ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

লুম্বাজং পৰিষদীয় সমষ্টিৰ উচ্চ আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰ- ছাত্ৰীক সম্বৰ্ধনাঃ গুণগত শিক্ষাৰ পৰিবেশ গঢ়ি তুলিব লাগে কাৰবি আংলঙতঃ মন্ত্ৰী ছুম ৰংহাং

ASSAM TIMES POST by ASSAM TIMES POST
July 13, 2019
Reading Time: 1 min read
A A
0
লুম্বাজং পৰিষদীয় সমষ্টিৰ উচ্চ আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰ- ছাত্ৰীক সম্বৰ্ধনাঃ গুণগত শিক্ষাৰ পৰিবেশ গঢ়ি তুলিব লাগে কাৰবি আংলঙতঃ মন্ত্ৰী ছুম ৰংহাং

ASSAM TIMES POST, ডিফুঃ কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ বৃহৎ আৰু গুৰুত্বপূৰ্ণ লুম্বাজং পৰিষদীয় সমষ্টিৰ পৰা সদ্য ঘোষিত উচ্চ আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ সকলো ছাত্ৰ- ছাত্ৰীক আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জনোৱা হয়৷ লুম্বাজং পৰিষদীয় সমষ্টিৰ এমএচি তথা ইএম ৰতন টেৰণে আয়োজন কৰা সম্বৰ্ধনা অনুষ্ঠানত লুম্বাজং সমষ্টিৰ বিভিন্ন প্ৰান্তৰ প্ৰায় ৫ শতাধিক ছাত্ৰ-ছাত্ৰীক ফুলাম গামোছা আৰু একোখনকৈ অভিধানেৰে সম্বৰ্ধনা জ্ঞাপন কৰা হয়৷

RELATED POSTS

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ

Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ

সম্বৰ্ধনা অনুষ্ঠানত ক্ৰমে পাৰ্বত্য উন্নয়ন মন্ত্ৰী ছুম ৰংহাং, লাংফেৰ পৰিষদীয় সমষ্টিৰ এমএচি ৰামচিং তিমুং, ডিফু চৰকাৰী মহাবিদ্যালয়ৰ প্ৰৱক্তা মেগী কাথাৰপী, অসম বিশ্ববিদ্যালয় ডিফু চৌহদৰ ভূগোল বিভাগৰ প্ৰৱক্তা আতুৰ কিৰি ইংতি, হোজাই কলেজৰ প্ৰৱক্তা বন্দিতা টেৰণপী আৰু বিশিষ্ট কবি সাহিত্যিক ধনেশ্বৰ ইংতি আৰু গণ্য মান্য ব্যক্তি সকল উপস্থিত থাকে৷ সভাত বিশিষ্ট বক্তাসকলে ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি ছাত্ৰ জীৱনত কেনেকৈ ঈপ্সিত সফলতা কেনেকৈ লাভ কৰিব পাৰি তাৰ ওপৰত মন পৰশা বক্তৃতা প্ৰদান কৰে৷

আজিৰ সম্বৰ্ধনা অনুষ্ঠানত ছাত্ৰ-ছাত্ৰীৰ কৃতকাৰ্যতাৰ কোনোধৰণৰ শ্ৰেণী বিভাজন নকৰাকৈ উত্তীৰ্ণ হোৱা সকলো ছাত্ৰ- ছাত্ৰীক আয়োজক সকলে সম্বৰ্ধনা জ্ঞাপন কৰি অনুপ্ৰেৰণা যোগায়৷ মুখ্য অতিথি হিচাপে উপস্থিত থকা পাৰ্বত্য উন্নয়ন মন্ত্ৰী ছুম ৰংহাঙে কয় যে কাৰবি আংলঙত শিক্ষাৰ মানদণ্ড উন্নত কৰিবলৈ আৰু গুণগত মান উন্নত কৰিবলৈ বছৰটোত এবাৰ হ’লেও দুদিনীয়া কাৰ্যসূচীলৈ অভিভাবক, ছাত্ৰ-ছাত্ৰী আৰু শিক্ষা গুৰুসকলক লৈ সভা অনুষ্ঠিত কৰি কেৱল শৈক্ষিক দিশসমূহৰ ওপৰত আলোচনা কৰিব লাগে৷

ৰাজনীতিবিদসকলে কেৱল ৰাজনীতি নকৰি সমাজত শিক্ষাৰ পৰিবেশ গঢ়িবলৈ নিজকে আত্ম নিয়োগ কৰিব লাগিব বুলিও কয় মন্ত্ৰী ৰংহাঙে৷ শিক্ষাত বিশিষ্ট বক্তাসকলে নিজৰ বহুমূলীয়া ভাষণত কয় যে শিক্ষা কেৱল চাকৰিমুখী নহৈ জনমুখী হ’ব লাগে৷ প্ৰতিজন শিক্ষাৰ্থীৰ জীৱনত নিৰ্দিষ্ট লক্ষ্য থাকিব লাগে, লক্ষ্য থাকিলেহে জীৱনলৈ কৃতকাৰ্যতা সহ সফলতা আহে৷

কেৱল চিকিৎসক, অভিযন্তা হ’লেই জীৱন সাৰ্থক নহয়, সমাজৰ সেৱাসমূহ পূৰাবলৈ নিজ সন্তানক একোজন যোগ্য ব্যক্তি হিচাপে গঢ়ি তোলাটোৱেই প্ৰতিগৰাকী অভিভাৱকৰ দায়িত্ব৷ গীতা উপনিষেদৰ উদ্ধৃতি দি জ্ঞানক গাখীৰৰ লগত তুলনা কৰিছে আৰু এই জ্ঞান সদৃশ গাখীৰ কৃষ্ণৰ পৰা অৰ্জুনে পান কৰাৰ দৰে ছাত্ৰ সমাজক জ্ঞানসাগৰৰ দুগ্ধ পান কৰি নৈতিক শিক্ষাৰে শিক্ষিত হ’বলৈ ছাত্ৰ সমাজলৈ আহ্বান জনাই বালিমাহী কবি ধনেশ্বৰ ইংতিয়ে৷

Share4Tweet3Send

Related Posts

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক
ALL NEWS

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

by Staff Reporter
June 7, 2026
50
‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ
ALL NEWS

‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ

by Staff Reporter
May 16, 2026
50
Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ
ALL NEWS

Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ

by Staff Reporter
April 17, 2026
50
Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs
ALL NEWS

Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs

by ASSAM TIMES POST
February 25, 2026
50
CM point blank row I মুখ্যমন্ত্ৰীৰ ‘পইণ্ট ব্লেংক’ বিতৰ্ক : উচ্চতম ন্যায়ালয়ত খাৰিজ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে উত্থাপিত গোচৰ
ALL NEWS

CM point blank row I মুখ্যমন্ত্ৰীৰ ‘পইণ্ট ব্লেংক’ বিতৰ্ক : উচ্চতম ন্যায়ালয়ত খাৰিজ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে উত্থাপিত গোচৰ

by Staff Reporter
February 16, 2026
50
New Planet discover । ৩৫৫ দিনত এবছৰৰ এটা শীতল গ্ৰহ আৱিষ্কাৰ মহাকাশত বিজ্ঞানীসকলৰ
ALL NEWS

New Planet discover । ৩৫৫ দিনত এবছৰৰ এটা শীতল গ্ৰহ আৱিষ্কাৰ মহাকাশত বিজ্ঞানীসকলৰ

by Staff Reporter
February 13, 2026
50
ADVERTISEMENT
Indian Army : পাকিস্তান-চীনক প্ৰতিহত কৰিবলৈ ১ লাখ কোটিৰ অস্ত্ৰ ক্ৰয়ৰ দিশে ভাৰত
National-International

Indian Army : পাকিস্তান-চীনক প্ৰতিহত কৰিবলৈ ১ লাখ কোটিৰ অস্ত্ৰ ক্ৰয়ৰ দিশে ভাৰত

July 3, 2026
50
Ram Mandir controversy : হিন্দু ভাবাৱেগত আঘাত, অৱশেষত মোনতা ভংগ কৰি দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবী আৰএছএছৰ
National-International

Ram Mandir controversy : হিন্দু ভাবাৱেগত আঘাত, অৱশেষত মোনতা ভংগ কৰি দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবী আৰএছএছৰ

July 3, 2026
50
Meghalaya Honeymoon murder : ৰাজা ৰঘুবংশী হত্যা গোচৰত মেঘালয় চৰকাৰৰ মুখথেকেচা, অভিযুক্ত পত্নীৰ জামিন বাহাল ছুপ্ৰিম কোৰ্টৰ
National-International

Meghalaya Honeymoon murder : ৰাজা ৰঘুবংশী হত্যা গোচৰত মেঘালয় চৰকাৰৰ মুখথেকেচা, অভিযুক্ত পত্নীৰ জামিন বাহাল ছুপ্ৰিম কোৰ্টৰ

July 3, 2026
50
Bokoliaghat Eviction : বকলীয়াঘাটত মন্দিৰ-ব্যৱসায়িক প্ৰতিষ্ঠানৰ ওপৰত চলিল প্ৰশাসনৰ বুলড’জাৰ
KARBI ANGLONG

Bokoliaghat Eviction : বকলীয়াঘাটত মন্দিৰ-ব্যৱসায়িক প্ৰতিষ্ঠানৰ ওপৰত চলিল প্ৰশাসনৰ বুলড’জাৰ

July 3, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Indian Army : পাকিস্তান-চীনক প্ৰতিহত কৰিবলৈ ১ লাখ কোটিৰ অস্ত্ৰ ক্ৰয়ৰ দিশে ভাৰত

Indian Army : পাকিস্তান-চীনক প্ৰতিহত কৰিবলৈ ১ লাখ কোটিৰ অস্ত্ৰ ক্ৰয়ৰ দিশে ভাৰত

July 3, 2026
Ram Mandir controversy : হিন্দু ভাবাৱেগত আঘাত, অৱশেষত মোনতা ভংগ কৰি দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবী আৰএছএছৰ

Ram Mandir controversy : হিন্দু ভাবাৱেগত আঘাত, অৱশেষত মোনতা ভংগ কৰি দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবী আৰএছএছৰ

July 3, 2026
Meghalaya Honeymoon murder : ৰাজা ৰঘুবংশী হত্যা গোচৰত মেঘালয় চৰকাৰৰ মুখথেকেচা, অভিযুক্ত পত্নীৰ জামিন বাহাল ছুপ্ৰিম কোৰ্টৰ

Meghalaya Honeymoon murder : ৰাজা ৰঘুবংশী হত্যা গোচৰত মেঘালয় চৰকাৰৰ মুখথেকেচা, অভিযুক্ত পত্নীৰ জামিন বাহাল ছুপ্ৰিম কোৰ্টৰ

July 3, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx