ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Lifestyle Health & Fitness

কিডনিৰ পাথৰ নিৰাময়ত নাৰিকলৰ পানীৰ ভূমিকা:

স্বাস্থ্য প্ৰতিবেদন:

ASSAM TIMES POST by ASSAM TIMES POST
May 11, 2022
Reading Time: 1 min read
A A
0
কিডনিৰ পাথৰ নিৰাময়ত নাৰিকলৰ পানীৰ ভূমিকা:

logo new 2 1 | ASSAM TIMES POST

RELATED POSTS

Mental Pressure : অহৰহ মানসিক চাপে তেজত বৃদ্ধি কৰিব পাৰে শৰ্কৰা, ডায়েবেটিছ হোৱাৰ সম্ভাৱনা?

Don’t Skip Nighttime Showers: Expert Doctor’s Urgent Health Advice!

India’s Alarming Health Crisis: Obesity Surpasses Underweight, Warns UNICEF

গৰমৰ দিনকেইটাত নাৰিকলৰ পানীৰ বহু উপকাৰ আছে। গ্ৰীষ্মৰ উত্তাপিত দুপৰীয়া অলপ নাৰিকলৰ পানী সেৱন কৰি দেহ-মনত সতেজতা লাভ কৰিব পাৰি। নাৰিকলৰ পানীত যথেষ্ট পৰিমাণে পুষ্টিকৰ দ্ৰব্য থকাৰ লগতে স্বাস্থ্যৰ বাবে যথেষ্ট উপকাৰীও।

নাৰিকলৰ পানীজিংক, মেগনেছিয়াম, কেলচিয়াম, পটেছিয়াম, ছডিয়াম আদিৰ দৰে খনিজ পদাৰ্থও নাৰিকলৰ পানীত পোৱা যায়। নাৰিকলৰ পানীৰ পৰা পাব পৰা কেইটামান উল্লেখ্যযোগ্য উপকাৰ হ’ল-

কিডনিৰ পাথ১) ডিহাইড্ৰেচনঃ যেতিয়াই শৰীৰত পৰ্যাপ্ত জুলীয়া পদাৰ্থৰ অভাৱ হয়, তেতিয়া ডিহাইড্ৰেচন হয়। পৰ্যাপ্ত পৰিমাণৰ নাৰিকলৰ পানী সেৱন কৰিলে এই অৱস্থাৰ পৰা ৰক্ষা পাব পাৰি।

২) কিডনীঃ আমাৰ দেহৰ ইউৰিনাৰী ছিষ্টেমৰ বাবে নাৰিকলৰ পানী উত্তম বুলি কোৱা হয়। মূত্ৰ সম্পৰ্কীয় বিভিন্ন গুণাগুণ ইয়াত আছে আৰু কিডনীৰ পাথৰো ই নিৰাময় কৰে।

৩) স্বাস্থ্য উপকাৰঃ আমাৰ কলেষ্টেৰ’ল স্তৰ নিয়মীয়া কৰাৰ ক্ষেত্ৰতো নাৰিকলে উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰে আৰু ৰক্ত চাপ নিয়ন্ত্ৰণ কৰে।

৪) প্ৰাকৃতিক পানীয়ঃ গৰমৰ দিনত পিঁয়াহত যিকোনো পানীয় গ্ৰহণ কৰেটো স্বাস্থ্যসন্মত নহয়। যেতিয়াই আমি বিকল্প প্ৰাকৃতিক পানীৰ কথা ভাবোঁ, নাৰিকলৰ পানী এই ক্ষেত্ৰত প্ৰথম স্থানত আহে। ই পিঁয়াহ দূৰ কৰাৰ সমান্তৰালভাৱে স্বাস্থ্যৰ পক্ষেও উপকাৰী।

৫) সংক্ৰমণঃ গ্ৰীষ্মকালত কিছুমান বিশেষ অণুজীৱ সক্ৰিয় হৈ পৰে আৰু এইবোৰে আমাৰ শৰীৰত সংক্ৰমণ ঘটায়। নাৰিকলৰ পানী সেৱনৰ ফলত এনেধৰণৰ সংক্ৰমণৰ পৰা আমাৰ শৰীৰটো ৰক্ষা পৰে।

৬) সতেজতাঃ ক্ৰীড়াৰ ক্ষেত্ৰত জড়িতসকলক শক্তিবৰ্ধক পানীয়ৰ প্ৰয়োজন। প্ৰখৰ গৰমত আপুনি আপোনাৰ শক্তিৰ স্তৰ নিয়ন্ত্ৰণত ৰাখিবৰ বাবে নাৰিকলৰ পানীৰ ওপৰত নিৰ্ভৰ কৰিব পাৰে।

৭) এচিডিটী নিয়ন্ত্ৰণঃ আমাৰ দেহৰ সামগ্ৰিক ব্যৱস্থাটোৰ পি এইচ ভাৰসাম্য নিয়ন্ত্ৰণৰ ক্ষেত্ৰত নাৰিকলৰ পানী উপযোগী বুলি কোৱা হয়। গৰমৰ দিনত হোৱা বদহজম আৰু কোষ্ঠকাঠিন্য পৰ্যাপ্ত পৰিমাণে নাৰিকলৰ পানী সেৱন কৰি নিৰাময় কৰিব পাৰি।

Tags: kidney stonesকিডনিৰ পাথৰ
Share4Tweet3Send

Related Posts

Mental Pressure : অহৰহ মানসিক চাপে তেজত বৃদ্ধি কৰিব পাৰে শৰ্কৰা, ডায়েবেটিছ হোৱাৰ সম্ভাৱনা?
Health & Fitness

Mental Pressure : অহৰহ মানসিক চাপে তেজত বৃদ্ধি কৰিব পাৰে শৰ্কৰা, ডায়েবেটিছ হোৱাৰ সম্ভাৱনা?

by News Desk
July 9, 2026
50
Don’t Skip Nighttime Showers: Expert Doctor’s Urgent Health Advice!
Health & Fitness

Don’t Skip Nighttime Showers: Expert Doctor’s Urgent Health Advice!

by ASSAM TIMES POST
November 29, 2025
50
India’s Alarming Health Crisis: Obesity Surpasses Underweight, Warns UNICEF
Health & Fitness

India’s Alarming Health Crisis: Obesity Surpasses Underweight, Warns UNICEF

by ASSAM TIMES POST
September 11, 2025
50
Sugarcane Juice I  কুঁহিয়াৰৰ ৰস আৰু ইয়াৰ প্ৰয়োজনীয়তা-
Health & Fitness

Sugarcane Juice I কুঁহিয়াৰৰ ৰস আৰু ইয়াৰ প্ৰয়োজনীয়তা-

by Staff Reporter
May 12, 2025
50
Bat coronavirus : চীনৰ য়ুহানত নতুন ভাইৰাছ, পুনৰ আহিব নেকি ভয়ংকৰ বিপদ?
Health & Fitness

Bat coronavirus : চীনৰ য়ুহানত নতুন ভাইৰাছ, পুনৰ আহিব নেকি ভয়ংকৰ বিপদ?

by News Desk
February 22, 2025
50
Gulen Bury Syndrome : দেশত বৃদ্ধি গুলেন বেৰীৰ দ্বাৰা আক্ৰান্ত লোকৰ সংখ্যা, ইতিমধ্যে ৭ জনৰ
Health & Fitness

Gulen Bury Syndrome : দেশত বৃদ্ধি গুলেন বেৰীৰ দ্বাৰা আক্ৰান্ত লোকৰ সংখ্যা, ইতিমধ্যে ৭ জনৰ

by News Desk
February 11, 2025
50
ADVERTISEMENT
Indo Bhutan projects : ভূটানৰ সৈতে ভাৰতৰ ১২টা নতুন প্ৰকল্প সহযোগিতা, ৪০০০ কোটিৰ ঋণ চুক্তি স্বাক্ষৰ
National-International

Indo Bhutan projects : ভূটানৰ সৈতে ভাৰতৰ ১২টা নতুন প্ৰকল্প সহযোগিতা, ৪০০০ কোটিৰ ঋণ চুক্তি স্বাক্ষৰ

August 1, 2026
50
JK terrorist attack : জম্মু-কাশ্মীৰৰ কুলগামত সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহত প্ৰব্ৰজিত শ্ৰমিক, এজনৰ অৱস্থা সংকটজনক
National-International

JK terrorist attack : জম্মু-কাশ্মীৰৰ কুলগামত সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহত প্ৰব্ৰজিত শ্ৰমিক, এজনৰ অৱস্থা সংকটজনক

August 1, 2026
50
PM Modi : অশ্লীল ভাষাৰে প্ৰধানমন্ত্ৰীক আক্ৰমণ কৰা যুৱক-যুৱতীক নৈতিক শিক্ষা দি মোদীৰ ক্ষমা
National-International

PM Modi : অশ্লীল ভাষাৰে প্ৰধানমন্ত্ৰীক আক্ৰমণ কৰা যুৱক-যুৱতীক নৈতিক শিক্ষা দি মোদীৰ ক্ষমা

August 1, 2026
50
India US relations : ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰিলে ১০০ শতাংশ শুল্কৰ বিধেয়ক গৃহীত হ’লে ভাৰতৰ কি হ’ব
National-International

India US relations : ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰিলে ১০০ শতাংশ শুল্কৰ বিধেয়ক গৃহীত হ’লে ভাৰতৰ কি হ’ব

August 1, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Indo Bhutan projects : ভূটানৰ সৈতে ভাৰতৰ ১২টা নতুন প্ৰকল্প সহযোগিতা, ৪০০০ কোটিৰ ঋণ চুক্তি স্বাক্ষৰ

Indo Bhutan projects : ভূটানৰ সৈতে ভাৰতৰ ১২টা নতুন প্ৰকল্প সহযোগিতা, ৪০০০ কোটিৰ ঋণ চুক্তি স্বাক্ষৰ

August 1, 2026
JK terrorist attack : জম্মু-কাশ্মীৰৰ কুলগামত সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহত প্ৰব্ৰজিত শ্ৰমিক, এজনৰ অৱস্থা সংকটজনক

JK terrorist attack : জম্মু-কাশ্মীৰৰ কুলগামত সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহত প্ৰব্ৰজিত শ্ৰমিক, এজনৰ অৱস্থা সংকটজনক

August 1, 2026
PM Modi : অশ্লীল ভাষাৰে প্ৰধানমন্ত্ৰীক আক্ৰমণ কৰা যুৱক-যুৱতীক নৈতিক শিক্ষা দি মোদীৰ ক্ষমা

PM Modi : অশ্লীল ভাষাৰে প্ৰধানমন্ত্ৰীক আক্ৰমণ কৰা যুৱক-যুৱতীক নৈতিক শিক্ষা দি মোদীৰ ক্ষমা

August 1, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx