে প্ৰচেষ্টা অব্যাহত ৰাখি ব্যৰ্থ হোৱাৰ পিছতো কাইলৈৰ ভিতৰত বান্ধটোৰ পৰিস্থিতি নিয়ন্ত্ৰণাধীন হব বুলি দিয়া আশ্বাসে বিশেষ তাৎপৰ্য বহন কৰিছে ৷

জলপ্ৰলয়ৰ বিভীষিকাৰ মাজতে ধাৰাসাৰে হোৱা বৃষ্টিপাতে পৰিস্থিতিৰ সামান্য হোৱাত সন্দেহ ঘণীভূত হৈ পৰিছে ৷ আনহাতে এলেকাটোত চলি থকা জলপ্ৰলয়ৰ মাজতে তিনি পাৰ্বত্য জিলাৰ একমাত্ৰ সাংসদ হৰেণছিং বে’য়ে আজি ঘটনাস্থলী পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয় ৷

Tags: FeaturedFeatured2karbi anglong
Share4Tweet3Send

Related Posts

Dead body Recovered : বকলিয়াঘাটত উদ্ধাৰ সন্ধানহীন হৈ থকা শিক্ষকৰ মৃতদেহ, হত্যাৰ সন্দেহ পরিয়ালৰ
KARBI ANGLONG

Dead body Recovered : বকলিয়াঘাটত উদ্ধাৰ সন্ধানহীন হৈ থকা শিক্ষকৰ মৃতদেহ, হত্যাৰ সন্দেহ পরিয়ালৰ

by News Desk
June 19, 2026
50
Wild Elephant dies I চাৰিদুৱাৰত বিদ্যুৎস্পৃষ্ট হৈ বন্যহস্তীৰ কৰুণ মৃত্যু
Assam

Wild Elephant dies I চাৰিদুৱাৰত বিদ্যুৎস্পৃষ্ট হৈ বন্যহস্তীৰ কৰুণ মৃত্যু

by Staff Reporter
June 19, 2026
50
‎ট্ৰাইৰ ড্ৰাইভ টেষ্টত অসমৰ ৰাষ্ট্ৰীয় ঘাইপথত পোহৰলৈ আহিছে নেটৱৰ্কৰ দুৰ্বলতা 
Assam

‎ট্ৰাইৰ ড্ৰাইভ টেষ্টত অসমৰ ৰাষ্ট্ৰীয় ঘাইপথত পোহৰলৈ আহিছে নেটৱৰ্কৰ দুৰ্বলতা 

by Staff Reporter
June 17, 2026
50
বোকাজানত নিচাজাতীয় সামগ্ৰী উদ্ধাৰ
KARBI ANGLONG

বোকাজানত নিচাজাতীয় সামগ্ৰী উদ্ধাৰ

by Staff Reporter
June 17, 2026
50
Body recovered : লাহৰিজানত অচিনাক্ত মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য
KARBI ANGLONG

Body recovered : লাহৰিজানত অচিনাক্ত মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য

by News Desk
June 15, 2026
50
হাওৰাঘাটত দিনজোৰা কাৰ্যসূচীৰে বিজেপিৰ বুথ সন্মিলন সম্পন্ন: বিধায়ক লুনচিং টেৰণৰ বিশেষ পুৰস্কাৰ প্ৰদান
KARBI ANGLONG

হাওৰাঘাটত দিনজোৰা কাৰ্যসূচীৰে বিজেপিৰ বুথ সন্মিলন সম্পন্ন: বিধায়ক লুনচিং টেৰণৰ বিশেষ পুৰস্কাৰ প্ৰদান

by Staff Reporter
June 14, 2026
50
ADVERTISEMENT
Prevent Rail ticket fraud : টিকট জালিয়াতি ৰোধ কৰিবলৈ ৰে’লৱেৰ ডাঙৰ পদক্ষেপ : টিকট অবিহনে যাত্ৰাত বাধা, জৰিমনা দুগুণ বৃদ্ধি
National-International

Prevent Rail ticket fraud : টিকট জালিয়াতি ৰোধ কৰিবলৈ ৰে’লৱেৰ ডাঙৰ পদক্ষেপ : টিকট অবিহনে যাত্ৰাত বাধা, জৰিমনা দুগুণ বৃদ্ধি

June 20, 2026
50
Iranian singer Parstu Ahmedi : ইৰানী গায়িকাক ৭৪বাৰ চাবুকেৰে কোবোৱাৰ নিৰ্দেশ
National-International

Iranian singer Parstu Ahmedi : ইৰানী গায়িকাক ৭৪বাৰ চাবুকেৰে কোবোৱাৰ নিৰ্দেশ

June 20, 2026
50
Trinmool crisis : ৪ বছৰত বিমান ভাড়া ১৫০ কোটি টকা, তৃণমূলৰ আকাশলংঘী বিলাসিতাৰ আচৰিত তথ্য প্ৰকাশ
National-International

Trinmool crisis : ৪ বছৰত বিমান ভাড়া ১৫০ কোটি টকা, তৃণমূলৰ আকাশলংঘী বিলাসিতাৰ আচৰিত তথ্য প্ৰকাশ

June 20, 2026
50
Maharashtra Temple collapsed : মন্দিৰৰ নিৰ্মীয়মাণ অংশ ভাঙি কমেও চাৰিজনৰ মৃত্যু
National-International

Maharashtra Temple collapsed : মন্দিৰৰ নিৰ্মীয়মাণ অংশ ভাঙি কমেও চাৰিজনৰ মৃত্যু

June 20, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Prevent Rail ticket fraud : টিকট জালিয়াতি ৰোধ কৰিবলৈ ৰে’লৱেৰ ডাঙৰ পদক্ষেপ : টিকট অবিহনে যাত্ৰাত বাধা, জৰিমনা দুগুণ বৃদ্ধি

Prevent Rail ticket fraud : টিকট জালিয়াতি ৰোধ কৰিবলৈ ৰে’লৱেৰ ডাঙৰ পদক্ষেপ : টিকট অবিহনে যাত্ৰাত বাধা, জৰিমনা দুগুণ বৃদ্ধি

June 20, 2026
Iranian singer Parstu Ahmedi : ইৰানী গায়িকাক ৭৪বাৰ চাবুকেৰে কোবোৱাৰ নিৰ্দেশ

Iranian singer Parstu Ahmedi : ইৰানী গায়িকাক ৭৪বাৰ চাবুকেৰে কোবোৱাৰ নিৰ্দেশ

June 20, 2026
Trinmool crisis : ৪ বছৰত বিমান ভাড়া ১৫০ কোটি টকা, তৃণমূলৰ আকাশলংঘী বিলাসিতাৰ আচৰিত তথ্য প্ৰকাশ

Trinmool crisis : ৪ বছৰত বিমান ভাড়া ১৫০ কোটি টকা, তৃণমূলৰ আকাশলংঘী বিলাসিতাৰ আচৰিত তথ্য প্ৰকাশ

June 20, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx