ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home BREAKING NEWS

গুৱাহাটীত ৩৭বছৰীয়া জনগোষ্ঠীয় মহিলাক দলবদ্ধ ধর্ষণ তিনি পাষণ্ড

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
April 22, 2022
Reading Time: 1 min read
A A
0
গুৱাহাটীত ৩৭বছৰীয়া জনগোষ্ঠীয় মহিলাক দলবদ্ধ ধর্ষণ তিনি পাষণ্ড

logo new 2 1 1 4 1 3 4 3 | ASSAM TIMES POST

RELATED POSTS

Breaking I কাৰ্বি আংলঙৰ অসম-নাগালেণ্ড সীমান্তত গ্ৰেণেড নিক্ষেপৰ ঘটনা

Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs

Karbi Anglong Police Seize Drugs in Manja, Two Peddlers Arrested

সভ্য সমাজক লজ্জিত কৰাৰ জংঘন্য ঘটনাৰ সংঘটিত হৈছে গুৱাহাটী মহানগৰীত।গাড়ীগাওঁ কিশোৰী দলবদ্ধ জঘন্য ঘটনা মাৰ নাযাওঁতে পুনৰ আন এক দলবদ্ধৰ ঘটনাই জোকাৰি গৈছে গুৱাহাটী মহানগৰীক।এইবাৰ ঘটনাৰ স্থান মহানগৰী হাটীগাঁও।

দলবদ্ধ ধর্ষণতিনি পাষণ্ড সহকৰ্মী কামনা এগৰাকী কাৰ্বি জনগোষ্ঠীয় মহিলা।হাটীগাঁৱৰ পুৱেৰুন পথত বুধবাৰে সংঘটিত হৈছে এই জঘন্যকাণ্ড।

উল্লেখ্য মনস্ত্ৰীম ডট কম নামৰ এটা কোম্পানীত কৰ্মৰত আছিল তিনি পাষণ্ড।মহিলা গৰাকী নতুনকৈ যোগদান কৰিছিল কোম্পানীটোত।আৰক্ষীয়ে প্ৰকাশ কৰাৰ মতে ৩৭বছৰীয়া মহিলা গৰাকীয়ে ১৮এপ্ৰিলৰ দিনা যোগদান কৰিছিল কোম্পানীত।

৩অভিযুক্ত পাষণ্ড কোম্পানীটোৰ নিৰাপত্তা দায়িত্বত আছিল।২০এপ্ৰিলৰ দিনাখন মহিলা গৰাকীক দুপৰীয়া আহাৰ খাবলৈ হাটীগাঁও নীলকমল পথৰ ২১নম্বৰ ঘৰটোলৈ মাতি নিছিল।তাতে অভিযুক্ত নৰপিশাচ নইয়মুদ্দিন আলি, মুকুল ইছলাম আৰু আশ্ৰাফুল আমিনে দলবদ্ধভাৱে ধর্ষণ কৰে।

ধর্ষণ তিনি পাষণ্ডৰ কামনা বলি হোৱা মহিলা গৰাকীয়ে সমগ্ৰ ঘটনাৰ কোম্পানী স্বত্বাধিকাৰী ৰফিক আলীক জনোৱা পাছতো কোনো ব্যৱস্থা গ্ৰহণ নকৰাত হাটীগাঁও থানাত বৃহস্পতিবাৰে দাখিল কৰে এজাহাৰ।মহিলা গৰাকীৰ এজাহাৰ ভিত্তিতে হাটীগাঁও আৰক্ষীয়ে তিনি ধর্ষণকাৰী লগতে কোম্পানী স্বতাধিকাৰীক গ্ৰেপ্তাৰ কৰে।

গুৰুত্বপূৰ্ণ কথা যে মহিলা গৰাকী সৈতে এখন পাৰ্লাৰত পূর্বতে চিনাকি হৈছিল পাষণ্ড কেইটাই।ইফাল অভিযুক্ত তিনি পাষণ্ডই প্ৰকাশ কৰা মতে মহিলা গৰাকীয়ে পাঁচ হাজাৰকৈ টকা দাবী কৰিছিল।কিন্তু টকা নিদিয়া বাবে এজাহাৰ দাখিল কৰিছে।

উল্লেখ্য যে গুৱাহাটী মহানগৰীত নিতৌ বৃদ্ধি হৈছে অপৰাধ।বিগত বৰ্ষ ফেব্ৰুৱাৰীৰ মাহত গুৱাহাটীৰ গাড়ীগাঁওত এগৰাকী ১৬বছৰিয়া কিশোৰীক পাঁচটা পাষণ্ডই দলবদ্ধভাৱে ধর্ষণ কৰিছিল উক্ত ঘটনাৰ মূল অভিযুক্ত বাহিৰে বাকী ৪অভিযুক্ত ধর্ষণকাৰী আৰক্ষী জালত আজিও পৰা নাই।তাৰ মাজতে পুনৰ সংঘটিত হৈছে এই ঘটনা।

Tags: Gang rapeদলবদ্ধ ধর্ষণ
Share4Tweet3Send

Related Posts

Breaking I কাৰ্বি আংলঙৰ অসম-নাগালেণ্ড সীমান্তত গ্ৰেণেড নিক্ষেপৰ ঘটনা
BREAKING NEWS

Breaking I কাৰ্বি আংলঙৰ অসম-নাগালেণ্ড সীমান্তত গ্ৰেণেড নিক্ষেপৰ ঘটনা

by ASSAM TIMES POST
June 30, 2026
50
Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs
ALL NEWS

Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs

by ASSAM TIMES POST
February 25, 2026
50
Karbi Anglong Police Seize Drugs in Manja, Two Peddlers Arrested
BREAKING NEWS

Karbi Anglong Police Seize Drugs in Manja, Two Peddlers Arrested

by ASSAM TIMES POST
January 22, 2026
50
Karbi Anglong violence : এফালে শান্তিসভা, আনফালে ক্ষোভৰ জুই; দ্বিতীয়দিনাও উত্তপ্ত কাৰ্বিভূমিত কৰ্তন ইণ্টাৰনেট সেৱা
BREAKING NEWS

Karbi Anglong violence : এফালে শান্তিসভা, আনফালে ক্ষোভৰ জুই; দ্বিতীয়দিনাও উত্তপ্ত কাৰ্বিভূমিত কৰ্তন ইণ্টাৰনেট সেৱা

by ASSAM TIMES POST
December 23, 2025
50
West Karbi Anglong’s Kheroni is more tensed again : Fierce Police-Protester Clashes Shake the Region
BREAKING NEWS

West Karbi Anglong’s Kheroni is more tensed again : Fierce Police-Protester Clashes Shake the Region

by ASSAM TIMES POST
December 23, 2025
50
Major Incident in West Karbi Anglong Iপশ্চিম কাৰ্বি আংলঙৰ খেৰণিত উত্তপ্ত পৰিস্থিতি: তুলিৰামৰ ঘৰ জ্বলাই দিলে প্ৰতিবাদকাৰীয়ে
BREAKING NEWS

Major Incident in West Karbi Anglong Iপশ্চিম কাৰ্বি আংলঙৰ খেৰণিত উত্তপ্ত পৰিস্থিতি: তুলিৰামৰ ঘৰ জ্বলাই দিলে প্ৰতিবাদকাৰীয়ে

by ASSAM TIMES POST
December 22, 2025
50
ADVERTISEMENT
Case against Meta : মোদীক লক্ষ্য কৰি বিকৃত পোষ্ট, হায়দৰাবাদত মেটা প্ৰধানৰ বিৰুদ্ধে গোচৰ ৰুজু
National-International

Case against Meta : মোদীক লক্ষ্য কৰি বিকৃত পোষ্ট, হায়দৰাবাদত মেটা প্ৰধানৰ বিৰুদ্ধে গোচৰ ৰুজু

August 1, 2026
50
Dellhi protest : মই কৰা কামৰ বাবে লজ্জিত, নীট প্ৰতিবাদৰ সময়ত প্ৰধানমন্ত্ৰীক কৰা অপমানৰ বাবে ক্ষমা খুজিলে কিশোৰীয়ে
National-International

Dellhi protest : মই কৰা কামৰ বাবে লজ্জিত, নীট প্ৰতিবাদৰ সময়ত প্ৰধানমন্ত্ৰীক কৰা অপমানৰ বাবে ক্ষমা খুজিলে কিশোৰীয়ে

August 1, 2026
50
Indo Bhutan projects : ভূটানৰ সৈতে ভাৰতৰ ১২টা নতুন প্ৰকল্প সহযোগিতা, ৪০০০ কোটিৰ ঋণ চুক্তি স্বাক্ষৰ
National-International

Indo Bhutan projects : ভূটানৰ সৈতে ভাৰতৰ ১২টা নতুন প্ৰকল্প সহযোগিতা, ৪০০০ কোটিৰ ঋণ চুক্তি স্বাক্ষৰ

August 1, 2026
50
JK terrorist attack : জম্মু-কাশ্মীৰৰ কুলগামত সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহত প্ৰব্ৰজিত শ্ৰমিক, এজনৰ অৱস্থা সংকটজনক
National-International

JK terrorist attack : জম্মু-কাশ্মীৰৰ কুলগামত সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহত প্ৰব্ৰজিত শ্ৰমিক, এজনৰ অৱস্থা সংকটজনক

August 1, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Case against Meta : মোদীক লক্ষ্য কৰি বিকৃত পোষ্ট, হায়দৰাবাদত মেটা প্ৰধানৰ বিৰুদ্ধে গোচৰ ৰুজু

Case against Meta : মোদীক লক্ষ্য কৰি বিকৃত পোষ্ট, হায়দৰাবাদত মেটা প্ৰধানৰ বিৰুদ্ধে গোচৰ ৰুজু

August 1, 2026
Dellhi protest : মই কৰা কামৰ বাবে লজ্জিত, নীট প্ৰতিবাদৰ সময়ত প্ৰধানমন্ত্ৰীক কৰা অপমানৰ বাবে ক্ষমা খুজিলে কিশোৰীয়ে

Dellhi protest : মই কৰা কামৰ বাবে লজ্জিত, নীট প্ৰতিবাদৰ সময়ত প্ৰধানমন্ত্ৰীক কৰা অপমানৰ বাবে ক্ষমা খুজিলে কিশোৰীয়ে

August 1, 2026
Indo Bhutan projects : ভূটানৰ সৈতে ভাৰতৰ ১২টা নতুন প্ৰকল্প সহযোগিতা, ৪০০০ কোটিৰ ঋণ চুক্তি স্বাক্ষৰ

Indo Bhutan projects : ভূটানৰ সৈতে ভাৰতৰ ১২টা নতুন প্ৰকল্প সহযোগিতা, ৪০০০ কোটিৰ ঋণ চুক্তি স্বাক্ষৰ

August 1, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx