ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Lifestyle Health & Fitness

মদ্যপান আৰু ধূমপানৰ অপকাৰিতা:

স্বাস্থ্য প্ৰতিবেদন:

ASSAM TIMES POST by ASSAM TIMES POST
April 29, 2022
Reading Time: 1 min read
A A
0
মদ্যপান আৰু ধূমপানৰ অপকাৰিতা:

logo new 2 1 | ASSAM TIMES POST

RELATED POSTS

Don’t Skip Nighttime Showers: Expert Doctor’s Urgent Health Advice!

India’s Alarming Health Crisis: Obesity Surpasses Underweight, Warns UNICEF

Sugarcane Juice I কুঁহিয়াৰৰ ৰস আৰু ইয়াৰ প্ৰয়োজনীয়তা-

চিকিৎসকৰ ওচৰলৈ যিবোৰ সমস্যা লৈ প্রায়ে ৰোগী যায়, সেইবোৰৰ ভিতৰত অন্যতম এটি হৈছে হজমজনিত সমস্যা। খাদ্য ঠিকমতে হজম নহ’লে ইয়াৰ প্রভাৱ সম্পূৰ্ণ শৰীৰত পৰে। আমাৰ পাকস্থলীৰ গাত সূক্ষ্ম এখন ঝিল্লি বা আৱৰণ আছে।

ধূমপানৰ অপকাৰিতাপাকস্থলীক ক্ষতিকৰ বীজাণু আৰু খাদ্যৰ এচিডৰ পৰা ই বচায়। কোনো কাৰণত এই পৰ্দা ক্ষতিগ্রস্ত হ’লে এচিডৰ সংস্পর্শত তাত এক প্ৰকাৰৰ জ্বলা-পোৰা হয়য়। এয়াই হ’ল বদহজমৰ প্রচলিত লক্ষণ। কিছু শাৰীৰিক সমস্যাৰ কাৰণেও বুকু জ্বলা-পোৰা আৰু বদহজম হ’ব পাৰে।

মদ্যপান অপকাৰিতাবদহজমৰ এটি অন্যতম ডাঙৰ কাৰণ হ’ল ফাংচনেল ডিছপেপচিয়া।ইয়াৰ পৰা বাচিবলৈ সকলোৰে আগতে আমাৰ হজম প্রক্রিয়াটোক সঠিক ৰাখিব লাগে। ইয়াৰ বাবে বাদ দিব লাগিব কেতবোৰ অভ্যাস।

এলকহল আৰু ধূমপান : বদভ্যাসৰ তালিকাত এই দুটা সকলোতকৈ ওপৰত। এলকহল আৰু চিগাৰেটৰ ধোঁৱা- দুয়োটাই আমাৰ ডাইজেষ্টিভ মিউকাছ নষ্ট কৰে। হজমৰ সমস্যাত ভুগি থাকিলে এলকহল আৰু ধূমপান কম কৰা উচিত।

মদ্যপান আৰু ধূমপানৰ অপকাৰিতাখোৱাত অনিয়মীয়া :

গৱেষকসকলে কয়, আমি কম পৰিমাণক মুঠ পাঁচ বেলা খোৱা উচিত। কম কমকৈ পাঁচ বেলা খাদ্য খোৱা উচিত। একেবাৰে বেছিকৈ খালেও হজমত সমস্যাই দেখা দিব।

মানসিক চাপ :

মনৰ সৈতে পেটৰ খুব বেছি দূৰত্ব নাই। কোনো মানুহ যদি মানসিক চাপত ভুগি থাকে তাৰ ফলত পাকস্থলীত গেস্ট্রিক ৰসৰ নিঃসৰণো বাঢ়ি থাকে। সেয়ে যিসকলে বদহজমৰ সমস্যাত ভুগিছে তেওঁলোকে সদায় আনন্দত থকাৰ চেষ্টা কৰক। ইয়াৰ ফলত সমস্যা বহুখিনি লাঘৱ হ’ব।

খোৱাৰ লগে লগে পানী খোৱা :

খাদ্য খাই উঠাৰ পিছতে পানী খোৱাৰ অভ্যাসটোও এৰিব লাগিব। কাৰণ খোৱাৰ পিছে পিছে পাকস্থলীত হজম ৰসৰ নিঃসৰণ ঘটে। বেছি পৰিমাণে পানী গ’লে উক্ত ৰস পানীৰ লগত মিহলি হৈ কার্যকাৰিতা হেৰুৱায়। যাৰ ফলত বুকুত জ্বলা-পোৰা আৰু এচিডিটিৰ অনুভূতিয়ে দেখা দিয়ে।

নানা ৰকমৰ খাদ্য আৰু কম চোবোৱা :

পাতত বিভিন্ন উপাদান নাথাকিলে যিসকলৰ মন নভৰে আৰু কম চোবোৱাৰ অভ্যাস আছে তেওঁলোকো বদহজমৰ সমস্যাত ভুগিব পাৰে। বদ হজমৰ সমস্যা এৰাবলৈ ফল খোৱাৰ উপযুক্ত সময় হ’ল পুৱাৰ জলপানৰ পিছত বা বিয়লিৰ অলপ আগতে।

বহুতৰেই খৰখেদা কৰি খোৱাৰ অভ্যাস আছে। ভালদৰে চোবাই নাখালে পাকস্থলীৰ ওপৰত সেইবোৰে চাপ বঢ়ায়। লগতে খোৱাৰ সময়ত কথা কোৱা বা অন্য কামত ব্যস্ত থকাৰ অভ্যাসটোও বাদ দিয়ক।

Tags: Alcohol and cigarettes are injurious to healthধূমপানৰ অপকাৰিতা
Share4Tweet3Send

Related Posts

Don’t Skip Nighttime Showers: Expert Doctor’s Urgent Health Advice!
Health & Fitness

Don’t Skip Nighttime Showers: Expert Doctor’s Urgent Health Advice!

by ASSAM TIMES POST
November 29, 2025
50
India’s Alarming Health Crisis: Obesity Surpasses Underweight, Warns UNICEF
Health & Fitness

India’s Alarming Health Crisis: Obesity Surpasses Underweight, Warns UNICEF

by ASSAM TIMES POST
September 11, 2025
50
Sugarcane Juice I  কুঁহিয়াৰৰ ৰস আৰু ইয়াৰ প্ৰয়োজনীয়তা-
Health & Fitness

Sugarcane Juice I কুঁহিয়াৰৰ ৰস আৰু ইয়াৰ প্ৰয়োজনীয়তা-

by Staff Reporter
May 12, 2025
50
Bat coronavirus : চীনৰ য়ুহানত নতুন ভাইৰাছ, পুনৰ আহিব নেকি ভয়ংকৰ বিপদ?
Health & Fitness

Bat coronavirus : চীনৰ য়ুহানত নতুন ভাইৰাছ, পুনৰ আহিব নেকি ভয়ংকৰ বিপদ?

by News Desk
February 22, 2025
50
Gulen Bury Syndrome : দেশত বৃদ্ধি গুলেন বেৰীৰ দ্বাৰা আক্ৰান্ত লোকৰ সংখ্যা, ইতিমধ্যে ৭ জনৰ
Health & Fitness

Gulen Bury Syndrome : দেশত বৃদ্ধি গুলেন বেৰীৰ দ্বাৰা আক্ৰান্ত লোকৰ সংখ্যা, ইতিমধ্যে ৭ জনৰ

by News Desk
February 11, 2025
50
Cancer : ক’লা প্লাষ্টিকৰ বাকচত থকা খাদ্য খায় নেকি, হ’ব পাৰে কৰ্কট ৰোগ
Health & Fitness

Cancer : ক’লা প্লাষ্টিকৰ বাকচত থকা খাদ্য খায় নেকি, হ’ব পাৰে কৰ্কট ৰোগ

by News Desk
January 31, 2025
50
ADVERTISEMENT
Weather ranking 2026 : বিশ্বৰ ১০০ উষ্ণ চহৰৰ আটাইকেইখনেই ভাৰতত
National-International

Weather ranking 2026 : বিশ্বৰ ১০০ উষ্ণ চহৰৰ আটাইকেইখনেই ভাৰতত

May 20, 2026
50
Census campaign : কার্বি আংলং জিলা আয়ুক্তৰ আগন্তুক লোকপিয়ল অভিযানৰ প্ৰস্তুতিৰ পৰ্যালোচনা সভা
KARBI ANGLONG

Census campaign : কার্বি আংলং জিলা আয়ুক্তৰ আগন্তুক লোকপিয়ল অভিযানৰ প্ৰস্তুতিৰ পৰ্যালোচনা সভা

May 20, 2026
50
Modi Meloni meet : মোদী-মেল’নীৰ ‘মেলোডী’ ভিডিঅ’ই খলকনি তুলিছে বিশ্বত
National-International

Modi Meloni meet : মোদী-মেল’নীৰ ‘মেলোডী’ ভিডিঅ’ই খলকনি তুলিছে বিশ্বত

May 20, 2026
50
Institution of Italy : ‎‎’৮০০ৰো অধিক ইটালীৰ প্ৰতিষ্ঠানে ভাৰতৰ বিকাশৰ কাহিনীত অৰিহণা’: মেলোনীক সাক্ষাৎ কৰাৰ পিছত প্ৰধানমন্ত্ৰী মোদী
National-International

Institution of Italy : ‎‎’৮০০ৰো অধিক ইটালীৰ প্ৰতিষ্ঠানে ভাৰতৰ বিকাশৰ কাহিনীত অৰিহণা’: মেলোনীক সাক্ষাৎ কৰাৰ পিছত প্ৰধানমন্ত্ৰী মোদী

May 20, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Weather ranking 2026 : বিশ্বৰ ১০০ উষ্ণ চহৰৰ আটাইকেইখনেই ভাৰতত

Weather ranking 2026 : বিশ্বৰ ১০০ উষ্ণ চহৰৰ আটাইকেইখনেই ভাৰতত

May 20, 2026
Census campaign : কার্বি আংলং জিলা আয়ুক্তৰ আগন্তুক লোকপিয়ল অভিযানৰ প্ৰস্তুতিৰ পৰ্যালোচনা সভা

Census campaign : কার্বি আংলং জিলা আয়ুক্তৰ আগন্তুক লোকপিয়ল অভিযানৰ প্ৰস্তুতিৰ পৰ্যালোচনা সভা

May 20, 2026
Modi Meloni meet : মোদী-মেল’নীৰ ‘মেলোডী’ ভিডিঅ’ই খলকনি তুলিছে বিশ্বত

Modi Meloni meet : মোদী-মেল’নীৰ ‘মেলোডী’ ভিডিঅ’ই খলকনি তুলিছে বিশ্বত

May 20, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx