![]()
![]()
ব্যৱসায়ী জনে টকাৰ বেগখন লৈ নিজৰ গাড়ীত উঠিবলৈ যাওতে দুবৃত্তই বেগটো কাঢ়ি তীব্ৰগতিত ৰঙিয়া নগৰৰ মাজেৰে পলায়ন কৰে। ৰঙিয়া থানাত ঘটনাটো অৱগত কৰাৰ পিছত দলটোক বিচাৰি তীব্ৰ অভিযান আৰম্ভ কৰে আৰক্ষীয়ে।© 2020 Assam Times Post. | Powered By Webx
© 2020 Assam Times Post. | Powered By Webx