ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

চাপৰমুখ আৰক্ষীৰ বৃহৎ সফলতাঃ যাত্ৰীবাহী ট্ৰেইনতে চলালে ড্ৰাগছ বিৰোধী অভিযান

ষ্টাফ ৰিপ'ৰ্টাৰ:

ASSAM TIMES POST by ASSAM TIMES POST
April 25, 2022
Reading Time: 1 min read
A A
0
চাপৰমুখ আৰক্ষীৰ বৃহৎ সফলতাঃ যাত্ৰীবাহী ট্ৰেইনতে চলালে ড্ৰাগছ বিৰোধী অভিযান

logo new 2 1 | ASSAM TIMES POST

RELATED POSTS

Staggering Cachar Seizure : Foreign Cigarettes Worth ₹59.2 Lakh

Amrit Bharat Station Majbat : মাজবাট ৰে’ল ষ্টেচনক অমৃত ভাৰত ষ্টেচন হিচাপে উদ্বোধন

Assam flood : বানত ক্ষতিগ্ৰস্ত ৬ জিলাৰ ৩৭ হাজাৰ লোক, ৪ জনৰ মৃত্যু

অসম আৰক্ষীৰ পুনৰ আন এক বৃহৎ সফলতা। আজি পুৱতি নিশা চলোৱা এক বিশেষ অভিযানত নগাঁও আৰক্ষীয়ে চাপৰমুখ ৰেল জংচনত আগৰতলা-ৰাণী কমলাপতি যাত্ৰীবাহী চলন্ত ৰেলখনৰ পৰা ১১২ কেজি গাঞ্জা(৮৭ পেকেট) জব্দ কৰিবলৈ সক্ষম হয়। 

চলন্ত ৰেলখনৰ পৰা ১১২ কেজি গাঞ্জা(৮৭ পেকেট) জব্দজিলা অতিৰিক্ত  আৰক্ষী অধীক্ষক ধ্ৰুৱ বৰাই সংবাদ মাধ্যম যোগে প্ৰকাশ কৰা মতে, নিশা প্ৰায় ২:৩০ বজাত হোজাই জিলা আৰক্ষীৰ পৰা পোৱা এক খবৰৰ ভিত্তিত চাপৰমুখ ৰেলৱে জংচনত আৰক্ষীৰ দলটো উপস্থিত হয়।

নগাঁও জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক ধ্ৰুব বৰাকে ধৰি উপ আৰক্ষী অধীক্ষক ত্ৰিদিব কুমবঙ, সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মনোজ ৰাজবংশী, ৰহা আৰক্ষীৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া হৃষিকেশ হাজৰিকা আৰু চাপৰমুখ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াৰ সৈতে যোৱা অভিযানকাৰী আৰক্ষী দলটোৱে প্ৰায় নিশা ২.৩০ মান বজাত চাপৰমুখ জংচনত উপস্থিত হোৱা  নামনিমুৱা আগৰতলা-ৰাণী কমলাপতি (মধ্যপ্ৰদেশ) যাত্ৰীবাহী ৰেলখনৰ বিশেষ ডবাত পৰীক্ষা কৰি ১৬ টা গাঞ্জা পেকেট উদ্ধাৰ কৰে।

আনহাতে, দলটোৱে বিশেষ পদ্ধতিৰে ০৯৪৩২১ নম্বৰৰ ডবাটোত পৰীক্ষণ কৰাত ওলাই পৰে সকলো।

48b89435 b55c 40c9 ab99 8cb1e0e7f373 | ASSAM TIMES POSTউক্ত ডবাটোৰ বাথৰূমৰ পানীটেংকীৰ ভিতৰত গাঞ্জা সৰবৰাহকাৰীয়ে গাঞ্জাৰ পেকেট লুকুৱাই অনা বুলি এক সূত্ৰ লাভ কৰাত আৰক্ষীয়ে ৰেলখন ৰখাই বিদ্যুত আৰু গেছ কাটাৰ ব্যৱহাৰ কৰি পানী টেংকীৰ চেম্বাৰ কাটি পেলোৱাত ওলাই পৰে আন ৭১ টা গাঞ্জাৰ পেকেট। এই টেংকীটোত চেম্বাৰ সাজি গাঞ্জা সৰবৰাহকাৰীয়ে পলিঠিনেৰে মেৰিয়াই লুকুৱাই আনিছিল ৭১ টা গাঞ্জাৰ পেকেট।

জানিবলৈ পৰা মতে, এই গাঞ্জাৰ পৰিমাণ ১১২ কেজি আৰু ইয়াৰ আনুমানিক বজাৰ মূল্য হৈছে ৩ কোটি টকা। আৰক্ষীৰ এই অভিযানত ৰেলখন প্ৰায় তিনিঘন্টা সময় ৰ’বলগা হৈছিল।

ৰেলখনৰ ডবাৰ ভিতৰত পানী টেংকীত চোৰাং সৰবৰাহকাৰী সকলে অতি বিচক্ষণ আৰু কৌশলেৰে পেকেটিং কৰি এই বৃহত পৰিমাণৰ গাঞ্জা লুকুৱাই অনা ঘটনাই আৰক্ষী প্ৰশাসনৰ লগতে সাধাৰণ জনতাৰো চকু কপালত তুলিছে।

ৰেল বিভাগৰ নিজস্ব সুৰক্ষা বাহিনী থকাৰ পাছতো ৰেলৰ ডবাৰ ভিতৰত লোৰ চেম্বাৰ সাজি কেনেকৈ চোৰাং গাঞ্জা সৰবৰাহকাৰীয়ে বৃহৎ পৰিমাণৰ অবৈধ সামগ্ৰী সৰবৰাহ কৰিবলৈ সক্ষম হোৱাত সকলো আচৰিত হৈছে।

ইয়াৰোপৰি, উক্ত ৰেলখনৰ পৰাই হোজাই আৰক্ষীয়ে ৩৯ টা গাঞ্জা পেকেট সহ ৪ জন লোকক আটক কৰে। আটকাধীন ব্যক্তি কেইজন হৈছে ক্ৰমে, পশ্চিম কাৰ্বিআংলঙৰ খেৰণীৰ উত্তম কুমাৰ চৌহান(২৮) ,অতুল চৌহান(২১),কৰুণা নিধি মিশ্ৰ(২৬) আৰু লংকাৰ খাৰিখানাৰ সুৰজ চৌহান(২৮)  চাৰিজন ব্যক্তিক সোধপোছৰ বাবে আটক কৰিছে।

Tags: Assam police big achievementঅসম আৰক্ষীৰ বৃহৎ সফলতাঃ
Share4Tweet3Send

Related Posts

Staggering Cachar Seizure : Foreign Cigarettes Worth ₹59.2 Lakh
Assam

Staggering Cachar Seizure : Foreign Cigarettes Worth ₹59.2 Lakh

by News Desk
July 18, 2026
50
Amrit Bharat Station Majbat : মাজবাট ৰে’ল ষ্টেচনক অমৃত ভাৰত ষ্টেচন হিচাপে উদ্বোধন
Assam

Amrit Bharat Station Majbat : মাজবাট ৰে’ল ষ্টেচনক অমৃত ভাৰত ষ্টেচন হিচাপে উদ্বোধন

by News Desk
July 17, 2026
50
Assam flood : বানত ক্ষতিগ্ৰস্ত ৬ জিলাৰ ৩৭ হাজাৰ লোক, ৪ জনৰ মৃত্যু
Assam

Assam flood : বানত ক্ষতিগ্ৰস্ত ৬ জিলাৰ ৩৭ হাজাৰ লোক, ৪ জনৰ মৃত্যু

by News Desk
July 15, 2026
50
Purabi Sarma dies । অভিনেত্ৰী পূৰবী শৰ্মা আৰু নাই, পত্নীহাৰা হ’ল তপন দাস
Assam

Purabi Sarma dies । অভিনেত্ৰী পূৰবী শৰ্মা আৰু নাই, পত্নীহাৰা হ’ল তপন দাস

by Staff Reporter
July 14, 2026
50
‎Murder in Bilasipara : বিলাসীপাৰাৰ হাজাৰিপাৰাত লোমহৰ্ষক হত্যাকাণ্ড : পুতি ৰখা অৱস্থাত উদ্ধাৰ মৃতদেহ, তদন্ত অব্যাহত
Assam

‎Murder in Bilasipara : বিলাসীপাৰাৰ হাজাৰিপাৰাত লোমহৰ্ষক হত্যাকাণ্ড : পুতি ৰখা অৱস্থাত উদ্ধাৰ মৃতদেহ, তদন্ত অব্যাহত

by News Desk
July 13, 2026
50
Assam Announces Rs 360 Crore State Zoo Revamp — Himanta Biswa Sarma
Assam

Assam Announces Rs 360 Crore State Zoo Revamp — Himanta Biswa Sarma

by News Desk
July 11, 2026
50
ADVERTISEMENT
Staggering Cachar Seizure : Foreign Cigarettes Worth ₹59.2 Lakh
Assam

Staggering Cachar Seizure : Foreign Cigarettes Worth ₹59.2 Lakh

July 18, 2026
50
72nd National Film Awards : ৭২ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা, শ্ৰেষ্ঠ অসমীয়া ছবি ‘জুইফুল’
Entertainment

72nd National Film Awards : ৭২ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা, শ্ৰেষ্ঠ অসমীয়া ছবি ‘জুইফুল’

July 18, 2026
50
Punjab Police Officer arrested : গেংষ্টাৰৰ হৈ ৪ কোটি দাবী কৰি ভাবুকি দি গ্ৰেপ্তাৰ আৰক্ষী বিষয়া
National-International

Punjab Police Officer arrested : গেংষ্টাৰৰ হৈ ৪ কোটি দাবী কৰি ভাবুকি দি গ্ৰেপ্তাৰ আৰক্ষী বিষয়া

July 18, 2026
50
Sonam Wangshuk : অনশন ভাঙিব পৰা নাই ৱাংচুকৰ, হাস্পতালৰ পৰা জনালে পত্নীয়ে
National-International

Sonam Wangshuk : অনশন ভাঙিব পৰা নাই ৱাংচুকৰ, হাস্পতালৰ পৰা জনালে পত্নীয়ে

July 18, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Staggering Cachar Seizure : Foreign Cigarettes Worth ₹59.2 Lakh

Staggering Cachar Seizure : Foreign Cigarettes Worth ₹59.2 Lakh

July 18, 2026
72nd National Film Awards : ৭২ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা, শ্ৰেষ্ঠ অসমীয়া ছবি ‘জুইফুল’

72nd National Film Awards : ৭২ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা, শ্ৰেষ্ঠ অসমীয়া ছবি ‘জুইফুল’

July 18, 2026
Punjab Police Officer arrested : গেংষ্টাৰৰ হৈ ৪ কোটি দাবী কৰি ভাবুকি দি গ্ৰেপ্তাৰ আৰক্ষী বিষয়া

Punjab Police Officer arrested : গেংষ্টাৰৰ হৈ ৪ কোটি দাবী কৰি ভাবুকি দি গ্ৰেপ্তাৰ আৰক্ষী বিষয়া

July 18, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx