ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home BREAKING NEWS

বিধায়ক জিগনেশ মেৱানীক গ্ৰেপ্তাৰ: গুৱাহাটীলৈ আনি আছে

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
April 21, 2022
Reading Time: 1 min read
A A
0
বিধায়ক জিগনেশ মেৱানীক গ্ৰেপ্তাৰ: গুৱাহাটীলৈ আনি আছে

logo new 2 1 1 4 1 3 4 3 | ASSAM TIMES POST

RELATED POSTS

Breaking I কাৰ্বি আংলঙৰ অসম-নাগালেণ্ড সীমান্তত গ্ৰেণেড নিক্ষেপৰ ঘটনা

Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs

Karbi Anglong Police Seize Drugs in Manja, Two Peddlers Arrested

গুজৰাটৰ ভাদগাম বিধানসভা সমষ্টি কংগ্ৰেছ বিধায়ক তথা দলিত নেতা জিগনেশ মেৱানীক গ্ৰেপ্তাৰ।অসম আৰক্ষীৰ এটা দলে বুধবাৰে নিশা প্ৰায় ১১:৩০বজাত পালনপুৰ আৱৰ্ত ভৱনৰ পৰাৰ গ্ৰেপ্তাৰ কৰে কংগ্রেছী বিধায়কজনক।

জিগনেশ মেৱানীউল্লেখ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিৰুদ্ধে টুইটাৰত মন্তৱ্য কৰা অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে নেতা গৰাকীক।কোকৰাঝাৰ এগৰাকীয়ে লোকে দাখিল কৰা এজাহাৰ ভিত্তিত কোকৰাঝাৰ আৰক্ষীৰ এটা দলে বিধায়ক গৰাকীক গ্ৰেপ্তাৰ কৰে।

ইফালে পালানপুৰৰ পৰা জিগনেশ মেৱানীক গ্ৰেপ্তাৰ কৰি আহমেদাবাদলৈ ৰাওনা হয়।তাৰ পৰা ইতিমধ্যে গুৱাহাটীলৈ আনি থকা বুলিও এক সূত্ৰই কয়।

বিধায়ক জিগনেশ মেৱানীক গ্ৰেপ্তাৰ:তাপৰ্যপূৰ্ণ কথা গুজৰাটৰ বিধানসভা নিৰ্বাচনৰ প্ৰাক ক্ষণত শক্তিশালী কংগ্ৰেছী নেতা গৰাকীক গ্ৰেপ্তাৰে ৰাজ্যখনৰ ৰাজনীতিত ব্যাপক চৰ্চা লাভ কৰিছে।

গুৱাহাটীলৈ আনি আছেজিগনেশ মেৱানীয়ে গ্ৰেপ্তাৰ সন্দৰ্ভত সংবাদ মাধ্যমক কয়-এটা টুইটৰ সন্দৰ্ভত গ্ৰেপ্তাৰ কৰা হৈছে।আৰক্ষীয়ে মোক কোনো সঠিক তথ্য দিয়া নাই।মই কোনো মিছা অভিযোগক ভয় নকৰো। মই মোৰ যুঁজ অব্যাহত ৰাখিম।”

Tags: Gujarat MLA Jignesh Mevaniজিগনেশ মেৱানী
Share4Tweet3Send

Related Posts

Breaking I কাৰ্বি আংলঙৰ অসম-নাগালেণ্ড সীমান্তত গ্ৰেণেড নিক্ষেপৰ ঘটনা
BREAKING NEWS

by ASSAM TIMES POST
June 30, 2026
50
Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs
ALL NEWS

Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs

by ASSAM TIMES POST
February 25, 2026
50
Karbi Anglong Police Seize Drugs in Manja, Two Peddlers Arrested
BREAKING NEWS

Karbi Anglong Police Seize Drugs in Manja, Two Peddlers Arrested

by ASSAM TIMES POST
January 22, 2026
50
Karbi Anglong violence : এফালে শান্তিসভা, আনফালে ক্ষোভৰ জুই; দ্বিতীয়দিনাও উত্তপ্ত কাৰ্বিভূমিত কৰ্তন ইণ্টাৰনেট সেৱা
BREAKING NEWS

Karbi Anglong violence : এফালে শান্তিসভা, আনফালে ক্ষোভৰ জুই; দ্বিতীয়দিনাও উত্তপ্ত কাৰ্বিভূমিত কৰ্তন ইণ্টাৰনেট সেৱা

by ASSAM TIMES POST
December 23, 2025
50
West Karbi Anglong’s Kheroni is more tensed again : Fierce Police-Protester Clashes Shake the Region

Major Incident in West Karbi Anglong Iপশ্চিম কাৰ্বি আংলঙৰ খেৰণিত উত্তপ্ত পৰিস্থিতি: তুলিৰামৰ ঘৰ জ্বলাই দিলে প্ৰতিবাদকাৰীয়ে

December 22, 2025
50
ADVERTISEMENT
Indo Bhutan projects : ভূটানৰ সৈতে ভাৰতৰ ১২টা নতুন প্ৰকল্প সহযোগিতা, ৪০০০ কোটিৰ ঋণ চুক্তি স্বাক্ষৰ
National-International

August 1, 2026
50
JK terrorist attack : জম্মু-কাশ্মীৰৰ কুলগামত সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহত প্ৰব্ৰজিত শ্ৰমিক, এজনৰ অৱস্থা সংকটজনক

PM Modi : অশ্লীল ভাষাৰে প্ৰধানমন্ত্ৰীক আক্ৰমণ কৰা যুৱক-যুৱতীক নৈতিক শিক্ষা দি মোদীৰ ক্ষমা

India US relations : ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰিলে ১০০ শতাংশ শুল্কৰ বিধেয়ক গৃহীত হ’লে ভাৰতৰ কি হ’ব
National-International

India US relations : ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰিলে ১০০ শতাংশ শুল্কৰ বিধেয়ক গৃহীত হ’লে ভাৰতৰ কি হ’ব

August 1, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Indo Bhutan projects : ভূটানৰ সৈতে ভাৰতৰ ১২টা নতুন প্ৰকল্প সহযোগিতা, ৪০০০ কোটিৰ ঋণ চুক্তি স্বাক্ষৰ

Indo Bhutan projects : ভূটানৰ সৈতে ভাৰতৰ ১২টা নতুন প্ৰকল্প সহযোগিতা, ৪০০০ কোটিৰ ঋণ চুক্তি স্বাক্ষৰ

August 1, 2026
JK terrorist attack : জম্মু-কাশ্মীৰৰ কুলগামত সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহত প্ৰব্ৰজিত শ্ৰমিক, এজনৰ অৱস্থা সংকটজনক

JK terrorist attack : জম্মু-কাশ্মীৰৰ কুলগামত সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহত প্ৰব্ৰজিত শ্ৰমিক, এজনৰ অৱস্থা সংকটজনক

August 1, 2026
PM Modi : অশ্লীল ভাষাৰে প্ৰধানমন্ত্ৰীক আক্ৰমণ কৰা যুৱক-যুৱতীক নৈতিক শিক্ষা দি মোদীৰ ক্ষমা

PM Modi : অশ্লীল ভাষাৰে প্ৰধানমন্ত্ৰীক আক্ৰমণ কৰা যুৱক-যুৱতীক নৈতিক শিক্ষা দি মোদীৰ ক্ষমা

August 1, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT