ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Lifestyle Business

ভাৰত-বাংলাদেশ সীমান্তত আৰম্ভ হ’ব ‘আন্তৰ্জাতিক হাট’, বিক্ৰী হ’ব দুয়োখন দেশৰ সামগ্রী

নিউজ ডেস্কঃ

News Desk by News Desk
April 20, 2022
Reading Time: 1 min read
A A
0
ভাৰত-বাংলাদেশ সীমান্তত আৰম্ভ হ’ব ‘আন্তৰ্জাতিক হাট’, বিক্ৰী হ’ব দুয়োখন দেশৰ সামগ্রী

New Logo Very Smal | ASSAM TIMES POST

RELATED POSTS

‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ

Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ

Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs

ভাৰত-বাংলাদেশ সীমান্তৰ জিৰো পইণ্টত আৰম্ভ হ’বলৈ আগবাঢ়িছে ‘আন্তৰ্জাতিক হাট’। এই হাটত দেশৰ উৎপাদিত বিশেষকৈ পশ্চিমবংগৰ সামগ্রীৰ লগতে পোৱা যাব বাংলাদেশৰ সামগ্রীও। পশ্চিমবঙ্গৰ পাঁচ সীমান্তৰ জিৰো পইণ্টত এই হাট আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছে কেন্দ্রীয় চৰকাৰে।

আন্তৰ্জাতিক হাটঅৱশ্যে প্রাথমিকভাবে পৰীক্ষমূলক প্রকল্প হিচাবেই এই ‘আন্তৰ্জাতিক হাট’ আৰম্ভণিৰ পৰিকল্পনা আছে। এই সন্দৰ্ভত বাংলাদেশ আৰু ভাৰত চৰকাৰৰ মাজত প্রাথমিক পর্যায়ৰ আলোচনা প্রায় চুড়ান্ত বুলিও জানিব পৰা গৈছে।

এই বজাৰ নিৰ্মাণৰ বাবে দুয়োখন দেশৰেই ভূমি অধিগ্রহণ কৰা হ’ব। বাংলাদেশৰ ৭৫ মিটাৰ আৰু পশ্চিমবঙ্গৰ ৭৫ মিটাৰ ভূমি অধিগ্রহণ কৰি এই হাট নিৰ্মাণৰ বাবে আগবঢ়া বুলিও সূত্রৰ খবৰ। দুই দেশৰ সীমান্ত এলেকাৰ পাঁচ কিলোমিটাৰৰ ভিতৰত বাস কৰা বাসিন্দাসকলে এই বজাৰত নিজৰ পণ্য বিক্ৰী কৰিব পাৰিব।

ভাৰত-বাংলাদেশ সীমান্তনিৰাপত্তাৰ দায়িত্বত থাকিব দুয়ো দেশৰ সীমান্তৰক্ষী। দুয়ো দেশৰ প্রতিনিধিসকলে ইতিমধ্যেই ভূমি চিনাক্তকৰণৰ কাম আৰম্ভ কৰিছে। এই প্রসঙ্গত উত্তৰ মালদহৰ সাংসদ তথা বিজেপি নেতা খগেন মুর্মুই জনাইছে, আত্মনির্ভৰ ভাৰত গঢ়াৰ লক্ষ্যতেই মোদী চৰকাৰ এই বিষয়ত উদ্যোগী হৈছে। তৃণমূল কংগ্রেছৰ নেতা তথা প্রাক্তন মন্ত্রী কৃষ্ণেন্দুনাৰায়ণ চৌধুৰীয়ে জনায়, এই বজাৰ নিৰ্মাণ হ’লে সীমান্ত অপৰাধ বহুখিনি কমি যাব। আর্থসামাজিক উন্নতিও হ’ব।

আন্তৰ্জাতিক হাটএই বজাৰত কেঁচা খাদ্য-সামগ্রীৰ উপৰি বিক্ৰী হ’ব প্লাষ্টিকজাত সামগ্রী। ইয়াৰ উপৰি পৰিধান সামগ্রী বিক্ৰীৰ কথাও আছে। আগন্তুক ছয় মাহৰ ভিতৰতেই এই আর্ন্তজাতিক বজাৰ আৰম্ভৰ পৰিকল্পনা আছে দুই দেশৰ চৰকাৰৰ।

Tags: international market‘আন্তৰ্জাতিক হাট’
Share4Tweet3Send

Related Posts

‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ
ALL NEWS

‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ

by Staff Reporter
May 16, 2026
50
Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ
ALL NEWS

Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ

by Staff Reporter
April 17, 2026
50
Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs
ALL NEWS

Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs

by ASSAM TIMES POST
February 25, 2026
50
CM point blank row I মুখ্যমন্ত্ৰীৰ ‘পইণ্ট ব্লেংক’ বিতৰ্ক : উচ্চতম ন্যায়ালয়ত খাৰিজ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে উত্থাপিত গোচৰ
ALL NEWS

CM point blank row I মুখ্যমন্ত্ৰীৰ ‘পইণ্ট ব্লেংক’ বিতৰ্ক : উচ্চতম ন্যায়ালয়ত খাৰিজ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে উত্থাপিত গোচৰ

by Staff Reporter
February 16, 2026
50
New Planet discover । ৩৫৫ দিনত এবছৰৰ এটা শীতল গ্ৰহ আৱিষ্কাৰ মহাকাশত বিজ্ঞানীসকলৰ
ALL NEWS

New Planet discover । ৩৫৫ দিনত এবছৰৰ এটা শীতল গ্ৰহ আৱিষ্কাৰ মহাকাশত বিজ্ঞানীসকলৰ

by Staff Reporter
February 13, 2026
50
নেপালৰ দৰে পাকিস্তানত হ’ব নেকি জেন-জি বিদ্ৰোহ, ছ’চিয়েল মিডিয়া বন্ধ কৰাৰ প্ৰস্তুতি আতংকিত চৰকাৰৰ
ALL NEWS

নেপালৰ দৰে পাকিস্তানত হ’ব নেকি জেন-জি বিদ্ৰোহ, ছ’চিয়েল মিডিয়া বন্ধ কৰাৰ প্ৰস্তুতি আতংকিত চৰকাৰৰ

by Staff Reporter
December 12, 2025
50
ADVERTISEMENT
Weather ranking 2026 : বিশ্বৰ ১০০ উষ্ণ চহৰৰ আটাইকেইখনেই ভাৰতত
National-International

Weather ranking 2026 : বিশ্বৰ ১০০ উষ্ণ চহৰৰ আটাইকেইখনেই ভাৰতত

May 20, 2026
50
Census campaign : কার্বি আংলং জিলা আয়ুক্তৰ আগন্তুক লোকপিয়ল অভিযানৰ প্ৰস্তুতিৰ পৰ্যালোচনা সভা
KARBI ANGLONG

Census campaign : কার্বি আংলং জিলা আয়ুক্তৰ আগন্তুক লোকপিয়ল অভিযানৰ প্ৰস্তুতিৰ পৰ্যালোচনা সভা

May 20, 2026
50
Modi Meloni meet : মোদী-মেল’নীৰ ‘মেলোডী’ ভিডিঅ’ই খলকনি তুলিছে বিশ্বত
National-International

Modi Meloni meet : মোদী-মেল’নীৰ ‘মেলোডী’ ভিডিঅ’ই খলকনি তুলিছে বিশ্বত

May 20, 2026
50
Institution of Italy : ‎‎’৮০০ৰো অধিক ইটালীৰ প্ৰতিষ্ঠানে ভাৰতৰ বিকাশৰ কাহিনীত অৰিহণা’: মেলোনীক সাক্ষাৎ কৰাৰ পিছত প্ৰধানমন্ত্ৰী মোদী
National-International

Institution of Italy : ‎‎’৮০০ৰো অধিক ইটালীৰ প্ৰতিষ্ঠানে ভাৰতৰ বিকাশৰ কাহিনীত অৰিহণা’: মেলোনীক সাক্ষাৎ কৰাৰ পিছত প্ৰধানমন্ত্ৰী মোদী

May 20, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Weather ranking 2026 : বিশ্বৰ ১০০ উষ্ণ চহৰৰ আটাইকেইখনেই ভাৰতত

Weather ranking 2026 : বিশ্বৰ ১০০ উষ্ণ চহৰৰ আটাইকেইখনেই ভাৰতত

May 20, 2026
Census campaign : কার্বি আংলং জিলা আয়ুক্তৰ আগন্তুক লোকপিয়ল অভিযানৰ প্ৰস্তুতিৰ পৰ্যালোচনা সভা

Census campaign : কার্বি আংলং জিলা আয়ুক্তৰ আগন্তুক লোকপিয়ল অভিযানৰ প্ৰস্তুতিৰ পৰ্যালোচনা সভা

May 20, 2026
Modi Meloni meet : মোদী-মেল’নীৰ ‘মেলোডী’ ভিডিঅ’ই খলকনি তুলিছে বিশ্বত

Modi Meloni meet : মোদী-মেল’নীৰ ‘মেলোডী’ ভিডিঅ’ই খলকনি তুলিছে বিশ্বত

May 20, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx