ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

খুৱাবলৈ নহয়, চীনৰ ৰাষ্ট্ৰপতিক আদৰিবলৈ ১৮ শাক-পাচলি, ফলমূল

ASSAM TIMES POST by ASSAM TIMES POST
October 11, 2019
Reading Time: 1 min read
A A
0
Proposed cancer care hospital at Diphu with Tata Trust

logo atp | ASSAM TIMES POSTASSAM TIMES POST
মামাল্লাপুৰমঃ ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু চীনৰ ৰাষ্ট্ৰপতি জি জিনপিঙৰ অ-আনুষ্ঠানিক বৈঠকৰ স্থান তামিলনাডুৰ মামাল্লাপুৰমে ন-কইনাৰ ৰূপ ধাৰণ কৰিছে যোৱা কেইদিনমান ধৰি। শুকুৰবাৰে ৰাষ্ট্ৰপতিজনৰ আগমণৰ বহু সময়ৰ পূৰ্বেই তেওঁক আদৰিবলৈ সম্পূৰ্ণৰূপে সাজু হৈ পৰিছিল তামিলনাডুৰ উদ্যান শস্য বিভাগ।

RELATED POSTS

Bhojshala Temple controversy : ভোজশালাৰ সমীপতে শুকুৰবাৰৰ নামাজ পঢ়িব পাৰিব, চৰকাৰক স্থান দিবলৈ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ

Gujarat Temple controversy : অযোধ্যা, বদ্ৰীনাথৰ পিছত এইবাৰ গুজৰাটৰ মন্দিৰত দান চুৰিৰ অভিযোগ

Strait of Hormuz I ক্ষেপণাস্ত্ৰ আক্ৰমণত ভাৰতীয়ৰ মৃত্যু, ইৰাণৰ উপ-ৰাষ্ট্ৰদূতক তলব ভাৰতৰ

এই বিভাগটোৰ ওপৰতে ন্যস্ত কৰা হৈছিল বৈঠকস্থলীলৈ যোৱাৰ বাটত প্ৰৱেশদ্বাৰ সজোৱাৰ দায়িত্ব। সেই অনুসৰি বিভাগটোৱে ৰাজ্যখনৰ ভিন্ন প্ৰান্তৰপৰা পোনে-পোনে অনা ১৮ বিধ শাক-পাচলি আৰু ফল-মূলৰে প্ৰৱেশদ্বাৰ সজাই-পৰাই তোলে। মামাল্ললাপুৰমৰ প্ৰখ্যাত ‘পঞ্চ ৰথ’ৰ সমীপতে ২০০ জন কৰ্মচাৰীয়ে এই প্ৰৱেশদ্বাৰ গঢ়ি তোলে।

সমান্তৰালভাৱে চীনৰ ৰাষ্ট্ৰপতিজনৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ চ’ৰ মন্দিৰৰ সমীপত থোকৰ সৈতে কলগছ তথা ৰঙা আৰু বগা গোলাপ ফুলৰ গছ ৰোপন কৰা হয়।

Tags: Featured
Share4Tweet3Send

Related Posts

Bhojshala Temple controversy : ভোজশালাৰ সমীপতে শুকুৰবাৰৰ নামাজ পঢ়িব পাৰিব, চৰকাৰক স্থান দিবলৈ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ
National-International

by News Desk
July 14, 2026
50
Gujarat Temple controversy : অযোধ্যা, বদ্ৰীনাথৰ পিছত এইবাৰ গুজৰাটৰ মন্দিৰত দান চুৰিৰ অভিযোগ
National-International

Gujarat Temple controversy : অযোধ্যা, বদ্ৰীনাথৰ পিছত এইবাৰ গুজৰাটৰ মন্দিৰত দান চুৰিৰ অভিযোগ

by News Desk
July 14, 2026
50
Strait of Hormuz I ক্ষেপণাস্ত্ৰ আক্ৰমণত ভাৰতীয়ৰ মৃত্যু, ইৰাণৰ উপ-ৰাষ্ট্ৰদূতক তলব ভাৰতৰ
National-International

Strait of Hormuz I ক্ষেপণাস্ত্ৰ আক্ৰমণত ভাৰতীয়ৰ মৃত্যু, ইৰাণৰ উপ-ৰাষ্ট্ৰদূতক তলব ভাৰতৰ

by Staff Reporter
July 14, 2026
50
Adulterated Milk : বজাৰৰ গাখীৰ খায় নেকি ? সাৱধান, থাকিব পাৰে ডিটাৰজেণ্ট পাউডাৰ, পাম অইল, ৰাসায়নিক পদাৰ্থ

Ram mandir pran pratishtha I প্ৰাণ প্ৰতিষ্ঠাৰ পিছদিনাই ৰাম ভক্তৰ ওপৰত লাঠিচালনা, আকাশমাৰ্গৰ পৰা যোগীয়ে চালে অযোধ্যাৰ দৃশ্য
National-International

Ram Mandir controversy । ৰাম মন্দিৰৰ চুৰিকাণ্ডত উত্তৰ প্ৰদেশ চৰকাৰ আৰু ট্ৰাষ্টলৈ জাননী জাৰি উচ্চতম ন্যায়ালয়ৰ, এছআইটিৰ পৰা ৰিপ’ৰ্ট তলব

by Staff Reporter
July 14, 2026
50
Sonam Wangshuk । ১৬ দিনত আঠ কেজিৰো অধিক ওজন কমিছে, শৰীৰ ভাঙি পৰিছে; তথাপি অনশনত অটল সোণম ৱাংচুক
National-International

Sonam Wangshuk । ১৬ দিনত আঠ কেজিৰো অধিক ওজন কমিছে, শৰীৰ ভাঙি পৰিছে; তথাপি অনশনত অটল সোণম ৱাংচুক

by Staff Reporter
July 14, 2026
50
ADVERTISEMENT
Bhojshala Temple controversy : ভোজশালাৰ সমীপতে শুকুৰবাৰৰ নামাজ পঢ়িব পাৰিব, চৰকাৰক স্থান দিবলৈ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ
National-International

Bhojshala Temple controversy : ভোজশালাৰ সমীপতে শুকুৰবাৰৰ নামাজ পঢ়িব পাৰিব, চৰকাৰক স্থান দিবলৈ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ

July 14, 2026
50
Gujarat Temple controversy : অযোধ্যা, বদ্ৰীনাথৰ পিছত এইবাৰ গুজৰাটৰ মন্দিৰত দান চুৰিৰ অভিযোগ
National-International

Gujarat Temple controversy : অযোধ্যা, বদ্ৰীনাথৰ পিছত এইবাৰ গুজৰাটৰ মন্দিৰত দান চুৰিৰ অভিযোগ

July 14, 2026
50
Strait of Hormuz I ক্ষেপণাস্ত্ৰ আক্ৰমণত ভাৰতীয়ৰ মৃত্যু, ইৰাণৰ উপ-ৰাষ্ট্ৰদূতক তলব ভাৰতৰ
National-International

Strait of Hormuz I ক্ষেপণাস্ত্ৰ আক্ৰমণত ভাৰতীয়ৰ মৃত্যু, ইৰাণৰ উপ-ৰাষ্ট্ৰদূতক তলব ভাৰতৰ

July 14, 2026
50
Adulterated Milk : বজাৰৰ গাখীৰ খায় নেকি ? সাৱধান, থাকিব পাৰে ডিটাৰজেণ্ট পাউডাৰ, পাম অইল, ৰাসায়নিক পদাৰ্থ
National-International

Adulterated Milk : বজাৰৰ গাখীৰ খায় নেকি ? সাৱধান, থাকিব পাৰে ডিটাৰজেণ্ট পাউডাৰ, পাম অইল, ৰাসায়নিক পদাৰ্থ

July 14, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Bhojshala Temple controversy : ভোজশালাৰ সমীপতে শুকুৰবাৰৰ নামাজ পঢ়িব পাৰিব, চৰকাৰক স্থান দিবলৈ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ

Bhojshala Temple controversy : ভোজশালাৰ সমীপতে শুকুৰবাৰৰ নামাজ পঢ়িব পাৰিব, চৰকাৰক স্থান দিবলৈ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ

July 14, 2026
Gujarat Temple controversy : অযোধ্যা, বদ্ৰীনাথৰ পিছত এইবাৰ গুজৰাটৰ মন্দিৰত দান চুৰিৰ অভিযোগ

Gujarat Temple controversy : অযোধ্যা, বদ্ৰীনাথৰ পিছত এইবাৰ গুজৰাটৰ মন্দিৰত দান চুৰিৰ অভিযোগ

July 14, 2026
Strait of Hormuz I ক্ষেপণাস্ত্ৰ আক্ৰমণত ভাৰতীয়ৰ মৃত্যু, ইৰাণৰ উপ-ৰাষ্ট্ৰদূতক তলব ভাৰতৰ

Strait of Hormuz I ক্ষেপণাস্ত্ৰ আক্ৰমণত ভাৰতীয়ৰ মৃত্যু, ইৰাণৰ উপ-ৰাষ্ট্ৰদূতক তলব ভাৰতৰ

July 14, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT